This policy is approved by theWikimedia Foundation Board of Trustees. It may not be circumvented, eroded, or ignored by Wikimedia Foundation officers or staff nor local policies of anyWikimedia project. |
যিহেতু আমি বিশ্বাস কৰোঁ যে মুক্ত জ্ঞান আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আপুনি ব্যক্তিগত তথ্য দিব নালাগে, গতিকে আপুনি:
Because we want to understand how Wikimedia Sites are used so we can make them better for you, we collect some information when you:
We are committed to:
Be aware:
ৱিকিমিডিয়া ফাউণ্ডেশ্যন হৈছে এটা অলাভকাৰী সংস্থা যিয়েৱিকিপিডিয়া,ৱিকিমিডিয়া কমঞ্চ আৰুৱিকিঅভিধানৰ দৰে সহযোগিতামূলক, বিনামূলীয়া জ্ঞানৰ ৱেবছাইটসমূহ চলায়।
এই নীতিয়ে বুজায় যে আমি কেনেকৈ আপোনাৰ ব্যক্তিগত তথ্য সংগ্ৰহ, ব্যৱহাৰ আৰু ভাগ-বতৰা কৰোঁ।
ৱিকিমিডিয়াৰ ছাইটসমূহ ব্যৱহাৰ কৰি আপুনি এই নীতিত সন্মতি জনাইছে।
ৱিকিমিডিয়া আন্দোলন এক সাধাৰণ যদিও শক্তিশালী নীতিৰ ভিত্তিত প্ৰতিষ্ঠিত: আমি অকলে যিমানখিনি কৰিব পাৰোঁ তাতকৈও অধিক আমি একেলগে কৰিব পাৰোঁ। আমি আমাৰ ব্যৱহাৰকাৰীসকলৰ বিষয়ে তথ্য সংগ্ৰহ, ভাগ-বতৰা আৰু বিশ্লেষণ নকৰাকৈ ঐক্যবদ্ধভাৱে কাম কৰিব নোৱাৰোঁ কিয়নো আমি ৱিকিমিডিয়া ছাইটসমূহ অধিক ব্যৱহাৰযোগ্য, সুৰক্ষিত আৰু লাভজনক কৰাৰ বাবে নতুন নতুন উপায় বিচাৰি থাকোঁ।
আমি বিশ্বাস কৰোঁ যে তথ্য সংগ্ৰহ আৰু ব্যৱহাৰ কৰাটো স্বচ্ছ হ'ব লাগে। এই গোপনীয়তা নীতিয়ে ৱিকিপিডিয়াৰ দৰে ৱিকিমিডিয়া ছাইটসমূহ হ'ষ্ট কৰা অলাভকাৰী সংগঠন ৱিকিমিডিয়া ফাউণ্ডেশ্যনে আপোনাৰ দ্বাৰা ৱিকিমিডিয়া ছাইট ব্যৱহাৰৰ জৰিয়তে আপোনাৰ পৰা পোৱা তথ্য কেনেকৈ সংগ্ৰহ, ব্যৱহাৰ আৰু ভাগ-বতৰা কৰে তাকেই ব্যাখ্যা কৰে। এইয়া বুজাটো অতি আৱশ্যকীয় যে যিকোনো ৱিকিমিডিয়া ছাইট ব্যৱহাৰ কৰি আপুনি এই গোপনীয়তা নীতিত বৰ্ণনা কৰা অনুসৰি আপোনাৰ তথ্য সংগ্ৰহ, স্থানান্তৰ, প্ৰক্ৰিয়াকৰণ, সংৰক্ষণ, প্ৰকাশ আৰু ব্যৱহাৰৰ বাবে সন্মতি জনায়। তাৰ মানে এই নীতি সাৱধানে পঢ়াটো গুৰুত্বপূৰ্ণ।
আমি বিশ্বাস কৰোঁ যে বিনামূলীয়া জ্ঞান আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আপুনি অৰাজহুৱা ব্যক্তিগত তথ্য প্ৰদান কৰিব নালাগে। আপুনি এটা মানক একাউণ্টৰ বাবে পঞ্জীয়ন কৰিবলৈ বা ৱিকিমিডিয়া ছাইটত বৰঙনি আগবঢ়াবলৈ আপোনাৰ প্ৰকৃত নাম, ঠিকনা বা জন্মৰ তাৰিখৰ দৰে তথ্য প্ৰদান কৰিব নালাগে।
আমি আপোনাৰ ব্যক্তিগত তথ্য বিক্ৰী নকৰোঁ বা ভাড়াত নিদিওঁ বা আপোনাৰ ওচৰত কিবা বিক্ৰী কৰিবলৈ আনকো নিদিওঁ। আমি ৱিকিমিডিয়া ছাইটসমূহ আৰু অধিক আকৰ্ষণীয় আৰু সাধ্য কৰাৰ উপায় বিচাৰি উলিয়াবলৈ, কোনবোৰ ধাৰণা কাম কৰে চাবলৈ আৰু শিকা আৰু বৰঙনি আগবঢ়োৱাটো আৰু অধিক আমোদজনক কৰিবলৈ এই তথ্য ব্যৱহাৰ কৰোঁ। সহজ ভাষাত ক'লে: আমি আপোনাৰ বাবে ৱিকিমিডিয়া ছাইটসমূহ উন্নত কৰিবলৈ এই তথ্য ব্যৱহাৰ কৰোঁ।
কিয়নো চাবলৈ গ’লে আপোনালোকৰ দৰে মুক্ত জ্ঞানৰ চেম্পিয়নসকলেই ৱিকিমিডিয়া ছাইটসমূহ থকাটোৱেই নহয়, বৃদ্ধি আৰু সমৃদ্ধিশালী হোৱাটোও সম্ভৱ কৰি তোলে।
আমি বুজি পাওঁ যে গোপনীয়তা নীতিত ব্যৱহৃত "ট্ৰেকিং পিক্সেল" আৰু "কুকীজ"ৰ দৰে কাৰিকৰী শব্দৰ সৈতে আপোনালোকৰ মাজৰ খুব কম সংখ্যক লোকহে পৰিচিত।
আপুনি লাগিলে গোপনীয়তা-সম্বন্ধীয় পৰিভাষাৰ ক্ষেত্ৰত একেবাৰে নতুনেই হওক বা এগৰাকী বিশেষজ্ঞ যিয়ে এই নীতি মাথোঁ অলপ সুঁৱৰিব বিচাৰিছে, তেন্তে আমাৰমূল শব্দসমূহৰ শব্দকোষ আপোনাৰ বাবে উপযোগী হ'ব পাৰে।
যিহেতু সকলোৱে (কেৱল অধিবক্তাসকলে নহয়) তেওঁলোকৰ তথ্য কেনেকৈ আৰু কিয় সংগ্ৰহ আৰু ব্যৱহাৰ কৰা হয়― সেয়া সহজে বুজিব পাৰিব লাগে, আমি এই নীতি-জুৰি বেছি আনুষ্ঠানিক শব্দৰ পৰিৱৰ্তে সাধাৰণ ভাষা ব্যৱহাৰ কৰোঁ। কিছুমান বিশেষ মূল শব্দ আপুনি বুজি পোৱাটো নিশ্চিত কৰিব পৰাকৈ ইয়াত অনুবাদৰ এখন তালিকা দিয়া হৈছে:
| যেতিয়া আমি কও… | …আমি বুজাওঁ: |
|---|---|
| "ৱিকিমিডিয়া ফাউণ্ডেশ্যন" / "ফাউণ্ডেশ্যন" / "আমি" / "আমাক" / "আমাৰ" | দ্য ৱিকিমিডিয়া ফাউণ্ডেশ্যন, ইন্কৰ্পৰেটেড, ৱিকিমিডিয়া ছাইটসমূহ পৰিচালনা কৰা অলাভকাৰী সংস্থা। |
| "ৱিকিমিডিয়া ছাইটসমূহ" / "আমাৰ সেৱাসমূহ" | ৱিকিমিডিয়া ৱেবছাইট আৰু সেৱাসমূহ (ভাষা নিৰ্বিশেষে), আমাৰ মূল প্ৰকল্পসমূহ, যেনে ৱিকিপিডিয়া আৰু ৱিকিমিডিয়া কমঞ্ছ, লগতে ম'বাইল এপ্লিকেনশ্য, এপ্লিকেশ্যন প্ৰ'গ্ৰেমিং ইণ্টাৰফে'চ (এপিআই), ইমেইল আৰু জাননীসমূহকে ধৰি; অৱশ্যে, তলত থকা "এই গোপনীয়তা নীতিৰ আওতাত কি কি নাই" অনুচ্ছেদটোত তালিকাভুক্ত ছাইট আৰু সেৱাসমূহৰ বাহিৰে। |
| "আপুনি" / "আপোনাৰ" / "মই" | You, regardless of whether you are an individual, group, or organization, and regardless of whether you are using the Wikimedia Sites or our services on behalf of yourself or someone else. |
| "এই নীতি" / "এই গোপনীয়তা নীতি" | এই "ৱিকিমিডিয়া ফাউণ্ডেশ্যন গোপনীয়তা নীতি" শীৰ্ষক নথিপত্ৰ। |
| "বৰঙণি" | ৱিকিমিডিয়াৰ যিকোনো ছাইটত আপুনি যোগ কৰা বিষয়বস্তু বা আপুনি কৰা সাল-সলনি। |
| "ব্যক্তিগত তথ্য" | আপুনি আমাক প্ৰদান কৰা তথ্য বা আমি সংগ্ৰহ কৰা তথ্য যিবোৰ আপোনাক ব্যক্তিগতভাৱে চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। স্পষ্টকৈ ক'বলৈ গ'লে― আমি তলত দিয়া সকলো ধৰণৰ তথ্য সংগ্ৰহ কৰাটো বাধ্যতামূলক নহ'লেও, আমি অন্ততঃ তলত দিয়াখিনি "ব্যক্তিগত তথ্য" বুলি বিবেচনা কৰোঁ যদিহে ই অন্যথা অৰাজহুৱা আৰু আপোনাক চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি:
|
| "standard account" | An account you can sign up for to browse or edit the Wikimedia Sites. Typically you do not need to provide more than a username and password to create astandard account. |
| “temporary account” | An automatically generated account and identifier used to attribute edits made when you are not logged into a standard account. You do not provide a username or password to create atemporary account. |
| "তৃতীয় পক্ষ" / "তৃতীয় পক্ষসমূহ" | ব্যক্তি, সত্তা, ৱেবছাইট, সেৱা, উৎপাদন, আৰু এপ্লিকেশ্যনসমূহ যিবোৰ ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা নিয়ন্ত্ৰিত বা পৰিচালিত নহয়। ইয়াৰ ভিতৰত অন্যান্য ৱিকিমিডিয়া ব্যৱহাৰকাৰী আৰু ৱিকিমিডিয়া আন্দোলনক প্ৰচাৰ কৰাত সহায় কৰা স্বতন্ত্ৰ সংস্থা বা গোট যেনেৱিকিমিডিয়া অধ্যায়,বিষয়ভিত্তিক সংস্থা আৰুব্যৱহাৰকাৰী গোটসমূহৰ লগতে সেই সংস্থা বা গোটসমূহৰ স্বেচ্ছাসেৱক, কৰ্মচাৰী, পৰিচালক, বিষয়া,অনুদান প্ৰাপক আৰু ঠিকাদাৰসকলো অন্তৰ্ভুক্ত। |
তলত ব্যাখ্যা কৰাখিনিৰ বাহিৰে, আপুনি যিকোনো ৱিকিমিডিয়া ছাইট ব্যৱহাৰ কৰাৰ ফলত আমি লাভ কৰা আপোনাৰ সৈতে জড়িত তথ্য সংগ্ৰহ আৰু পৰিচালনাৰ ক্ষেত্ৰত এই গোপনীয়তা নীতি প্ৰযোজ্য হয়। এই নীতি আমি আমাৰ অংশীদাৰ বা অন্য তৃতীয় পক্ষৰ পৰা লাভ কৰা তথ্যৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। এই গোপনীয়তা নীতিৰ আওতাত কি কি আছে― সেইবিষয়ে অধিক বুজিবলৈ, অনুগ্ৰহ কৰি তলত চাওক।
এই গোপনীয়তা নীতিৰ আওতাত কি কি আছে― তাৰে উদাহৰণ |
|---|
বস্তুবিলাক স্পষ্ট কৰিবৰ বাবে, ভাষা নিৰ্বিশেষে এই গোপনীয়তা নীতিৰ আওতাত আছে:
|
এই গোপনীয়তা নীতিৰ আওতাত অৱশ্যে কিছুমান পৰিস্থিতি নাই য'ত আমি তথ্য সংগ্ৰহ বা প্ৰক্ৰিয়াকৰণ কৰিব পাৰোঁ। উদাহৰণস্বৰূপ, কিছুমান ব্যৱহাৰ পৃথক গোপনীয়তা নীতি (যেনেৱিকিমিডিয়া দোকানৰ) বা তৃতীয় পক্ষৰ দ্বাৰা পৰিচালিত ছাইট বা সেৱা (যেনেৱিকিমিডিয়া ক্লাউড ছাৰ্ভীচেছত থকা তৃতীয়-পক্ষীয় বিকাশকৰ প্ৰকল্প)ৰ আওতাত থাকিব পাৰে। এই গোপনীয়তা নীতিৰ আওতাত কি কি নাই― সেইবিষয়ে অধিক বুজিবলৈ, অনুগ্ৰহ কৰি তলত চাওক।
More on what the Wikimedia Foundation Privacy Policy does not cover |
|---|
This section is part of the Privacy Policy and is meant to explain in detail which situations are not covered by our Privacy Policy.
Sometimes, volunteers may place a data-collecting tool, such as a script, gadget, tracking pixel, or share button, on a Wikimedia Site without our knowledge. This Policy does not cover how third parties handle the information they receive as a result of such a tool. If you come across such a third-party tool, and you believe it violates this Policy, you can remove the tool yourself, or report it to privacy |
য'ত সম্প্ৰদায়-সম্বন্ধীয় নীতিসমূহে তথ্য নিয়ন্ত্ৰণ কৰে, যেনেচেক-ইউজাৰ নীতি, প্ৰাসংগিক সম্প্ৰদায়ে এই নীতিত উল্লেখ কৰা নিয়ম আৰু বাধ্যবাধকতাসমূহত যোগ কৰিব পাৰে। অৱশ্যে, তেওঁলোকক নতুন ব্যতিক্ৰম সৃষ্টি কৰিবলৈ বা অন্যথা এই নীতিয়ে আগবঢ়োৱা সুৰক্ষাসমূহ হ্ৰাস কৰিবলৈ অনুমতি দিয়া নহয়।
আপুনি ৱিকিমিডিয়াৰ ছাইটসমূহত যি প’ষ্ট কৰে― সেয়া সকলোৱে চাব পাৰে আৰু ব্যৱহাৰ কৰিব পাৰে।
যেতিয়া আপুনি সদস্য বা আলোচনা-পৃষ্ঠাসমূহকে ধৰি যিকোনো ৱিকিমিডিয়া ছাইটত বৰঙণি আগবঢ়ায়, তেতিয়া আপুনি আপোনাৰ দ্বাৰা যোগ কৰা, আঁতৰোৱা বা সাল-সলনি কৰা প্ৰতিটো বিষয়বস্তুৰ এটা স্থায়ী, ৰাজহুৱা নথি সৃষ্টি কৰে। পৃষ্ঠাৰ ইতিহাসে আপোনাৰ বৰঙণি যোগ কৰা বা আঁতৰোৱাৰ সময়ৰ লগতে আপোনাৰ সদস্যনাম (যদি আপুনি ছাইন ইন কৰে) নাইবা আপোনাৰআইপি ঠিকনা (যদি আপুনি ছাইন ইন নকৰে) দেখুৱাব। আমি আপোনাৰ ৰাজহুৱা বৰঙণিসমূহ, হয় অন্যান্যৰ ৰাজহুৱা বৰঙণিৰ সৈতে একত্ৰিত কৰি নাইবা সুকীয়াকৈ, আপোনাৰ বাবে নতুন নতুন সুবিধা বা তথ্য-সম্পৰ্কীয় সামগ্ৰী সৃষ্টি কৰিবলৈ বা ৱিকিমিডিয়া ছাইটসমূহ কেনেকৈ ব্যৱহাৰ কৰা হয়― সেই বিষয়ে অধিক জানিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ, যিদৰে তলত এই গোপনীয়তা নীতিৰ"আমি আপোনাৰ পৰা লাভ কৰা তথ্য এনেকৈ ব্যৱহাৰ কৰোঁ" অনুচ্ছেদটোত অধিক ব্যাখ্যা কৰা হৈছে।
ৰাজহুৱাভাৱে দৃশ্যমান তথ্য |
|---|
এই নীতিত অন্য একো কোৱা নহ'লে, আপুনি ধৰি লোৱা উচিত যে ব্যক্তিগত তথ্যকে ধৰি আপুনি ৱিকিমিডিয়া ছাইটসমূহত সক্ৰিয়ভাৱে বৰঙণি আগবঢ়োৱা তথ্যসমূহ ৰাজহুৱাভাৱে দৃশ্যমান আৰু ছাৰ্চ ইঞ্জিনসমূহে বিচাৰি পাব পাৰে। ইণ্টাৰনেটৰ প্ৰায়ভাগ বস্তুৰ দৰেই আপুনি ভাগ-বতৰা কৰা যিকোনো বস্তু অন্য লোকে কপি কৰি সমগ্ৰ ইণ্টাৰনেটত পুনৰ বিতৰণ কৰিব পাৰে। অনুগ্ৰহ কৰি আপুনি স্থায়ীভাৱে ৰাজহুৱা কৰিবলৈ অস্বস্তিকৰ হোৱা কোনো ধৰণৰ তথ্য বৰঙণি-ৰূপে আগনবঢ়াব, যেনে আপোনাৰ বৰঙণিত আপোনাৰ প্ৰকৃত নাম বা অৱস্থান প্ৰকাশ কৰা। আপুনি অৱগত হোৱা উচিত যে আপোনাৰ দ্বাৰা ৰাজহুৱা কৰা নিৰ্দিষ্ট তথ্য বা আমাৰ দ্বাৰা ৰাজহুৱা কৰা একত্ৰিত তথ্য যিকোনো ব্যক্তিয়ে বিশ্লেষণৰ বাবে আৰু অধিক তথ্য যেনে এগৰাকী ব্যৱহাৰকাৰী কোন দেশৰ, ৰাজনৈতিক সম্পৰ্ক আৰু লিংগ অনুমান কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। |
ৱিকিমিডিয়াৰ কোনো এটা ছাইটো ব্যৱহাৰ কৰিবলৈ আপুনি একাউণ্ট সৃষ্টি কৰাৰ প্ৰয়োজন নাই।
যদি আপুনি এটা একাউণ্ট সৃষ্টি কৰে, আপুনি আমাক আপোনাৰ নাম বা ইমেইল ঠিকনা দিয়াৰ প্ৰয়োজন নাই (যদিও আপুনি ইচ্ছা কৰিলে দিব পাৰে, যেনে উদাহৰণস্বৰূপে "এই সদস্যক ইমেইল কৰক" সুবিধাৰ বাবে)।
যদি আপুনি এটা একাউণ্ট সৃষ্টি নকৰে, আপোনাৰ বৰঙণিসমূহ ৰাজহুৱাভাৱে আপোনাৰআইপি ঠিকনাৰ সৈতে সংশ্লিষ্ট কৰা হ'ব।
একাউণ্ট সৃষ্টি কৰিব বিচাৰে? বঢ়িয়া! একাউণ্ট সৃষ্টি কৰিব নিবিচাৰে? কোনো সমস্যা নাই!
আপুৰুগীয়া পৰিস্থিতিৰ বাহিৰে, কোনো ৱিকিমিডিয়া ছাইটত পঢ়িবলৈ বা বৰঙণি আগবঢ়াবলৈ আপুনি একাউণ্ট সৃষ্টি কৰাৰ প্ৰয়োজন নাই। অৱশ্যে, যদি আপুনি ছাইন ইন নকৰাকৈ বৰঙণি আগবঢ়ায়, আপোনাৰ বৰঙণি ৰাজহুৱাভাৱে আপোনাৰ ডিভাইচৰ সৈতে জড়িতআইপি ঠিকনাৰ সৈতে সংশ্লিষ্ট কৰা হ'ব।
যদি আপুনি এটামানক একাউণ্ট সৃষ্টি কৰিব বিচাৰে, প্ৰায়বোৰ ক্ষেত্ৰতে আমাক কেৱল এটা সদস্যনাম আৰু এটা পাছৱৰ্ডৰ প্ৰয়োজন হয়। কিন্তু, যদি আপুনি ইমেইল ঠিকনা নিদিয়াটো বাছি লয়, আমি আপোনাৰ পাছৱৰ্ড পুনৰুদ্ধাৰ কৰাত সহায় কৰিব নোৱাৰোঁ।
সদস্যনাম সম্বন্ধে অধিক তথ্য |
|---|
