Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

৮ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুন
দেসোবুবৃশু
১০১১১২১৩১৪
১৫১৬১৭১৮১৯২০২১
২২২৩২৪২৫২৬২৭২৮
২৯৩০ 
২০২৫

৮ জুন (ইংৰাজী:8 June) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৯তম (অধিবৰ্ষত ১৬০তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৬টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯৩৬ - ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰিঅল ইণ্ডিয়া ৰেডিঅ’ কৰা হয়।
  • ১৯৪৮ -ভাৰত আৰুইংলেণ্ড যুক্তৰাষ্ট্ৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি হয়। এয়াই আছিল ভাৰতৰ প্ৰথম আন্তৰাষ্ট্ৰীয় বিমান সেৱা। উল্লেখযোগ্য যে, আৰম্ভণিত এই বিমান কাইৰো আৰু জেনেভা হৈ সপ্তাহত এদিনৰ বাবে চলিছিল।
  • ১৯৫৭ -দেৱকান্ত বৰুৱাদেৱেঅসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল।
  • ১৯৭৫ - ৰুছ মহাকাশযান ‘‘ভেনেৰা—৯’’ইশুক্ৰ গ্ৰহ অভিমুখে ঢাপলি মেলিছিল।
  • ১৯৯০ -দক্ষিণ আফ্ৰিকাত চাৰিবছৰ ধৰি চলা জৰুৰী অৱস্থাৰ আংশিকভাৱে প্ৰত্যাহাৰ কৰা হৈছিল।
  • ২০২৪ -ৰামোজী ৰাও, ভাৰতীয় ব্যৱসায়ী, চলচ্চিত্ৰ প্ৰযোজক।ৰামোজী ফিল্ম চিটিৰ প্ৰতিষ্ঠাপক।

জন্ম

[সম্পাদনা কৰক]

মৃত্যু

[সম্পাদনা কৰক]
  • ৬৩২ -মুহাম্মাদ, ইছলাম ধৰ্মৰ সৰ্ৱশেষ নবী।
  • ১৯৬৯ - ৰবাৰ্ট টেইলৰ, আমেৰিকান অভিনেতা।
  • ২০১০ -গৌৰীশংকৰ কলিতা, ছেণ্টিনেল, দি নৰ্থ-ইষ্ট টাইমছ, জনসাধাৰণ, এন ই টিভিলৈকে ছপা আৰু বৈদ্যুতিক উভয় মাধ্যমত সাংবাদিকতাৰ গুৰু দায়িত্ব পালন কৰিছিল।
  • ২০১৯ -কিৰণ কুমাৰ গগৈ, ভাৰতীয় ৰাজনীতিক।
  • ২০২০ -পদ্ম কৈৰী, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, ৰাজনৈতিক নেতা, সমাজকৰ্মী, অভিনেতা তথা কণ্ঠশিল্পী।

দিৱস

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]


প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ
"https://as.wikipedia.org/w/index.php?title=৮_জুন&oldid=422491"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp