Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

৩০ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মে'
দেসোবুবৃশু
১০
১১১২১৩১৪১৫১৬১৭
১৮১৯২০২১২২২৩২৪
২৫২৬২৭২৮২৯৩০৩১
২০২৫

৩০ মে' (ইংৰাজী:30 May) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫০তম (অধিবৰ্ষত ১৫১তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৫টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯৮৭ - গোৱাই ভাৰতৰ ২৬ তম ৰাজ্য় হিচাপে স্বীকৃতি পায়।
  • ২০১৯ - শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ কৰে৷
  • ২০১৫ - কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰী অনন্ত কুমাৰে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু যুৱ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গৱাহাটীস্থিত “ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান”ৰ স্থায়ী প্ৰাংগণৰ আধাৰশিলা কামৰূপ জিলাৰ চাংচাৰিত স্থাপন কৰে।

জন্ম

[সম্পাদনা কৰক]
  • ১৯৫৫ - জনপ্ৰিয় বলিউডৰ অভিনেতা পৰেশ ৰাৱালৰ জন্মদিন।
  • ১৯৮০ - ষ্টিভেন জেৰাড, ইংলেণ্ডৰ ফুটবল খেলুৱৈ।

মৃত্যু

[সম্পাদনা কৰক]
  • ১৪৩১ -জোৱান অফ আৰ্ক, এগৰাকী ফৰাচী বীৰাংগনা আৰু ৰোমান কেথ’লিক মনিষী।
  • ১৭৭৮ - ভলটেয়াৰ, ফৰাচী লেখক আৰু দাৰ্শনিক।
  • ১৯২৩ -ভোলানাথ বৰুৱা, অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী আছিল।
  • ১৯৬৫ - লুই ইয়েল্ম্‌স্লেভ, ডেনমাৰ্কৰ ভাষাবিজ্ঞানী।
  • ১৯৮১ - জিয়াউৰ ৰহমান,বাংলাদেশৰ স্বাধীনতাৰ ঘোষক, ৰাষ্ট্ৰপতি আৰু সেনাপ্ৰধান আৰু বীৰ উত্তম উপাধিপ্ৰাপ্ত মুক্তিযোদ্ধা।
  • ২০১৩ -বীণা মজুমদাৰ, ভাৰতীয় শিক্ষাবিদ, বাওঁপন্থী কৰ্মী আৰু নাৰীবাদী।
  • ২০১৩ -ঋতুপৰ্ণ ঘোষ, ভাৰতৰ চলচ্চিত্ৰ পৰিচালক, অভিনেতা, লেখক আৰু গীতিকাৰ।

দিৱস

[সম্পাদনা কৰক]

বহিঃসংযোগ

[সম্পাদনা কৰক]


প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ
"https://as.wikipedia.org/w/index.php?title=৩০_মে%27&oldid=367511"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2025 Movatter.jp