Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

৭ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুন
দেসোবুবৃশু
১০১১১২১৩১৪
১৫১৬১৭১৮১৯২০২১
২২২৩২৪২৫২৬২৭২৮
২৯৩০ 
২০২৫

৭ জুন (ইংৰাজী:7 June) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৮তম (অধিবৰ্ষত ১৫৯তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৭টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯৬৩ - প্ৰধানমন্ত্ৰীজৱাহৰলাল নেহৰুৱেশৰাইঘাট দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰিছিল। এইখন হ'ল অসমৰ গুৱাহাটীতব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলপথযুক্ত দলং।
  • ১৯৭২ - অসম বিধানসভাৰ অধিৱেশনতশ্বিলঙৰপৰা অসমৰ ৰাজধানীদিছপুৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।
  • ১৯৭৯ - ভাৰতৰ বনাঞ্চল, জলভাগ আৰু হিম অঞ্চল অধ্যয়ন কৰাৰ বাবে ৰাছিয়াৰ চিয়েৰ্ছ লেকৰ পৰা ভাৰতৰ নিজা প্ৰযুক্তিৰ দ্বিতীয় উপগ্ৰহ ভাস্কৰ -১ প্ৰেক্ষপণ কৰে। ইয়াৰ ওজন আছিল ৪৪৪ কিঃগ্ৰাঃ।

জন্ম

[সম্পাদনা কৰক]
  • ১৪৯০ -মথুৰা দাস বুঢ়া আতা, ধৰ্ম প্ৰচাৰক। তেখেতৰ আদি নাম আছিল গোপাল তাঁতী।
  • ১৯৩২ -এম. এছ. নৰসিংহন, ভাৰতীয় গণিতজ্ঞ।
  • ১৯৩৫ -শ্যামা, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৫২ -অৰহান পামুক, তুৰ্কী ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, শিক্ষাবিদ।
  • ১৯৭৪ - এডৱাৰ্ড মাইকেল বিয়েৰ গ্ৰিলচ্, এজন দুঃসাহসী ব্ৰিটিছ অভিযাত্ৰী, লিখক আৰু দূৰদৰ্শনৰ উপস্থাপক।
  • ১৯৭৪ -মহেশ ভূপতি, ভাৰতীয় টেনিছ খেলুৱৈ।
  • ১৯৭৫ -একতা কাপুৰ, ভাৰতীয় টেলিভিছন প্ৰযোজক, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক।

মৃত্যু

[সম্পাদনা কৰক]
  • ১৯৫৪ -এলান মেথিছন ট্যুৰিং, ইংৰাজ গণিতজ্ঞ, তৰ্কবিজ্ঞানী, সংকেতবিশ্লেষক আৰু কম্পিউটাৰ বিজ্ঞানী।
  • ১৯৬৪ -পাৰ্বতী প্ৰসাদ বৰুৱা, অসমীয়া সাহিত্যিক, কবি, গীতকাৰ তথা নাট্যকাৰ।
  • ১৯৮৬ -অতুল চন্দ্ৰ হাজৰিকা, অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক।
  • ১৯৮২ -কৃষ্ণকান্ত সন্দিকৈ, অসমীয়া লেখক, সংস্কৃত পণ্ডিত । গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য।
  • ২০০০ - ৰবীন বৰুৱা, সাংবাদিক।
  • ২০২১ - ধীৰজ বাৰ্মা , আন্তঃৰাষ্টীয় পয্যায়ৰ ভাৰতীয়কমিক্‌ছ শিল্পী। অসমৰ মানাহ অভয়াৰন্যৰ পটভূমিত সৃষ্টি কৰা জনপ্ৰিয় চৰিত্ৰ কৌবি আৰু ভেড়ীয়া (ৰাজ কমিক্ছ) আৰু আন্তঃৰাষ্টীয় পয্যায়ত লেডী ডেথ্, ট্ৰান্সফৰ্মাছ আৰু কেনন চৰিত্ৰৰ ৰেখাচিত্ৰ শিল্পী আছিল। (জঃ২২ অক্টোৱৰ, ১৯৬৭)[1][2][3]

দিৱস

[সম্পাদনা কৰক]
  • আজি পেৰুৰ পতাকা দিৱস।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Kothari, Prerna (8 June 2021). "World-renowned comic book artist Dheeraj Verma passes away". AnimationXpress. https://www.animationxpress.com/comics/world-renowned-comic-book-artist-dheeraj-verma-passes-away/. 
  2. Yadav, Isha (10 June 2021). "Dheeraj Verma - A world renowned comic book artist passes away". https://mynationnews.in/dheeraj-verma-a-world-renowned-comic-book-artist-passes-away/. [সংযোগবিহীন উৎস]
  3. Salvatore, Brian (11 June 2021). "Dheeraj Verma, "Transformers" Artist and Bheriya Creator, Dead at 53". http://www.multiversitycomics.com/news/dheeraj-verma-obit/. 


প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ
"https://as.wikipedia.org/w/index.php?title=৭_জুন&oldid=433018"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2025 Movatter.jp