Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

২ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুন
দেসোবুবৃশু
১০১১১২১৩১৪
১৫১৬১৭১৮১৯২০২১
২২২৩২৪২৫২৬২৭২৮
২৯৩০ 
২০২৫

২ জুন (ইংৰাজী:2 June) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৩তম (অধিবৰ্ষত ১৫৪তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১২টা দিন বাকী থাকে।

ঘটনাবলী

[সম্পাদনা কৰক]
  • ১৯৭৯ - পোপ দ্বিতীয় জন পল, মাতৃভূমি পোলেণ্ড ভ্ৰমণ আৰম্ভ কৰে; তেওঁ হৈছে কোনো কমিউনিষ্ট দেশ ভ্ৰমণকাৰী প্ৰথম পোপ।
  • ১৯৯৯ - ভুটান ব্ৰডকাষ্টিং ছাৰ্ভিছ প্ৰথমবাৰৰ বাবে দেশত টেলিভিছন সম্প্ৰচাৰ আৰম্ভ কৰে।
  • ২০০৩ - ইউৰোপে প্ৰথমবাৰৰ বাবে মংগল গ্ৰহলৈ যাত্ৰা আৰম্ভ কৰে। ইউৰোপীয় মহাকাশ সংস্থাৰ মংগল এক্সপ্ৰেছ প্ৰ’ব কাজাখস্তানৰ বৈকানুৰ মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয়।

জন্ম

[সম্পাদনা কৰক]
  • ১৫৩৫ - পোপ একাদশ লিও (মৃত্যু: ১৬০৫)।
  • ১৭৩১ - মাৰ্থা ৱাচিংটন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ফাৰ্ষ্ট লেডি (মৃ. ১৮০২)
  • ১৮৪০ -টমাছ হাৰ্ডি, ইংৰাজ ঔপন্যাসিক, কবি আৰু নাট্যকাৰ।
  • ১৮৬৫ - জৰ্জ লোহমেন, ইংৰাজ ক্ৰিকেটাৰ। (মৃ. ১৯০১)
  • ১৮৭৪ -কৰুণাভিৰাম বৰুৱা, অসমীয়া সাহিত্যিক।
  • ১৮৯৪ -কমলানন্দ ভট্টাচাৰ্য্য, অসমীয়া নাট্যকাৰ, অভিনেতা, কবি, গীতিকাৰ আৰু শিক্ষাবিদ।
  • ১৯১৮ -ভৱানন্দ দত্ত, গৱেষক, প্ৰৱক্তা আৰু সাহিত্য সমালোচক। (মৃত্যু: ১৯৫৯)
  • ১৯৪৬ - লাছে হালস্ত্ৰোম, ছুয়েডীয় চলচ্চিত্ৰ পৰিচালক।
  • ১৯৫৬ -মণি ৰত্নম, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ।
  • ১৯৬৫ - মাৰ্ক ৱাহ, অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ।
  • ১৯৮৭ - এঞ্জেলো মেথিউছ, শ্ৰীলংকান আন্তৰ্জাতিক ক্ৰিকেটাৰ।
  • ১৯৮৭ -সোনাক্ষী সিন্‌হা, ভাৰতীয় বলিউড অভিনেত্ৰী।
  • ১৯৮৯ -ললিতা বাবৰ, ভাৰতীয় দীৰ্ঘ দূৰত্ব দৌৰবিদ।

মৃত্যু

[সম্পাদনা কৰক]
  • ১৯৭৫ - দেবেন্দ্ৰ মোহন বসু, ভাৰতীয় পদাৰ্থবিজ্ঞানী। (জ. ১৮৮৫)
  • ১৯৭৭ - ষ্টিভেন বয়েড, উত্তৰ আয়াৰলেণ্ডৰ অভিনেতা। (জ. ১৯৩১)
  • ১৯৮৮ - ৰাজ কাপুৰ, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা। (জ. ১৯২৪)
  • ১৯৯০ - ৰেক্স হাৰিছন, ইংৰাজ অভিনেতা। (জ. ১৯০৮)
  • ১৯৯১ -বিভা চৌধুৰী, ভাৰতীয় পদাৰ্থ বিজ্ঞানী।
  • ২০০৪ -শ্ৰীকান্ত জিচকাৰ, ভাৰতীয় শিক্ষাবিদ।
  • ২০১৫ - বিজয়া ৰায়, সত্যজিৎ ৰায়ৰ স্ত্ৰী। (জ. ১৯১৭)

দিৱস

[সম্পাদনা কৰক]
প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ
"https://as.wikipedia.org/w/index.php?title=২_জুন&oldid=367756"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp