Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

৯ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুন
দেসোবুবৃশু
১০১১১২১৩১৪
১৫১৬১৭১৮১৯২০২১
২২২৩২৪২৫২৬২৭২৮
২৯৩০ 
২০২৫

৯ জুন (ইংৰাজী:9 June) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬০তম (অধিবৰ্ষত ১৬১তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৫টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ৬৮ - ৰোমান সম্ৰাট নিৰোৱে আত্মহত্যা কৰিছিল।
  • ১৫৩৫ - স্পেইনৰ সৈন্যবাহিনীয়ে লেটিন আমেৰিকাৰ দেশ পাৰাগুয়ে দখল কৰে।
  • ১৭৫৩ - ভাৰতৰ ত্ৰিচিন'পল্লীৰ (বৰ্তমানতিৰুচিৰাপল্লী) চেৰিংহাম যুদ্ধত (ইংৰাজী: Battle of Seringham or Srirangam.) ইংৰাজৰ হাতত ফৰাচী সকলে আত্মসমৰ্পণ কৰে।
  • ১৯৩১ - প্ৰথমডোনাল্ড ডাক কাৰ্টুন প্ৰদৰ্শিত হয়।

জন্ম

[সম্পাদনা কৰক]
  • ১৭৮১ -জৰ্জ ষ্টিফেনচন, ব্ৰিটিছ অভিযন্তা আৰু ৰেলৰ আবিষ্কাৰক। (মৃ.১২/০৮/১৮৪৮)
  • ১৯৪৯ -কিৰণ বেদি, অৱসৰপ্ৰাপ্ত ভাৰতীয় পুলিচ পৰিসেৱা কৰ্মকৰ্তা আৰু সামাজিক কৰ্মী।
  • ১৯৬৩ -জনি ডেপ, মাৰ্কিন অভিনতা, চলচ্চিত্ৰ প্ৰযোজক আৰু সুৰকাৰ।
  • ১৯৭৫ -এণ্ড্ৰিউ চাইমণ্ডছ, ইংলেণ্ডৰ বাৰ্মিংহামত জন্মগ্ৰহণকাৰী অষ্ট্ৰেলিয়াৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
  • ১৯৭৫ -অমীশা পেটেল, বলিউডৰ অভিনেত্ৰী।
  • ১৯৮১ -অনুষ্কা শংকৰ, ভাৰতীয় চেতাৰবাদক আৰু গীতিকাৰ।
  • ১৯৮৫ -সোণম কাপুৰ, বলিউডৰ অভিনেত্ৰী।

মৃত্যু

[সম্পাদনা কৰক]

দিৱস

[সম্পাদনা কৰক]
  • আৰ্ন্তজাতিক আৰ্কাইভচ্ দিৱস
  • ৰাষ্ট্ৰীয় বীৰ দিৱস (উগাণ্ডা)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত৯ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ
"https://as.wikipedia.org/w/index.php?title=৯_জুন&oldid=368143"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp