Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

৯ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুলাই
দেসোবুবৃশু
১০১১১২
১৩১৪১৫১৬১৭১৮১৯
২০২১২২২৩২৪২৫২৬
২৭২৮২৯৩০৩১ 
২০২৫

৯ জুলাই (ইংৰাজী:9 July) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯০তম (অধিবৰ্ষত ১৯১তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৫টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৮১০ -নেপোলিয়নৰ অধীনত হলেণ্ড (নেদাৰলেণ্ড) ফ্ৰান্সৰ অন্তৰ্ভুক্ত হয়॥
  • ১৮১৬ -আৰ্জেণ্টিনাই স্পেইনৰ পৰা স্বাধীনতা লাভ কৰে।
  • ১৮৭৭ - টেনিছৰউইম্বলডন প্ৰতিযোগিতাৰ উদ্বোধন হয়।
  • ১৯৫১ -ভাৰতবৰ্ষত পোনপ্ৰথম বাৰৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ঘোষণা কৰা হয়।
  • ১৯৯৯ -অসম চুক্তিৰ আধাৰত নিৰ্মিত অসমৰ চতুৰ্থটো তেল শোধনাগাৰনুমলীগড় তেল শোধনাগাৰ ৰাষ্ট্ৰৰ সেৱাৰ বাবে মুকলি কৰা হয়।
  • ২০০৬ - সম্পূৰ্ণ ৪৪বছৰৰ পাছত ঐতিহাসিক নাথুলা গিৰিপথ মুকলি কৰা হয়। ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত এই এইগিৰিপথ মুকলি হোৱাৰ লগে লগেচীন-ভাৰতৰ বাণিজ্যিক সম্পৰ্ক স্থাপন হয়।
  • ২০০৬ - জাৰ্মানীত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ চেম্পিয়ন খিতাপ লাভ কৰেইটালীয়ে।

জন্ম

[সম্পাদনা কৰক]

মৃত্যু

[সম্পাদনা কৰক]
  • ১৮৫৬ -আমেদিও এভ'গেড্ৰ', ইটালীৰ ৰসায়ন বিজ্ঞানী,এভ'গেড্ৰ' সংখ্যা বা ধ্ৰুৱকৰ আৱিষ্কাৰক।
  • ১৯৬৭ -ফাতিমা জিন্নাহ, পাকিস্তানী দন্ত চিকিৎসক আৰু জীৱনীকাৰ।
  • ১৯৯৪ -ৰাম গগৈ, প্ৰগতিশীল কবি, পথাৰৰ কবি ৰূপে খ্যাত।
  • ২০০২ - মহামহোপাধ্যায় বিশ্বনাৰায়ণ শাস্ত্ৰী, আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সংস্কৃত পণ্ডিত, প্ৰাক্তন সাংসদ।

দিৱস

[সম্পাদনা কৰক]


প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ
"https://as.wikipedia.org/w/index.php?title=৯_জুলাই&oldid=326931"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp