Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

২৭ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আগষ্ট
দেসোবুবৃশু
১০১১১২১৩১৪১৫১৬
১৭১৮১৯২০২১২২২৩
২৪২৫২৬২৭২৮২৯৩০
৩১ 
২০২৫

২৭ আগষ্ট (ইংৰাজী:27 August) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৯তম (অধিবৰ্ষত ২৪০তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৬টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৬০৪ - শিখ গুৰু অৰ্জুনদেৱৰ উদ্যোগত ‘গ্ৰন্থ চাহেব’ সংকলন আৰু সংগৃহীত হয়। সেই বছৰৰে সেই দিনটোত অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ইয়াক সংৰক্ষণ কৰা হয়।
  • ১৭৮১ - হায়দৰ আলীয়ে ব্ৰিটিছৰ লগত পল্লিলোৰ যুদ্ধত লিপ্ত হৈছিল।
  • ১৮৫৯ - আমেৰিকাৰ পেনছিলভেনিয়াত খাৰুৱা তেলৰ সন্ধান পোৱা হয়।
  • ১৮৮৩ - ইন্দোনেছিয়াৰ ক্ৰাকেটোৱাত সৰ্ববৃহৎ আগ্নেয়গিৰিটো উদ্গীৰণ হৈছিল। ৩৬,৬০০জন লোকৰ হানি হৈছিল।
  • ১৯৩৯ - জাৰ্মানীৰ ডন অহাইনে নিৰ্মাণ কৰা জেট ইঞ্জিনেৰে সজ্জিত উৰাজাহাজ পৰীক্ষামূলক উৰণ সম্পন্ন হয়।
  • ১৯৪৭ - ভাৰতৰ বৃহত্তম সংবাদ সংস্থা প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়া, সংক্ষেপে পি. টি. আই. গঠন হয়।
  • ১৯৭৬ - ভাৰতীয় সেনাবাহিনীৰ প্ৰথম মহিলা মেজৰ জেনেৰেলগাৰ্টুদে আলী ৰামক মিলিটেৰি নাৰ্চিং চাৰ্ভিচেছ ডিৰেক্টৰ হিচাপে নিয়োগ কৰা হয়।
  • ১৯৯৯ -সোণালী বেনাৰ্জী প্ৰথম ভাৰতীয় মহিলা সামুদ্ৰিক অভিযন্তা হয়।
  • ২০০৩ - প্ৰায় ৬০ হাজাৰ বছৰৰ অন্তত মংগল গ্ৰহ পৃথিৱীৰ নিকটতম স্থানত অৱস্থিত হয়।

জন্ম

[সম্পাদনা কৰক]

মৃত্যু

[সম্পাদনা কৰক]
  • ১৮৯৮ -জন হ'পকিনছন, ইংৰাজ পদাৰ্থ বিজ্ঞানী, হ'পকিনছন সূত্ৰৰ বাবে জনাজাত।
  • ১৯১৯ -লুইছ ব'থা, দক্ষিণ আফ্ৰিকাৰ প্ৰথম প্ৰধানমন্ত্ৰী।
  • ১৯৬৩ -ৱিলিয়াম এডৱাৰ্ড বাৰ্গাহাৰ্ট ডু ব'ই (William Edward Burghardt Du Bois), আমেৰিকাৰ সমাজবিজ্ঞানী।
  • ১৯৬৫ -লী ক'ৰবাজিয়ে, ফ্ৰান্সৰ এগৰাকী খ্যাতনামা স্থপতিবিদ, শিল্পী আৰু লেখক।
  • ১৯৭৬ -মুকেশ, ভাৰতীয় গায়ক।
  • ১৯৭৯ -লৰ্ড মাউণ্টবেটেনৰ মৃত্যু হয়। ভাৰতৰ অন্তিম ভাইচৰয়।
  • ১৯৮২ - নিৰ্মলা সুন্দৰী, সাধ্বী আৰু যোগ গুৰু।
  • ২০০৬ -ঋষিকেশ মুখাৰ্জী, ভাৰতীয় বোলছবিৰ এগৰাকী প্ৰসিদ্ধ পৰিচালক।
  • ২০১০ -ৰবীন্দ্ৰ কেলকৰ, কোংকণী ভাষাৰ এগৰাকী প্ৰসিদ্ধ ভাৰতীয় লেখক।
  • ২০১৮ -গুণ মহন্ত, অসমীয়া অভিনেতা।
  • ২০২০ -অৰ্চনা মহন্ত, অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে অসমীয়া আধুনিক গীতত, ভক্তিমূলক গীতত, বিহুগীতত আৰ অসমীয়া কথাছবিত কণ্ঠদান কৰিছিল। আকাশবাণীৰ পৰা 'বি হাই গ্ৰেড' স্বীকৃতি লাভ কৰা তেওঁ প্ৰথমগৰাকী শিল্পী। (জন্ম: ১৮ মাৰ্চ, ১৯৪৯)

দিৱস

[সম্পাদনা কৰক]
  • স্বাধীনতা দিৱস (মলদোভা)।

অন্যান্য

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত২৭ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
"https://as.wikipedia.org/w/index.php?title=২৭_আগষ্ট&oldid=331474"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp