Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

অষ্ট্ৰিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Austriaৰ পৰা পুনঃনিৰ্দেশিত)
এইচমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলেযোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবেইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰিসহায়িকাখনত এবাৰ চকু ফুৰাব।


অষ্ট্ৰিয়া গণৰাজ্য
Republik Österreich  (Script error: The function "name_from_code" does not exist.)
ৰাষ্ট্ৰীয় সঙ্গীত

অষ্ট্ৰিয়া-ৰ অৱস্থান
অষ্ট্ৰিয়া-ৰ অৱস্থান
 অষ্ট্ৰিয়াৰ অৱস্থান  (ডাঠ সেউজীয়া)

– ইউৰোপৰ মেপত  (সেউজীয়া & ডাঠ ধূসৰ)
– ইউৰোপীয় সংঘৰ মেপত  (সেউজীয়া)  —  [Legend]

ৰাজধানী
(আৰু বৃহত্তম নগৰ)
ভিয়েনা
48°12′N16°21′E / 48.2°N 16.35°E /48.2; 16.35
ৰাষ্ট্ৰভাষা (সমূহ)জাৰ্মান[a]
জনগোষ্ঠীসমূহ (২০১২)
জাতীয়তাসূচক বিশেষণঅষ্ট্ৰিয়ান
মাটিকালি
 - মুঠ৮৩,৮৭৯ বৰ্গ কিমি (115th)
৩২,৩৮৫.৮৬ বৰ্গ মাইল 
 - জলভাগ (%)১.৭ (১,৪২৬ বৰ্গ কিমি)
জনসংখ্যা
 - 2015 আনুমানিক৮৬,০২,১১২'"`UNIQ--ref-০০০০০০০১-QINU`"' (৯৪th)
জিডিপি (পিপিপি)2015 আনুমানিক
 - মুঠ$402.420 billion[3] 
 - জনমুৰি$47,031[3] 
জিডিপি (নামমাত্ৰ)2015 আনুমানিক
 - মুঠ$380.555 billion[3] 
 - জনমুৰি$44,475[3] 
জিনি সহগ? (2011)26.3 
মানৱ উন্নয়ন সূচক (2013)0.881 (21st)
মুদ্ৰাEuro ()[b] (EUR)
সময় অঞ্চলCET(ইউটিচি+01)
 - গ্ৰীষ্মকালীন (ডিএছটি)CEST (ইউটিচি+02)
গাড়ী চলোৱা হয়right
ইণ্টাৰনেট টিএলডি.at[c]
কলিং ক'ড++43

অষ্ট্ৰিয়া, আনুষ্ঠানিকভাৱে অষ্ট্ৰিয়া গণৰাজ্যমধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। এই দেশত প্ৰায় ৮.৫ মিলিয়ন লোকে বাস কৰে।স্থলবেষ্টিত এই দেশৰ উত্তৰেজাৰ্মানী আৰুচেক প্ৰজাতন্ত্ৰ, পূবেস্লোভাকিয়া আৰুহাঙ্গেৰি, দক্ষিণেস্লোভেনিয়া আৰুইটালী, আৰু পশ্চিমেছুইজাৰলেণ্ড আৰুলিছটেন্‌ষ্টাইন আছে। অষ্ট্ৰিয়া মূলতআল্পছ পৰ্বতমালাৰ উপৰত অৱস্থিত। দেশখনৰ তিনি-চতুৰ্থাংশ এলেকাই পৰ্বতময়।

অষ্ট্ৰিয়া এখন সংসদীয় গণতন্ত্ৰ। ইয়াত ৯খন ফেডাৰেল ৰাজ্য আছে। এইখন ইউৰোপৰ ৬খন ৰাষ্ট্ৰ মাজৰ অন্যতম যাৰ স্থায়ীভাবে নিৰপেক্ষতা ঘোষণা কৰা হৈছে। অষ্ট্ৰিয়াত ১৯৫৫ চনৰ পৰাইজাতিসংঘৰ আৰু ১৯৯৫ চনৰ পৰাইইউৰোপীয় ইউনিয়নৰ সদস্য হিচাপে আছে।

অষ্ট্ৰিয়া অতীতত হাবছবুৰ্গ ৰাজাসকলৰ অধীনস্থ এখন বিস্তৃত শক্তিশালী সাম্ৰাজ্যৰ প্ৰাণকেন্দ্ৰ আছিল। ভিয়েনা সেই সাম্ৰাজ্যৰ ৰাজকীয় ৰাজধানী আছিল। ভিয়েনা বৰ্তমানেও অষ্ট্ৰিয়াৰ ৰাজধানী আৰু বিশ্বৰ অন্যতম প্ৰধান চহৰ হিচাপে গণ্য কৰা হয়। ইয়াৰ ৰাজকীয় ৰূপ, অসাধাৰণ বাৰোক স্থাপত্য, সঙ্গীত আৰু নাট্যকলা জগৎ বিখ্যাত।


নামাকৰণ

[সম্পাদনা কৰক]

জাৰ্মান নাম অষ্টেৰেইকৰ অৰ্থ পূবৰ সাম্ৰাজ্য।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Kommission für Migrations und Integrationsforschung der Österreichischen Akademie der Wissenschaften" (PDF). Statistik Austria. 2012. পৃষ্ঠা: 27. Archived fromthe original on 2017-01-14. https://web.archive.org/web/20170114032851/http://medienservicestelle.at/migration_bewegt/wp-content/uploads/2012/07/IBIB_2012_Integrationsbericht.pdf। আহৰণ কৰা হৈছে: 2015-08-26. 
  2. "Population". http://www.statistik.at/web_de/statistiken/menschen_und_gesellschaft/bevoelkerung/bevoelkerungsstand_und_veraenderung/bevoelkerung_zu_jahres-_quartalsanfang/023582.html. 
  3. 3.03.13.23.3"Austria". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2015/01/weodata/weorept.aspx?pr.x=67&pr.y=14&sy=2014&ey=2020&scsm=1&ssd=1&sort=country&ds=.&br=1&c=122&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC&grp=0&a=। আহৰণ কৰা হৈছে: April 2015. 
  4. ক্লাগেন্ফাৰ্ট বিশ্ববিদ্যালয়

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
 জাৰ্মানী চেক গণৰাজ্য শ্ল'ভাকিয়া
 ছুইজাৰলেণ্ড লাইচটেনষ্টাইন হাংগেৰী
   অষ্ট্ৰিয়া    
 ইটালী ইটালী শ্ল’ভেনিয়া
"https://as.wikipedia.org/w/index.php?title=অষ্ট্ৰিয়া&oldid=379744"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2025 Movatter.jp