Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

৪ এপ্ৰিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এপ্ৰিল
দেসোবুবৃশু
১০১১১২
১৩১৪১৫১৬১৭১৮১৯
২০২১২২২৩২৪২৫২৬
২৭২৮২৯৩০ 
২০২৫

৪ এপ্ৰিল হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰেবছৰৰ ৯৪তম (অধিবৰ্ষত ৯৫তম)দিন। বছৰ শেষ হ’বলৈ আৰু ২৭১ দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনা

[সম্পাদনা কৰক]
  • ১৯৫৭ - "ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক" লাভ কৰা প্ৰথম অসমীয়া ছবিৰঙা পুলিচৰ (পৰিচালক: নিপ বৰুৱা) মুক্তিলাভ।
  • ১৯৬০ – ছেনেগালে স্বাধীনতা লাভ কৰে।
  • ১৯৮৪ – ভাৰতীয় মহাকাশচাৰীৰাকেশ শৰ্মাই মহাকাশ অভিযান কৰে। তেখেত প্ৰথম ভাৰতীয় মহাকাশচাৰী। তেখেত আছিল ইণ্ডিয়ান এয়াৰ ফোৰ্চৰ পাইলট। তেখেতে গোটেই বিশ্ব ভ্ৰমণ কৰিছিল।
  • ২০১১ -আৰ্মেনিয়াৰ প্ৰথমখন ছুখয় ছুপাৰজেট ১০০,য়ুৰি গেগেৰিনৰ সন্মানত নামকৰণ।
  • ২০১১ - ছয়ুজ টিএমএ-২১ৰ যাত্ৰাকয়ুৰি গেগেৰিনৰ সন্মানত পালন কৰা প্ৰথম মহাকাশ ভ্ৰমণৰ স্বৰ্ণজয়ন্তীলৈ অৰ্পণ।
  • ২০১২ -ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ পঞ্চম বৰ্ষৰ প্ৰথমখন খেল অনুষ্ঠিত।

জন্ম

[সম্পাদনা কৰক]
  • ১৮৮৯ - মাখনলাল চতুৰ্বেদী, ভাৰতীয় কবি, সাহিত্যিক, প্ৰবন্ধকাৰ, নাট্যকাৰ আৰু সাংবাদিক। (মৃত্যু: ১৯৬৮)
  • ১৯০৮ -বেগম ঐজাজ ৰচুল, ভাৰতীয় ৰাজনীতিবিদ, লেখক তথা সমাজকৰ্মী।
  • ১৯২৮ -মায়া এঞ্জেলো, আমেৰিকান কবি, আত্মজীৱনীকাৰ।
  • ১৯৩৩ -সনজীদা খাতুন, বাংলাদেশী সংগীত শিল্পী।
  • ১৯৪৯ -পাৰৱীন বাবী, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৬৯ -পল্লৱী যোশী, ভাৰতীয় অভিনয় শিল্পী।
  • ১৯৮৯ - ষ্টিভেন ফিন, ইংৰাজ ক্ৰিকেটাৰ।

মৃত্যু

[সম্পাদনা কৰক]

দিৱস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত৪ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Legendary actor-director Manoj Kumar, Nicknamed 'Bharat Kumar', Died at 87 in Mumbai" (en ভাষাত). Bru Times News. https://www.brutimes.com/news/entertainment/legendary-actor-director-manoj-kumar-nicknamed-bharat-kumar-died-at-87-in-mumbai. 
  2. "Veteran Bollywood Actor Manoj Kumar Dies At 87 In Mumbai" (en ভাষাত). www.ndtv.com. https://www.ndtv.com/india-news/veteran-actor-manoj-kumar-known-for-roles-in-purab-aur-paschim-kranti-dies-at-87-in-mumbai-8082750। আহৰণ কৰা হৈছে: 2025-04-04. 
  3. "Manoj Kumar: Bollywood actor and director dies at 87". www.bbc.com. 4 April 2025. https://www.bbc.com/news/articles/czx4dd0gqego। আহৰণ কৰা হৈছে: 4 April 2025. 
"https://as.wikipedia.org/w/index.php?title=৪_এপ্ৰিল&oldid=502785"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2025 Movatter.jp