আপোনাৰ সদস্যনাম ৰাজহুৱাভাৱে দৃশ্যমান হ'ব, গতিকে অনুগ্ৰহ কৰি আপোনাৰ সদস্যনামত আপোনাৰ প্ৰকৃত নাম বা অন্য ব্যক্তিগত তথ্য প্ৰকাশ কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব। আপোনাৰ পাছৱৰ্ড কেৱল একাউণ্টটো আপোনাৰ হয় নে নহয়― সেইটো পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয়। আপোনাৰIP ঠিকনাও স্বয়ংক্ৰিয়ভাৱে আমাৰ হাতত জমা কৰা হয়, আৰু আমি এয়া অস্থায়ীভাৱে ৰেকৰ্ড কৰোঁ। ৱিকিমিডিয়া ব্যৱহাৰকাৰীসকলৰ লগতে প্ৰকল্পৰ বিষয়বস্তু সুৰক্ষিত কৰিবলৈ এনে কৰা হয়; অপব্যৱহাৰৰ ক্ষেত্ৰত, আইপি ঠিকনাসমূহ তদন্তৰ অংশ হিচাপে সদস্যনামৰ সৈতে মিলাই চোৱা হ'ব পাৰে। অন্য কোনো ব্যক্তিগত তথ্যৰ প্ৰয়োজন নাই: কোনো নাম, কোনো ইমেইল ঠিকনা, কোনো জন্মৰ তাৰিখ আৰু কোনো ক্ৰেডিট কাৰ্ডৰ তথ্য নালাগে। এবাৰ সৃষ্টি কৰাৰ পাছত ব্যৱহাৰকাৰী একাউণ্টসমূহ সম্পূৰ্ণৰূপে আঁতৰাব নোৱাৰি (যদিও সাধাৰণতে আপুনি বিচাৰিলে আপোনাৰ সদস্য-পৃষ্ঠাত থকা তথ্য লুকুৱাব পাৰে)। কিয়নো আপোনাৰ ৰাজহুৱা বৰঙনিসমূহ লেখকৰ (অৰ্থাৎ আপোনাৰ!) সৈতে সম্পৰ্কিত হৈয়েই থাকিব লাগিব। কিছুমান পৰিস্থিতিত, ৱিকিমিডিয়া সমাজসমূহে ব্যৱহাৰকাৰীসকলক প্ৰকল্পসমূহৰ পৰা তেওঁলোকৰ একাউণ্টৰ সৈতে জড়িত অতিৰিক্ত তথ্য আঁতৰোৱাতসহায় কৰিব পাৰে। |
আমাৰ ব্যৱহাৰকাৰীসকলৰ জনগাঁথনিৰ বিষয়ে ভালদৰে বুজিবলৈ, আমাৰ সেৱাসমূহ স্থানীয়কৰণ কৰিবলৈ আৰু আমি আমাৰ সেৱাসমূহ কেনেকৈ উন্নত কৰিব পাৰোঁ― সেইবিষয়ে জানিবলৈ, আমি আপোনাক আপোনাৰ বিষয়ে অধিক জনগাঁথনিগত তথ্য, যেনে লিংগ বা বয়স সুধিব পাৰোঁ। এনে তথ্য ৰাজহুৱা কৰা হ'ব নে ব্যক্তিগত কৰি ৰখা হ'ব― আমি আপোনাক জনাম, যাতে আপুনি সেই তথ্য আমাক প্ৰদান কৰিব বিচাৰে নে নাই― সেইবিষয়ে আপুনি জ্ঞাত সিদ্ধান্ত ল'ব পাৰে। এনে তথ্য প্ৰদান কৰাটো সদায়েই সম্পূৰ্ণৰূপে বৈকল্পিক। যদি আপুনি দিব নিবিচাৰে তেন্তে দিব নালাগে—তেনেই সামান্য কথা।
আমি আগবঢ়োৱা কিছুমান সুবিধাই আৰু ভালকৈ কাম কৰে যদিহে আমি জানো যে আপুনি কোন অঞ্চলত আছে।
যদি আপুনি সন্মতি দিয়ে, আমি আপোনাক অধিক প্ৰাসংগিক বিষয়বস্তু দেখুৱাবলৈজিপিএছ (আৰু সাধাৰণতে অৱস্থান নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা অন্যান্য প্ৰযুক্তি) ব্যৱহাৰ কৰিব পাৰোঁ। আমি এই প্ৰযুক্তিসমূহৰ দ্বাৰা লাভ কৰা তথ্যসমূহ গোপন কৰি ৰাখোঁ, এই নীতিত থকা কিছুমান বস্তুৰ বাহিৰে। আপুনি আমাৰসঘনাই উত্থাপিত প্ৰশ্নাৱলীত আমি এই প্ৰযুক্তিসমূহ কেনেকৈ ব্যৱহাৰ কৰোঁ― তাৰে উদাহৰণসমূহৰ তালিকা চাই অধিক জানিব পাৰিব।
কেতিয়াবা, আমি আপোনাৰ ডিভাইচৰ পৰা স্বয়ংক্ৰিয়ভাৱে অৱস্থানৰ তথ্য লাভ কৰোঁ। উদাহৰণস্বৰূপে― যদি আপুনি ৱিকিমিডিয়া কমঞ্চ ম'বাইল এপত ফটো আপল'ড কৰিব বিচাৰে, আমি আপোনাৰ ডিভাইচৰ পৰা স্বয়ংক্ৰিয়ভাৱেমেটাডাটা, যেনে আপুনি ফটোখন তোলা ঠাই আৰু সময় লাভ কৰিব পাৰোঁ। অনুগ্ৰহ কৰি অৱগত হৈ ৰওক যে, ওপৰত বৰ্ণিত জিপিএছ সংকেত ব্যৱহাৰ কৰি সংগ্ৰহ কৰা অৱস্থানৰ তথ্যৰ বিপৰীতে, আপোনাৰ ম'বাইল ডিভাইচৰ অবিকল্পিত ছেটিঙত সাধাৰণতে ৱিকিমিডিয়া ছাইটসমূহত কৰা আপোনাৰ ফটো বা ভিডিঅ' আপল'ডত মেটাডাটা অন্তৰ্ভুক্ত থাকে। যদি আপুনি আমালৈ মেটাডাটা পঠিয়াই আপোনাৰ আপল'ডৰ সময়ত সেয়া ৰাজহুৱা কৰাটো নিবিচাৰে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ ডিভাইচত ছেটিংছ সলনি কৰক।
অৱশেষত, যেতিয়া আপুনি কোনো এটা ৱিকিমিডিয়া ছাইটলৈ আহে, আমি স্বয়ংক্ৰিয়ভাৱে আপুনি ইণ্টাৰনেটত প্ৰৱেশ কৰিবলৈ ব্যৱহাৰ কৰা ডিভাইচ (বা আপোনাৰপ্ৰক্সী ছাৰ্ভাৰ)ৰআইপি ঠিকনা লাভ কৰোঁ, যিটোআপোনাৰ ভৌগোলিক অৱস্থান অনুমান কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।
আপুনি ৱিকিমিডিয়া ছাইটসমূহ কেনেকৈ ব্যৱহাৰ কৰে― সেইবিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ আমি কিছুমান প্ৰযুক্তি ব্যৱহাৰ কৰোঁ।
আনবোৰ ৱেবছাইটৰ দৰেই আমিও আপোনাৰ বিষয়ে কিছু তথ্য স্বয়ংক্ৰিয়ভাৱে লাভ কৰোঁ যেতিয়া আপুনি ৱিকিমিডিয়া ছাইটসমূহলৈ আহে।
আপুনি ৱিকিমিডিয়া ছাইটসমূহ কেনেকৈ ব্যৱহাৰ কৰে― সেইবিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ, আমাৰ সেৱাসমূহ সুৰক্ষিত আৰু ব্যৱহাৰ কৰাত সহজ কৰি তুলিবলৈ আৰু আপোনাৰ বাবে এক উন্নত আৰু অধিক অনুকূলনযোগ্য অভিজ্ঞতা সৃষ্টি কৰাত সহায় কৰিব পৰাকৈ আমি কুকীজৰ দৰে বিভিন্ন ধৰণৰ সাধাৰণতে ব্যৱহৃত প্ৰযুক্তিও ব্যৱহাৰ কৰোঁ।
আপুনি ৱিকিমিডিয়া ছাইটসমূহ কেনেকৈ ব্যৱহাৰ কৰে― সেইবিষয়ে অধিক জানি লৈ আমি আপোনাৰ বাবে ছাইটসমূহ উন্নত কৰিব বিচাৰোঁ। তাৰে কিছুমান উদাহৰণ হ'ল― আপুনি কিমান সঘনাই ৱিকিমিডিয়া ছাইটসমূহলৈ আহে, আপুনি কি ভাল পায়, আপুনি কি উপযোগী বুলি ভাবে, আপুনি ৱিকিমিডিয়া ছাইটসমূহলৈ কেনেকৈ আহি পায় আৰু আমি কোনো উপযোগী সুবিধাৰ বেলেগ ধৰণে ব্যাখ্যা কৰিলে আপুনি সেইটো বেছিকৈ ব্যৱহাৰ কৰিবনে। আমি এই নীতি আৰু আমাৰ পদ্ধতিসমূহে আমাৰ সমাজৰ মূল্যবোধক প্ৰতিফলিত কৰাটোও বিচাৰোঁ। এইকাৰণে, আমি আপোনাৰ ৱিকিমিডিয়া ছাইটসমূহৰ ব্যৱহাৰৰ সৈতে জড়িত তথ্যসমূহ গোপন কৰি ৰাখোঁ, এই নীতিত থকা কিছুমান বস্তুৰ বাহিৰে।
ব্ৰাউজাৰসমূহে যেনেকৈ কাম কৰে— তাৰ কাৰণে আপুনি ৱিকিমিডিয়া ছাইটসমূহলৈ আহিলে আমি স্বয়ংক্ৰিয়ভাৱে কিছুমান তথ্য লাভ কৰোঁ। আপুনি কেতিয়া কোনোবা তৃতীয় পক্ষৰ ছাইটত কোনো অনলাইন সঁজুলি ব্যৱহাৰ কৰে যিয়ে ৱিকিমিডিয়া ছাইটসমূহৰ পৰা অহা তথ্য ল'ড কৰে― সেইটো তাত অন্তৰ্ভুক্ত থাকে। এই তথ্যৰ ভিতৰত আপুনি ব্যৱহাৰ কৰা ডিভাইচৰ ধৰণ (সম্ভৱতঃ অদ্বিতীয় ডিভাইচ চিনাক্তকৰণ নম্বৰ অন্তৰ্ভুক্ত কৰি, আমাৰ ম'বাইল এপ্লিকেশ্যনসমূহৰ কিছুমান বিটা সংস্কৰণৰ বাবে), আপোনাৰব্ৰাউজাৰৰ ধৰণ আৰু সংস্কৰণ, আপোনাৰ ব্ৰাউজাৰত বাছি থোৱা ভাষা, আপোনাৰ ডিভাইচৰঅপাৰেটিং ছীষ্টেমৰ ধৰণ আৰু সংস্কৰণ, কিছুমান ক্ষেত্ৰত আপোনাৰ ইণ্টাৰনেট সেৱা প্ৰদানকাৰী বা ম'বাইল কেৰিয়াৰৰ নাম, আপোনাক ৱিকিমিডিয়া ছাইটসমূহলৈ পঠিওৱা ৱেবছাইট, আপুনি কোনবোৰ পৃষ্ঠাৰ অনুৰোধ কৰে আৰু কোনবোৰলৈ আহে আৰু আপুনি ৱিকিমিডিয়া ছাইটসমূহক কৰা প্ৰতিটো অনুৰোধৰ তাৰিখ আৰু সময় অন্তৰ্ভুক্ত থাকে।
সহজ ভাষাত ক'বলৈ গ'লে― আমি এই তথ্য ৱিকিমিডিয়া ছাইটসমূহৰ সৈতে আপোনাৰ অভিজ্ঞতা উন্নত কৰিবলৈ ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে― আমি এই তথ্য ছাইটসমূহ পৰিচালনা কৰিবলৈ, অধিক সুৰক্ষা প্ৰদান কৰিবলৈ আৰু ধ্বংসপ্ৰৱণতাৰ বিৰুদ্ধে যুঁজিবলৈ; ম'বাইল এপ্লিকেশ্যনসমূহ অপ্টিমাইজ কৰিবলৈ, বিষয়বস্তু অনুকূলন কৰিবলৈ আৰু পছন্দৰ ভাষাসমূহ নিৰ্ধাৰণ কৰিবলৈ, কি কাম কৰে― চাবলৈ সুবিধাসমূহ পৰীক্ষা কৰি কাৰ্য্যক্ষমতা উন্নত কৰিবলৈ; ব্যৱহাৰকাৰীসকলে ৱিকিমিডিয়া ছাইটসমূহৰ সৈতে কেনেকৈ আদান-প্ৰদান কৰে― বুজিবলৈ, বিভিন্ন সা-সুবিধাৰ ব্যৱহাৰৰ ওপৰত নজৰ ৰাখি অধ্যয়ন কৰিবলৈ, বিভিন্ন ৱিকিমিডিয়া ছাইটৰ জনগাঁথনিৰ বিষয়ে বুজ ল'বলৈ আৰু প্ৰৱণতাসমূহ বিশ্লেষণ কৰিবলৈ ব্যৱহাৰ কৰোঁ।
আপুনি ৱিকিমিডিয়া ছাইটসমূহ কেনেকৈ ব্যৱহাৰ কৰে― সেয়া বুজিবলৈ, আমাৰ সেৱাসমূহ সুৰক্ষিত আৰু ব্যৱহাৰ কৰাত সহজ কৰি তুলিবলৈ আৰু আপোনাৰ বাবে এক উন্নত আৰু অধিক অনুকূলনযোগ্য অভিজ্ঞতা সৃষ্টি কৰাত সহায় কৰিব পৰাকৈ আমি বিভিন্ন ধৰণৰ সাধাৰণতে ব্যৱহৃত প্ৰযুক্তি, যেনে কুকীজ ব্যৱহাৰ কৰোঁ।
আমি সক্ৰিয়ভাৱে বিভিন্ন ধৰণৰ সাধাৰণতে ব্যৱহৃত প্ৰযুক্তিৰ সহায়ত কিছু ধৰণৰ তথ্য সংগ্ৰহ কৰোঁ। ইয়াৰ ভিতৰত সাধাৰণতেট্ৰেকিং পিক্সেল,জাভাস্ক্রিপ্ট আৰু বিভিন্ন "স্থানীয়ভাৱে সংৰক্ষিত তথ্য" প্ৰযুক্তিসমূহ, যেনেকুকীজ আৰুল'কেল ষ্ট'ৰেজ অন্তৰ্ভুক্ত। এইধৰণৰ প্ৰযুক্তিসমূহ ৱিকিমিডিয়া ছাইটসমূহৰ পৰা তথ্য ল'ড কৰা তৃতীয় পক্ষৰ ছাইটত থকা অনলাইন সঁজুলিসমূহতো ব্যৱহাৰ কৰা হ'ব পাৰে। আমি উপলব্ধি কৰিছোঁ যে ইয়াৰে কিছুমান প্ৰযুক্তিৰ বৰ এটা ভাল নাম নাই আৰু এইবোৰ কিছুমান বেয়া কামত ব্যৱহাৰ কৰিব পাৰি। গতিকে আমি এই পদ্ধতিসমূহ কিয় ব্যৱহাৰ কৰোঁ আৰু সেইবোৰেদি আমি কেনেধৰণৰ তথ্য সংগ্ৰহ কৰোঁ― সেয়া যিমান পাৰোঁ স্পষ্ট কৰিব বিচাৰোঁ।
These types of technologies may also be used in online tools on a third-party site that loads information from the Wikimedia Sites. We realize that some of these technologies do not have the best reputation in town and can be used for less-than-noble purposes. So we want to be as clear as we can about why we use these methods and the type of information we collect with them.
আমি কোনটো প্ৰযুক্তি ব্যৱহাৰ কৰোঁ― তাৰ ওপৰত ভিত্তি কৰি, স্থানীয়ভাৱে সংৰক্ষিত তথ্যত পাঠ, ব্যক্তিগত তথ্য (যেনে আপোনাৰআইপি ঠিকনা) আৰু আপোনাৰ ৱিকিমিডিয়া ছাইটসমূহৰ ব্যৱহাৰ-সম্পৰ্কীয় তথ্য (যেনে আপোনাৰ সদস্যনাম বা আপুনি ছাইটলৈ অহাৰ সময়) থাকিব পাৰে। অধিক তথ্যৰ বাবে তলত চাওক।
আমি এই তথ্য ৱিকিমিডিয়া ছাইটসমূহৰ সৈতে আপোনাৰ অভিজ্ঞতা সুৰক্ষিত আৰু উন্নত কৰিবলৈ, ব্যৱহাৰকাৰীৰ পছন্দসমূহ আৰু ৱিকিমিডিয়া ছাইটসমূহৰ সৈতে তেওঁলোকৰ আদান-প্ৰদানৰ বিষয়ে অধিক বুজাবলৈ আৰু সাধাৰণতে আমাৰ সেৱাসমূহ উন্নত কৰিবলৈ ব্যৱহাৰ কৰোঁ। আমি কেতিয়াও তৃতীয় পক্ষৰ কুকীজ ব্যৱহাৰ নকৰোঁ, যদিহে আমি আপোনাৰ অনুমতি নাপাওঁ। যদি আপুনি কেতিয়াবা কোনো তৃতীয় পক্ষৰ তথ্য-সংগ্ৰহ সঁজুলিৰ সন্মুখীন হয় যিটো আপোনাৰ দ্বাৰা অনুমোদিত নহয় (যেনে― হয়তো সেইটো অন্য ব্যৱহাৰকাৰী বা প্ৰশাসকে ভুলক্ৰমে স্থাপন কৰিছে), অনুগ্ৰহ কৰি আমাকprivacy@wikimedia.org-ত অৱগত কৰাওক।
স্থানীয়ভাৱে সংৰক্ষিত তথ্য সম্বন্ধে অধিক তথ্য |
|---|
স্থানীয়ভাৱে সংৰক্ষিত তথ্য, জাভাস্ক্রিপ্ট আৰু ট্ৰেকিং পিক্সেলসমূহে আমাক এনেকুৱা কাম কৰাত সহায় কৰে:
|
আৰু অধিক জানিব বিচাৰেনে? আপুনি আমাৰসঘনাই উত্থাপিত প্ৰশ্নাৱলীত আমি ব্যৱহাৰ কৰা কিছুমান নিৰ্দিষ্ট কুকীজ, সেইবোৰৰ ম্যাদ কেতিয়া শেষ হয় আৰু আমি সেইবোৰ কি কামত ব্যৱহাৰ কৰোঁ― সেইবোৰৰ বিষয়ে অধিক পঢ়িব পাৰে।
আমি বিশ্বাস কৰোঁ যে এই তথ্য-সংগ্ৰহে আপোনাৰ ব্যৱহাৰকাৰী অভিজ্ঞতা উন্নত কৰাত সহায় কৰে, কিন্তু আপোনাৰ ব্ৰাউজাৰৰ ওপৰত ভিত্তি কৰি, আপুনি আপোনাৰ ব্ৰাউজাৰ ছেটিংছৰ জৰিয়তে কিছুমান বা সকলো স্থানীয়ভাৱে সংৰক্ষিত তথ্য আঁতৰাব বা নিষ্ক্ৰিয় কৰিব পাৰে। আপুনি আমাৰসঘনাই উত্থাপিত প্ৰশ্নাৱলীত আপোনাৰ হাতত থকা কিছুমান বিকল্পৰ বিষয়ে অধিক জানিব পাৰিব। আমাৰ ছাইটসমূহ ব্যৱহাৰ কৰিবলৈ স্থানীয়ভাৱে সংৰক্ষিত তথ্যৰ প্ৰয়োজন নহ'বও পাৰে যদিও আপুনি স্থানীয়ভাৱে সংৰক্ষিত তথ্য নিষ্ক্ৰিয় কৰিলে কিছুমান সুবিধা সঠিকভাৱে কাম নকৰিব।
ওপৰোক্ত উদাহৰণসমূহত থকা তথ্য-সংগ্ৰহ সঁজুলিৰ ব্যৱহাৰৰ জৰিয়তে সংগ্ৰহ কৰা আপোনাৰ তথ্য এই নীতি অনুসৰি গোপন কৰি ৰখা হয় যদিও, অনুগ্ৰহ কৰি মন কৰিব যে আপোনাৰ সদস্যনামে গ্ৰহণ কৰা কাৰ্য্যসমূহৰ বিষয়ে কিছুমান তথ্য অন্যান্য ব্যৱহাৰকাৰীয়ে গ্ৰহণ কৰা কাৰ্য্যসমূহৰ লগতেৰাজহুৱা পঞ্জীৰ যোগেদি ৰাজহুৱাভাৱে উপলব্ধ কৰোৱা হয়। উদাহৰণস্বৰূপে― এটা ৰাজহুৱা পঞ্জীত কোনোবা ৱিকিমিডিয়া ছাইটত অন্যান্য একাউণ্ট সৃষ্টি কৰা তাৰিখসমূহৰ লগতে আপোনাৰ একাউণ্ট কোনোবা ৱিকিমিডিয়া ছাইটত সৃষ্টি কৰা তাৰিখো থাকিব পাৰে।
আমি আৰু আমাৰ সেৱা প্ৰদানকাৰীসকলে আপোনাৰ তথ্য আমাৰ দানশীল মিছন অনুসৰণ কৰাৰ আইনসংগত উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰোঁ, য'ত অন্তৰ্ভুক্ত আছে:
ৱিকিমিডিয়া ছাইটসমূহ পৰিচালনা কৰা, আপোনাৰ অৱদানসমূহ ভাগ-বতৰা কৰা আৰু আমাৰ সেৱাসমূহ পৰিচালনা কৰা। |
|---|
আমি আপোনাৰ সৈতে আমাৰ সম্পৰ্ক পৰিচালনা কৰিবলৈ এই কাৰ্য্যকলাপত লিপ্ত হওঁ, কাৰণ ইয়াত আমাৰ আইনসংগত হিত জড়িত হৈ আছে আৰু/বা আমাৰ আইনী বাধ্যবাধকতাসমূহ মানি চলিবলৈ। |
অনুকূলিত সেৱাসমূহ প্ৰদান কৰা। |
|---|
আমি সেৱাসমূহ অনুকূলিত কৰিম, কিছুমান ক্ষেত্ৰত, আপোনাৰ সন্মতি সাপেক্ষে; বা আমাৰ আইনসংগত হিতৰ লগত খাপ খুৱাই। |
আমি আপোনাৰ ভাল লাগিব বুলি ভবা বাতৰিৰ আপডে'ট আৰু বিভিন্ন বস্তুৰ তথ্যসহ ইমেইল পঠিওৱা। |
|---|
আমি আপোনালৈ কেৱল আপোনাৰ সন্মতি সাপেক্ষে আৰু নহ'লে প্ৰযোজ্য আইনৰ দ্বাৰা অনুমতি দিয়া হ'লেহে এনেধৰণৰ ইমেইল পঠিয়াম। আমি আপোনাক তৃতীয় পক্ষৰ সামগ্ৰী বা সেৱাসমূহৰ বিজ্ঞাপন দিবলৈ আপোনাৰ ইমেইল ঠিকনা বিক্ৰী নকৰোঁ, ভাড়াত নিদিওঁ বা ব্যৱহাৰ নকৰোঁ। আপুনি আপোনাৰ জাননীৰ পছন্দসমূহ আৰু ব্যৱহাৰকাৰী প্ৰ'ফাইললৈ গৈ আপুনি কেনেধৰণৰ জাননী লাভ কৰে আৰু আপুনি সেইবোৰ কিমান সঘনাই লাভ কৰে― পৰিচালনা কৰিব পাৰে। আপুনি ইমেইল আৰু জাননীসমূহৰ বিষয়ে আৰু আপোনাৰ পছন্দসমূহ কেনেকৈ সলনি কৰিব লাগে― তাৰ বিষয়ে আমাৰসঘনাই উত্থাপিত প্ৰশ্নাৱলীত অধিক জানিব পাৰিব। |
বৈকল্পিক জৰীপ পঠিওৱা আৰু মতামত বিচৰা। |
|---|
আমি আপোনাক আপোনাৰ চিন্তাধাৰা ভাগ-বতৰা কৰাৰ সুযোগ দিলে আপোনাৰ উত্তৰসমূহ আৰু আপুনি প্ৰদান কৰা যিকোনো ব্যক্তিগত তথ্য আমি কেনেকৈ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছোঁ― সেইবিষয়ে আপোনাক সদায়েই ক'ম। আমাৰ জৰীপ আৰু মতামতৰ অনুৰোধৰ প্ৰতি আপোনাৰ সঁহাৰি সদায়েই বৈকল্পিক। আমি এনেধৰণৰ অনুৰোধস আপোনাক কেৱল আপোনাৰ সন্মতি সাপেক্ষে আৰু নহ'লে প্ৰযোজ্য আইনৰ দ্বাৰা অনুমতি দিয়া হ'লেহে ইমেইল কৰিম। আপুনি আপোনাৰ জাননীৰ পছন্দসমূহ আৰু ব্যৱহাৰকাৰী প্ৰ'ফাইললৈ গৈ আপুনি কেনেধৰণৰ জাননী লাভ কৰে আৰু আপুনি সেইবোৰ কিমান সঘনাই লাভ কৰে― পৰিচালনা কৰিব পাৰে। আপুনি ইমেইল আৰু জাননীসমূহৰ বিষয়ে আৰু আপোনাৰ পছন্দসমূহ কেনেকৈ সলনি কৰিব লাগে― তাৰ বিষয়ে আমাৰসঘনাই উত্থাপিত প্ৰশ্নাৱলীত অধিক জানিব পাৰিব। |
ৱিকিমিডিয়া ছাইটসমূহ উন্নত কৰা আৰু আপোনাৰ ব্যৱহাৰকাৰী অভিজ্ঞতা সুৰক্ষিত আৰু উন্নত কৰা। |
|---|
* স্পেম, পৰিচয়-চুৰি, মেলৱেৰ আৰু অন্যান্য ধৰণৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজিবলৈ।* ম'বাইল আৰু অন্যান্য এপ্লিকেশ্যনসমূহ অপ্টিমাইজ কৰিবলৈ।* কি কাম কৰে― চাবলৈ সুবিধাসমূহ পৰীক্ষা কৰিবলৈ, ব্যৱহাৰকাৰীসকলে ৱিকিমিডিয়া ছাইটসমূহৰ সৈতে কেনেকৈ আদান-প্ৰদান কৰে― বুজিবলৈ, বিভিন্ন সা-সুবিধাৰ ব্যৱহাৰৰ ওপৰত নজৰ ৰাখি অধ্যয়ন কৰিবলৈ, বিভিন্ন ৱিকিমিডিয়া ছাইটৰ জনগাঁথনিৰ বিষয়ে বুজ ল'বলৈ আৰু প্ৰৱণতাসমূহ বিশ্লেষণ কৰিবলৈ। We engage in these activities to further our legitimate interest and/or to comply with our legal obligations. |
As stated above, we can use commonly-used location technologies to show you more relevant content. For example, our mobile apps can identify articles from the Wikimedia sites about points of interest near your location. As a reminder, you can consent to and/or deactivate our access to these location technologies at any time for example through the native OS functionalities on your mobile device, and still use the Wikimedia Sites.
As stated above, we may automatically receive location data from your device. For example, if you upload a photo using the Wikimedia Commons mobile app, please be aware that the default setting on your mobile device typically results in the metadata associated with your photo being included in the upload. As a reminder, if you do not want metadata sent to us and made public at the time of your upload, please change your settings on your device.
When you visit any Wikimedia Site, we automatically receive theIP address of the device (or your proxy server) you are using to access the Internet, which could be used to infer your geographical location. We keep IP addresses confidential, except as provided in this Policy. If you are visiting Wikimedia Sites with your mobile device, we may use your IP address to provide anonymized or aggregated information to service providers regarding the volume of usage in certain areas.
We use this location information to make your experience with the Wikimedia Sites safer and better, to gain a greater understanding of user preferences and their interaction with the Wikimedia Sites, and to generally improve our services. For example, we use this information to provide greater security, optimize mobile applications, and learn how to expand and better support Wikimedia communities. We also use Personal Information in the manner described in the sections of this Policy titled "For Legal Reasons" and "To Protect You, Ourselves & Others."
We use and share your Personal Information when you give us specific permission to do so, for legal reasons, and in the other circumstances described below.
We share your Personal Information for a particular purpose, if you agree. For example, if you receive a scholarship and we ask permission to share your Personal Information with a local chapter. You can find more information in the list of examples in ourFAQ.
We will disclose your Personal Information to public authorities or other persons in response to an official legal process only if we believe it to be legally valid. See also ourRequests for user information procedures and guidelines. We will notify you of such requests when possible. We do so to further our legitimate interest and/or to comply with our legal obligations.
We will access, use, preserve, and/or disclose your Personal Information if we reasonably believe it necessary to satisfy a valid and legally enforceable warrant, subpoena, court order, law or regulation, or other judicial or administrative order. However, if we believe that a particular request for disclosure of a user's information is legally invalid or an abuse of the legal system and the affected user does not intend to oppose the disclosure themselves, we will try our best to fight it. We are committed to notifying you via email at least ten (10) calendar days, when possible, before we disclose your Personal Information in response to a legal demand. However, we may only provide notice if we are not legally restrained from contacting you, there is no credible threat to life or limb that is created or increased by disclosing the request, and you have provided us with an email address.
Nothing in this Privacy Policy is intended to limit any legal objections or defenses you may have to a third-party's request (whether it be civil, criminal, or governmental) to disclose your Personal Information. We recommend seeking the advice of legal counsel immediately if such a request is made involving you.
For more information, see ourSubpoena FAQ.
In the unlikely event that the ownership of the Foundation changes, we will provide you 30 days' notice before any Personal Information is transferred to the new owners or becomes subject to a different privacy policy.
In the extremely unlikely event that ownership of all or substantially all of the Foundation changes, or we go through a reorganization (such as a merger, consolidation, or acquisition), consistent with our legitimate interest, we will continue to keep your Personal Information confidential, except as provided in this Policy, and provide notice to you via the Wikimedia Sites and a notification onWikimediaAnnounce-L or similar mailing list at least thirty (30) calendar days before any Personal Information is transferred or becomes subject to a different privacy policy.
We, or users with certain administrative rights, use and disclose Personal Information that is reasonably necessary to:
We do so to manage our relationship with you, to further our legitimate interest, and/or to comply with our legal obligations.
We, or particular users with certain administrative rights as described below, need to use and share your Personal Information if it is reasonably believed to be necessary to enforce or investigate potential violations of ourTerms of Use, this Privacy Policy, or any Wikimedia Foundation or user community-based policies. We may also need to access and share Personal Information to investigate and defend ourselves against legal threats or actions.
Wikimedia Sites are collaborative, with users writing most of the policies and selecting from amongst themselves people to hold certain administrative rights. These rights may include access to limited amounts of otherwise nonpublic information about recent contributions and activity by other users. They use this access to help protect against vandalism and abuse, fight harassment of other users, and generally try to minimize disruptive behavior on the Wikimedia Sites. These various user-selected administrative groups have their own privacy and confidentiality guidelines, but all such groups are supposed to agree to follow ourAccess to nonpublic personal data policy or similarly protective agreements. These user-selected administrative groups are accountable to other users through checks and balances: users are selected through a community-driven process and overseen by their peers through a logged history of their actions. However, the legal names of these users are not known to the Wikimedia Foundation.
We hope that this never comes up, but we may disclose your Personal Information if we believe that it is reasonably necessary to prevent imminent and serious bodily harm or death to a person, or to protect our organization, employees, contractors, users, or the public. We may also disclose your Personal Information if we reasonably believe it necessary to detect, prevent, or otherwise assess and address potential spam, malware, fraud, abuse, unlawful activity, and security or technical concerns. (Check out the list of examples in ourFAQ for more information.)
We disclose Personal Information to our third-party service providers or contractors to help run or improve the Wikimedia Sites and provide services in support of our mission.
We use third-party service providers or contractors to help run or improve the Wikimedia Sites for you and other users. The privacy policies of some of these third-party service providers or contractors can be found on ourSelect Service Providers' Information page. We give access to your Personal Information to these providers or contractors as needed to perform their services for us or to use their tools and services. We put requirements, such as confidentiality agreements, in place to help ensure that these service providers treat your Personal Information consistently with, and no less protective of your privacy than, the principles of this Policy. For further information, please see ourFAQ.
If you are visiting Wikimedia Sites with your mobile device, we use your IP address to provide anonymized or aggregated information to service providers regarding the volume of usage in certain areas.
Some of our service providers ask us to post links to their privacy policies; a list of these service providers and links to their policies can be foundon this page.
The open-source software that powers the Wikimedia Sites depends on the contributions of volunteer software developers, who spend time writing and testing code to help it improve and evolve with our users' needs. To facilitate their work, we give some developers limited access to systems that contain your Personal Information, but only as reasonably necessary for them to develop and contribute to the Wikimedia Sites.
Similarly, we share non-Personal Information or aggregated information with researchers, scholars, academics, and other interested third parties who wish to study the Wikimedia Sites. Sharing this Personal Information helps them understand usage, viewing, and demographics statistics and patterns. They then can share their findings with us and our users so that we can all better understand and improve the Wikimedia Sites.
When we give access to Personal Information to third-party developers or researchers, we put requirements, such as reasonable technical and contractual protections, in place to help ensure that these service providers treat your Personal Information consistently with the principles of this Policy and in accordance with our instructions. If these developers or researchers later publish their work or findings, we ask that they not disclose your Personal Information. Please note that, despite the obligations we impose on developers and researchers, we cannot guarantee that they will abide by our agreement, nor do we guarantee that we will regularly screen or audit their projects. (You can learn more about re-identification in ourFAQ.)
Information that you post is public and can be seen and used by everyone.
Any information you post publicly on the Wikimedia Sites is just that – public. For example, if you put your mailing address on your talk page, that is public, and not specifically protected by this Policy. And if you edit without registering, logging into your account, or using a temporary account, then your IP address will be seen publicly. Please think carefully about your desired level of privacy before you disclose Personal Information on your user page or elsewhere.
We use a variety of physical and technical measures, policies, and procedures to help protect your Personal Information from unauthorized access, use, or disclosure.
We strive to protect your Personal Information from unauthorized access, use, or disclosure. We use a variety of physical and technical measures, policies, and procedures (such as access control procedures, network firewalls, and physical security) designed to protect our systems and your Personal Information. Unfortunately, there is no such thing as completely secure data transmission or storage, so we cannot guarantee that our security will not be breached (by technical measures or through violation of our policies and procedures).
We will never ask for your password by email (but may send you a temporary password via email if you have requested a password reset). If you ever receive an email that requests your password,please let us know by sending it to privacy@wikimedia.org, so we can investigate the source of the email.
Except as otherwise stated in this Policy, we only keep your Personal Information as long as necessary to maintain, understand and improve the Wikimedia Sites or to comply with applicable law.
Once we receive Personal Information from you, we keep it for the shortest possible time that is consistent with the maintenance, understanding, and improvement of the Wikimedia Sites, and our obligations under applicable law. In most instances, Personal Information is deleted, aggregated or de-identified after 90 days. Non-Personal Information may be retained indefinitely as appropriate. (Check out the list of examples in ourFAQ.)
Please remember that when you make a contribution to any Wikimedia Site, the page history will show when your contribution was made, your username (if you are signed in), or your temporary account username (if you edit while not logged in). The transparency of the projects' contribution and revision histories is critical to their efficacy and trustworthiness. To learn more about our data retention practices, see ourdata retention guidelines.
If you would like to request access to or removal of your Personal Information, you may contact us.
For information about how you may request removal of your Personal Information, or other rights you may have with respect to your Personal Information, see ourFAQ. If you would like to request to access, update or restrict/object to the processing of Personal Information, or receive a copy of your Personal Information for purposes of transmitting it to another organization, you mayContact Us. We will respond to your request consistent with applicable law.
Please note also that you may be able to exercise some of these rights without our intervention. For example, if you are a registered user, you can access and update some Personal Information in your Preferences, as well as download your user account data. You may also manage what kinds of notifications you receive and how often you receive them by going to your Notifications Preferences.
ৱিকিমিডিয়া ফাউণ্ডেশ্যন আৰু অন্য ব্যৱহাৰকাৰীসকলৰ সুৰক্ষাৰ বাবে, যদি আপুনি এই গোপনীয়তা নীতিৰ সৈতে একমত নহয়, তেন্তে আপুনি ৱিকিমিডিয়া ছাইটসমূহ ব্যৱহাৰ কৰিব নোৱাৰিব।
The Wikimedia Foundation is a non-profit organization based in San Francisco, California, with servers and data centers located in the U.S. If you decide to use Wikimedia Sites, whether from inside or outside of the U.S., you understand that your Personal Information will be collected, transferred, stored, processed, disclosed and otherwise used in the U.S. as described in this Privacy Policy. You also understand that your information may be transferred by us from the U.S. to other countries, which may have different or less stringent data protection laws than your country, in connection with providing services to you.
We are strongly committed to protecting users' Personal Information. Under this Policy, we may share your information only under particular situations, which you can learn more about in the"When May We Share Your Information" section of this Privacy Policy. In particular, we do not share your Personal Information for marketing purposes.
Because we protect all users in accordance with this Privacy Policy, we do not change our behavior in response to a web browser's "do not track" signal.
For more information regarding Do Not Track signals and how we handle them, please visit ourFAQ.
Substantial changes to this Policy will not be made until after a public comment period of at least 30 days.
Because things naturally change over time and we want to ensure our Privacy Policy accurately reflects our practices and the law, it may be necessary to modify this Privacy Policy from time to time. We reserve the right to do so in the following manner:
We ask that you please review the most up-to-date version of our Privacy Policy. Your continued use of the Wikimedia Sites after any effective date of a subsequent version of this Privacy Policy constitutes acceptance of this Privacy Policy on your part.
If you have questions or suggestions about this Privacy Policy, or the information collected under this Privacy Policy, please email us atprivacy@wikimedia.org orcontact us directly. If you are located in the European Economic Area and have questions about your personal data or would like to request to access, update, or delete it, you may contact our representative via email at EUrepresentative.Wikimedia@twobirds.com, or via mail at:
If you are an individual located in the United Kingdom, and have questions about your personal data or would like to request to access, update, or delete it, you may contact our representative via email at UKrepresentative.Wikimedia@twobirds.com, or via mail at:
Our European Economic Area and United Kingdom Representative can only be contacted for queries in relation to data protection.
Depending on your jurisdiction, you also may have the right to lodge a complaint with a supervisory authority competent for your country or region.
Thank you for reading our Privacy Policy. We hope you enjoy using the Wikimedia Sites and appreciate your participation in creating, maintaining, and constantly working to improve the largest repository of free knowledge in the world.
Please note that in the event of any differences in meaning or interpretation between the original English version of this Privacy Policy and a translation, the original English version takes precedence.
This version was approved byStephen LaPorte on September 3, 2025, pursuant to theDelegation of policy-making authority by the Board, and went into effect on October 6, 2025. Previous versions can be found below: