হতাশা মানৱ মনৰ উৎসাহহীন অৱস্থা আৰু কাৰ্য্যকলাপৰ প্ৰতি আগ্ৰহহীন অৱস্থা।
- কেতিয়াও হতাশ নহ’ব আৰু যদি কেতিয়াবা হতাশাত আপোনাৰ মন ভাগি পৰেও তথাপি নিজৰ কামত লাগি থাকিব। (এডমাণ্ড বাৰ্ক)[১]
- যি মানুহ হতাশ হ’ব নাজানে, তেওঁ জীয়াই থকাৰ দৰকাৰ নাই। (গ্যেটে)[১]
- অসত্যতাৰ প্ৰতি মুহূৰ্ততে হতাশা আছে। (কাৰ্লাইল)[১]
- হতাশাক মনৰ পৰা উলিয়াই আনি দূৰলৈ দলিয়াই পেলাওক, নিজৰ উদ্দেশ্যক ধিয়াই কাম কৰি চিন্তাৰে আগুৱাই যাওক। (ডেল কাৰ্নেগী)[১]