Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিউদ্ধৃতি
সন্ধান কৰক

বেটুপাত

ৱিকিউদ্ধৃতিৰ পৰা
ৱিকিউদ্ধৃতিলৈ স্বাগতম!
যিকোনো লোকে সম্পাদনা কৰিব পৰাউদ্ধৃতিৰ বিনামূলীয়া সংকলন।
অসমীয়া ৱিকিউদ্ধৃতিত বৰ্তমান১,২১৮ টা লেখা আছে।

আজিৰ উদ্ধৃতি

“আপুনি নিজক লৈ আপোনাৰ মনত যিখন প্ৰতিচ্ছবি আঁকে বা যি ধাৰণাৰ সৃষ্টি কৰি লয় সেইমতেই আপোনাৰ জীৱনটো পৰিচালিত হয় তথা সেইমতেই জীৱন গঢ় লয়।”
~পলাশ কলিতা ~


আজিৰ উদ্ধৃতি যোগ কৰক

ফকৰা যোজনাজতুৱা ঠাঁচডাকৰ বচনসাঁথৰবিহুনামশ্লোগানবৰ্ণানুক্ৰমিক সূচী

ৱিকিউদ্ধৃতি কি?

ৱিকিউদ্ধৃতি হৈছে অসমীয়া ভাষাৰ বিভিন্ন উদ্ধৃতিৰ এক অনলাইন সংকলন। ইয়াত যিকোনো ব্যৱহাৰকাৰীয়ে নতুন উদ্ধৃতি সন্নিবিষ্ট কৰিব পাৰে, অথবা আগৰে পৰা থকা উদ্ধৃতিত যদি ভুল থাকে সেয়া শুদ্ধ কৰিব পাৰে।

ৱিকিউদ্ধৃতিৰ অৱদানকাৰীসকললৈ সাদৰেৰে অনুৰোধ জনোৱা হ’ল যাতে তেওঁলোকে অসমীয়া ভাষাৰ প্ৰচলিত বানান পদ্ধতি মানি চলে। আপুনি যিকোনো এটা পৃষ্ঠা কেনেকৈ সম্পাদনা কৰিব পাৰি তাক শিকিবলৈসহায় পৃষ্ঠাটো দৰ্শন কৰিব পাৰে নাইবা আপোনাৰপৰীক্ষাগাৰত পৰীক্ষা কৰিব পাৰে; বা ৱিকিউদ্ধৃতিত অৱদান আগবঢ়াবলৈপ্ৰৱেশ কৰিব পাৰে।

ইতিহাস

ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প ৱিকিউদ্ধৃতিৰ আৰম্ভণি হৈছিল ২০০৩ চনৰ ২৭ জুনত। ইয়াক মূলতঃ ৱোল্ফ ৱিকিত অস্থায়ীভাৱে স্থাপিত কৰা হৈছিল, কিন্তু ১০ জুলাইত ইয়াক ৱিকিপিডিয়া ছাৰ্ভাৰলৈ স্থানান্তৰিত কৰা হয়।

মাহটোৰ শেষলৈ অৰ্থাৎ ২০০৩ চনৰ ৩১ জুলাইত ৱিকিউদ্ধৃতিত থকা প্ৰৱিষ্টিৰ সংখ্যা আছিল ১৭২ টা, স্বয়ংনিশ্চিত ৱিকিউদ্ধৃতিয়ান আছিল ১০ গৰাকী আৰু পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী আছিল ৪৮ জন।

এমাহৰ পিছত, ২০০৩ চনৰ ৩১ আগষ্টত ইয়াৰ সংখ্যা বাঢ়ি যথাক্ৰমে ৩৩৯ টা পৃষ্ঠা, ১৮ জন স্বয়ংনিশ্চিত ৱিকিউদ্ধৃতিয়ান আৰু ১০৫ জন পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী হয়গৈ। ২০০৪ চনৰ ১ আগষ্টত ইয়াত ৩০০-ৰো অধিক পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী হোৱাৰ লগতে ২৭ জন স্বয়ংনিশ্চিত ৱিকিউদ্ধৃতিয়ান আছিল।

অসমীয়া ৱিকিউদ্ধৃতিয়ে ২০২৩ চনৰ ৪ জানুৱাৰীত নিজাকৈ ড'মেইন লাভ কৰে।

সমাজ

প্ৰবন্ধ লিখন

নীতিপৃষ্ঠা কেনেকৈ সম্পাদনা কৰেৰচনাশৈলীৰ হাতপুথি (সজ্জা) আৰুৰচনাশৈলীৰ হাতপুথিৰাজহুৱা ক্ষেত্ৰ আৰুভাগ-বতৰাপ্ৰবিষ্টিৰ অনুৰোধসমূহ

প্ৰকল্পটোৰ বিষয়ে

পৃষ্ঠাটোৰ বিষয়েসাঁচসমূহবানানসমাজৰ বাটচ’ৰাৱিকিউদ্ধৃতি কি নহয়ৰাইজৰ চ'ৰাৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)তথ্য কেন্দ্ৰঅনুৰোধৱিকিউদ্ধৃতিয়ানউপযোগিতাসততে উদিত প্ৰশ্নসমূহৱিকিউদ্ধৃতিৰ ইতিহাসৱিকিউদ্ধৃতিঅন্য ভাষাৰ ৱিকিউদ্ধৃতিসমূহছফ্টৱেৰৱিকিমিডিয়া

ৱিকিউদ্ধৃতিৰ ভগ্নী প্ৰকল্পসমূহ
অব্যৱসায়ীক প্ৰতিষ্ঠানৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ:

Commonsৱিকিমিডিয়া কমন্স
অংশীদাৰী মিডিয়া ভঁৰাল
Wikipediaৱিকিপিডিয়া
মুক্ত বিশ্বকোষ
Wikiversityৱিকিবিশ্ববিদ্যালয়
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম
Wikibooksৱিকিগ্ৰন্থ
মুক্ত পাঠ্যপুথি আৰু হাতপুথি
Wikisourceৱিকিউৎস
মুক্ত উৎসৰ পুথিভঁৰাল
Wiktionaryৱিকিঅভিধান
অভিধান আৰু সমাৰ্থক শব্দকোষ
Wikinewsৱিকিসংবাদ
মুক্ত উৎসৰ বাতৰি
Wikispeciesৱিকিপ্ৰজাতি
জীৱপ্ৰজাতি নিৰ্দেশিকা
Meta-Wikiমেটাৱিকি
ৱিকিমিডিয়া প্ৰকল্প সমন্বয়
কেশ্ব পৰিষ্কাৰ কৰক ইনষ্টাগ্ৰাম এক্স (টুইটাৰ)
"https://as.wikiquote.org/w/index.php?title=বেটুপাত&oldid=19735"ৰ পৰা অনা হৈছে
শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp