Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

২৭ মাৰ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
<<মাৰ্চ>>
দেসোবুবৃশু
১০১১১২১৩১৪১৫
১৬১৭১৮১৯২০২১২২
২৩২৪২৫২৬২৭২৮২৯
৩০৩১ 
২০২৫

মাৰ্চ ২৭গ্ৰেগৰীয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৮৬ তম (অধিবৰ্ষত ৮৭ তম) দিন।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯৬১ - আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে পোন প্ৰথমবাৰৰ বাবে 'বিশ্ব থিয়েটাৰ দিৱস' পালন কৰে।

জন্ম

[সম্পাদনা কৰক]
  • ১৯১৫ -পুষ্পলতা দাস, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী। (মৃত্যু: ২০০৩)
  • ১৯২৩ -মহাশয় ধৰমপাল গুলাটি, ভাৰতীয় ব্যৱসায়ী। তেওঁ ভাৰতীয় জনপ্ৰিয় মছলা কোম্পানী এমডিএইছৰ (MDH) প্ৰতিষ্ঠাপক।
  • ১৯৮৫ -ৰাম চৰণ তেজা, ভাৰতীয় অভিনেতা, নিৰ্মাতা আৰু উদ্যোক্তা।
  • ১৯৯৬ -আয়েশা চৌধুৰী, ভাৰতীয় লেখিকা।

মৃত্যু

[সম্পাদনা কৰক]
  • ১৯৬৮ -য়ুৰি গেগেৰিন, ৰুছ দেশৰ য়ুৰি গেগেৰিন প্ৰথম মহাকাশচাৰী ব্যক্তি। প্ৰশিক্ষণৰ সময়ত হোৱা বিমান দুৰ্ঘটনাত তেখেত নিহত হয়।
  • ২০১১ -ভৃগুমুনি কাগয়ুং, অসমীয়া সাহিত্যিক।
  • ২০১৬ -কান্তা গুপ্তা, কানাডিয়ান গণিত অধ্যাপক।
  • ২০১৭ -অৰুণ শৰ্মা, অসমীয়া নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী।

দিৱস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত২৭ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে।
প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ
"https://as.wikipedia.org/w/index.php?title=২৭_মাৰ্চ&oldid=414825"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2025 Movatter.jp