Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

২৯ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আগষ্ট
দেসোবুবৃশু
১০১১১২১৩১৪১৫১৬
১৭১৮১৯২০২১২২২৩
২৪২৫২৬২৭২৮২৯৩০
৩১ 
২০২৫

২৯ আগষ্ট (ইংৰাজী:29 August) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪১তম (অধিবৰ্ষত ২৪২তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৮৪২ - গ্ৰেট ব্ৰিটেইন আৰু চীনেনানকিঙ্গ চুক্তিত স্বাক্ষৰিত কৰে।
  • ১৮৮২ - অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ শৃংখলা জয় কৰিছিল।
  • ১৮৮৫ - গ'টলিব ডায়েমলাৰে মটৰ চাইকেলৰ পেটেণ্ট লাভ কৰে।[1][2]
  • ১৮৯৮ -গুডইয়েৰ টায়াৰ কোম্পানী প্ৰতিষ্ঠা কৰা হয়।
  • ১৯১০ -কোৰিয়া জাপানৰ অধীনলৈ যায়।
  • ১৯৪৭ - ড॰ ভীমৰাও আম্বেদকাৰক অধ্যক্ষ হিচাপে লৈভাৰতৰ সংবিধানখনৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হয়। উল্লেখ্য যে ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত এই সংবিধানৰ খচৰা দাখিল কৰা হয় আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধানখনক চূড়ান্ত ৰূপ দিয়া হয় যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰী পৰা এই আমাৰ সংবিধানখন বলৱৎ কৰা হয় আৰু সেইদিনাৰপৰাই এখন গণতান্ত্ৰিক, সাৰ্বভৌমত্ব এখন ৰাষ্ট্ৰৰূপে পৰিগণিত হয়।
  • ১৯৫৩ - ৰাছিয়াই আৰ ডি এছ.-১ (RDS-1) নামৰ প্ৰথম হাইড্ৰজেন বোমাৰ বিষ্ফোৰণ ঘটাই।
  • ১৯৮২ - ১০৯ পৰমাণু ক্ৰমাংকৰ মৌলটো সৃষ্টি কৰা বুলি জাৰ্মান বিজ্ঞানীৰ দল এটাই ঘোষণা কৰিছিল।
  • ১৯৯১ - ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1Bৰ উৎক্ষেপণ কৰা হয়। ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপিত এইটো হ’ল পঞ্চম উপগ্ৰহ।
  • ২০০৪ -এথেন্স অলিম্পিক - ২০০৪ৰ সমাপ্তি ঘটে।

জন্ম

[সম্পাদনা কৰক]

মৃত্যু

[সম্পাদনা কৰক]

দিৱস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত২৯ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ


তথ্য়সূত্ৰ

[সম্পাদনা কৰক]
  1. "Mercedes-Benz Classic: November 1885: Daimler riding car travels from Cannstatt to Untertürkheim". Daimler. 25 October 2010. Archived fromthe original on 17 June 2021. https://web.archive.org/web/20210617095154/https://media.daimler.com/marsMediaSite/en/instance/ko/Mercedes-Benz-Classic-November-1885-Daimler-riding-car-travels-from-Cannstatt-to-Untertuerkheim.xhtml?oid=9914922। আহৰণ কৰা হৈছে: 28 August 2021. 
  2. "Fahrzeug mit gas bezw. Petroleum Kraftmaschine". 1885-11-29. Archived fromthe original on 2021-08-28. https://web.archive.org/web/20210828170323/https://worldwide.espacenet.com/patent/search/family/000312236/publication/DE36423C?q=pn%3DDE36423। আহৰণ কৰা হৈছে: 2021-08-28. 
"https://as.wikipedia.org/w/index.php?title=২৯_আগষ্ট&oldid=509974"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2025 Movatter.jp