Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

৩ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আগষ্ট
দেসোবুবৃশু
১০১১১২১৩১৪১৫১৬
১৭১৮১৯২০২১২২২৩
২৪২৫২৬২৭২৮২৯৩০
৩১ 
২০২৫

৩ আগষ্ট (ইংৰাজী:3 August) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৫তম (অধিবৰ্ষত ২১৬তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫০টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৩৪৭ - আলাউদ্দিন হাছান ওৰফে জাফৰ খানৰ বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা হয়।
  • ১৪৯২ -ক্ৰিষ্টোফাৰ কলম্বাছে পালোচ দি লা ফ্ৰণ্টেৰোৰ পৰা তিনিখন জাহাজ ছাণ্টা মাৰিয়া, পিণ্টা আৰু ছাণ্টা ক্লাৰা বা নিনাৰ সৈতে নিজৰ প্ৰথম যাত্ৰা আৰম্ভ কৰে।
  • ১৭৮০ - মেজৰ প'হামৰ (ইংঃ Popham) অধীনত কেপ্টেইন ব্ৰুচে গোৱালিয়ৰ দূৰ্গ দখল কৰে।
  • ১৯১৪ -প্ৰথম মহাসমৰত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে।
  • ১৯৩৪ - হিটলাৰে জাৰ্মানীৰ ৰাষ্ট্ৰপতি আৰু 'চেঞ্চেলৰ' কাৰ্যালয় এক কৰি নিজকে অধিনায়ক (জাঃ Führer বা ইংঃ leader) ঘোষণা কৰে।
  • ১৯৫৪ - ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগ প্ৰতিষ্ঠা হয়।
  • ১৯৬০ -নাইজাৰে স্বাধীনতা লাভ কৰে।
  • ১৯৯৯ -নৰ্মদা বচাও আন্দোলনত সাহিত্যিকঅৰুন্ধতী ৰয়ে অংশগ্ৰহণ কৰে।
  • ২০০৪ - বানপানীৰ সংহাৰী ৰূপতঅসমৰ সহস্ৰাধিক গাঁও জলমগ্ন, শতাধিক জীৱ-জন্তুৰ মৃত্যু হয়।

জন্ম

[সম্পাদনা কৰক]

মৃত্যু

[সম্পাদনা কৰক]

দিৱস

[সম্পাদনা কৰক]
  • পতাকা দিৱস (ভেনেজুৱেলা)।
  • বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ তৃতীয় দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত৩ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ


"https://as.wikipedia.org/w/index.php?title=৩_আগষ্ট&oldid=373068"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp