Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

৩১ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুলাই
দেসোবুবৃশু
১০১১
১২১৩১৪১৫১৬১৭১৮
১৯২০২১২২২৩২৪২৫
২৬২৭২৮২৯৩০৩১ 
২০২৬

৩১ জুলাই (ইংৰাজী:31 July) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১২তম (অধিবৰ্ষত ২১৩তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫৩টা দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৪৯৮ - প্ৰথম ইউৰোপীয়ান হিচাপেক্ৰিষ্টোফাৰ কলম্বাছে পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ ত্ৰিনিদাদ আৱিষ্কাৰ কৰে।
  • ১৬৫৮ -ঔৰংজেৱ মোগল সম্ৰাট হৈছিল।
  • ১৮৬১ - ৯৩০০ মিলিমিটাৰ বৰষুণৰ বাবে চেৰাপুঞ্জীত বিশ্ব ৰেকৰ্ড হৈছিল।
  • ১৯৩৩ - পুণেৰপৰা প্ৰথম প্ৰকাশিত হয়মহাত্মা গান্ধীৰ ‘হৰিজন’ কাকত।
  • ১৯৪০ - স্বাধীনতা সংগ্ৰামীউধম সিঙক মাইকেল অ'ডায়ৰক গুলিয়াই হত্য়া কৰা বাবে ফাঁচি দিয়া হৈছিল।
  • ১৯৯২ - চেতাৰ বাদক পণ্ডিত ৰবিশংকৰে মেগচেছে বঁটা পাইছিল।
  • ২০০৪ -তুলসী দাসলৈ ২০০৪ চনৰ নাট্যসূৰ্য বঁটা।

জন্ম

[সম্পাদনা কৰক]
  • ১৮০৩ - চুইডেন আৰু আমেৰিকাৰ বিজ্ঞানী আৰু উদ্ভাৱক জন এৰিকছন।
  • ১৮১২ - এলেন অক্টোভিয়ান হিউম,ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা।
  • ১৮৮০ - মুন্সীপ্ৰেমচান্দ, ভাৰতীয় হিন্দী আৰু উৰ্দু ভাষাৰ সাহিত্যিক।
  • ১৯০২ - প্ৰসিদ্ধ কাৰ্টুনিষ্ট কে শংকৰ প্লিলাইৰ জন্ম হৈছিল।
  • ১৯১২ - আমেৰিকাৰ অৰ্থনীতিবিদ মিল্টন ফ্ৰিডমেন।
  • ১৯৪৭ - মমতাজ, ভাৰতীয় বোলছবিৰ অভিনেত্ৰী।

মৃত্যু

[সম্পাদনা কৰক]
  • ৫৪ - খ্ৰীষ্টপূৰ্ৱ - অ'ৰেলিয়া ক'ট্টা (ইংঃ Aurelia Cotta),জুলিয়াছ চিজাৰৰ মাতৃ।
  • ১৯৪০ - ছহিদউধম সিং, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
  • ১৯৫২ - বেলা মিত্ৰ, আজাদ হিন্দ ফৌজৰ নাৰী বাহিনীৰ কমাণ্ডাৰ আছিল।
  • ১৯৭০ -ফণী শৰ্মা, অসমীয়া অভিনেতা।
  • ১৯৮০ -মহম্মদ ৰফি, ভাৰতীয় সঙ্গীত শিল্পী।
  • ২০০৪ -অজান বৰুৱা, অসমৰ চিনেমাট'গ্ৰাফাৰ তথা পৰিচালক।
  • ২০২২ -নিৰ্মলা মিশ্ৰ, বঙালী আৰু অসমীয়া কন্ঠশিল্পী।

দিৱস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত৩১ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ


"https://as.wikipedia.org/w/index.php?title=৩১_জুলাই&oldid=558367"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2026 Movatter.jp