Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

৫ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুন
দেসোবুবৃশু
১০১১১২১৩১৪
১৫১৬১৭১৮১৯২০২১
২২২৩২৪২৫২৬২৭২৮
২৯৩০ 
২০২৫

৫ জুন (ইংৰাজী:5 June) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৬তম (অধিবৰ্ষত ১৫৭তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী

[সম্পাদনা কৰক]
  • ১৬৬১ -ছাৰ আইজাক নিউটন কেমব্ৰিজৰ ট্ৰিনিটি কলেজত ভৰ্তি হৈছিল।
  • ১৯৪০ - প্ৰথম ৰবৰৰ টায়াৰ প্ৰদৰ্শিত হয়।
  • ১৯৭২ - চৃুইডেনৰ ৰাজধানী ষ্ট'কহোমত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিৰ (UNED)মানৱ পৰিৱেশ (Human Environment) সন্মিলন বামানৱিক পৰিৱেশ কনফাৰেন্স (United Nations Conference on the Human Environment) আৰম্ভ (৫-১৬ জুনলৈকে) কৰে ।
  • ১৯৭২ - ষ্ট'কহোম বৈঠকত প্ৰতিবছৰে এই দিনটোত বিশ্ব পৰিৱেশ দিবস পালন কৰা সিদ্ধান্ত লয়।

জন্ম

[সম্পাদনা কৰক]
  • ৪৬৯ - খ্ৰীষ্টপূৰ্ব -ছক্ৰেটিছ, গ্ৰিক দাৰ্শনিক (মৃত্যু ৩৯৯ খ্ৰীষ্টপূৰ্ব )
  • ১৮৩৪ -জন বেৰী হোৱাইট, অসমত চিকিৎসা বিজ্ঞান আৰু শিল্পদ্যোগৰ প্ৰতিস্থাতা।
  • ১৮৬৫ - সতীশ চন্দ্ৰ মুখাৰ্জি, ভাৰতৰ জাতীয় শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰা এজন বাটকটীয়া।
  • ১৯৪৪ - হুইটফিল্ড ডিফি, মাৰ্কিন কম্পিউটাৰ বিজ্ঞানী।
  • ১৯৭২ -যোগী আদিত্যনাথ, ভাৰতীয় পুৰোহিত তথা ৰাজনীতিবিদ।
  • ১৯৭৪ - মাৰভিন ডিলন, ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ।
  • ১৯৯০ -মাচেত্তিৰা ৰাজু পুভাম্মা, ভাৰতীয় দৌৰবিদ।

মৃত্যু

[সম্পাদনা কৰক]
  • ১৯১০ - অ’ হেনৰি, প্ৰখ্যাতআমেৰিকান ছুটি গল্পকাৰ।
  • ২০০৪ - ৰোনাল্ড ৰেগান,আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪০তম ৰাষ্ট্ৰপতি।
  • ২০২৩ - গুফি পেণ্টাল, ভাৰতীয় দূৰদৰ্শনৰ অভিনেতা, মহাভাৰতৰ শকুনি চৰিত্ৰ অভিনয় কৰা বাবে প্ৰখ্যাত।[1]

দিৱস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত৫ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে।
প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ
  1. "Gufi Paintal the Shakuni Mama is sadly no more, he was 79" (en ভাষাত). www.hamaribaat.com. https://www.hamaribaat.com/gufi-paintal-shakuni-mama-dead-at-79। আহৰণ কৰা হৈছে: 2023-06-05. 
"https://as.wikipedia.org/w/index.php?title=৫_জুন&oldid=368103"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2025 Movatter.jp