Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

৯ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মে'
দেসোবুবৃশু
১০
১১১২১৩১৪১৫১৬১৭
১৮১৯২০২১২২২৩২৪
২৫২৬২৭২৮২৯৩০৩১
২০২৫

৯ মে' (ইংৰাজী:9 May) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৯তম (অধিবৰ্ষত ১৩০তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩৬টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯৫৫ - শীতল যুদ্ধ‌: পশ্চিম জাৰ্মানীয়ে নাটোত যোগদান কৰে।
  • ২০১৪ -শশী কাপুৰক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।

জন্ম

[সম্পাদনা কৰক]
  • ১৫৪০ - মহাৰাণা প্ৰতাপ, ভাৰতীয় শাসনকৰ্তা।
  • ১৮৬৬ -গোপাল কৃষ্ণ গোখলে, ভাৰতীয় ৰাজনৈতিক নেতা আৰু সমাজ সংস্কাৰক।
  • ১৯৫৩ -মল্লিকা সাৰাভাই, ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী তথা অভিনেত্ৰী।
  • ১৯৯২ -ছাই পল্লৱী, ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী।

মৃত্যু

[সম্পাদনা কৰক]
  • ১৯৮১ -দুৰ্গাবাঈ দেশমুখ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ।
  • ১৯৮৬ -টেনজিং নৰ্গে, এজন নেপালী শেৰপা পৰ্বতাৰোহী আৰু এডমণ্ড হিলাৰীৰ লগত প্ৰথম এভাৰেষ্ট শৃঙ্গ বিজয়ী। (জন্ম:২৯ মে', ১৯১৪)
  • ১৯৯৮ - তালাত মেহমুদ, ভাৰতীয় সংগীতজ্ঞ।
  • ২০১৫ - এলিজাবেথ উইলছন, আমেৰিকান অভিনেত্ৰী।
  • ২০২৩ -মিহিৰজ্যোতি বৰুৱা, অসমীয়া মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা।

দিৱস

[সম্পাদনা কৰক]
  • বিজয় দিৱস (ছোভিয়েট সংঘ)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত৯ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে।
প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ
"https://as.wikipedia.org/w/index.php?title=৯_মে%27&oldid=365466"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp