Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

২৬ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুন
দেসোবুবৃশু
১০১১১২১৩১৪
১৫১৬১৭১৮১৯২০২১
২২২৩২৪২৫২৬২৭২৮
২৯৩০ 
২০২৫

২৬ জুন (ইংৰাজী:26 June) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৭তম (অধিবৰ্ষত ১৭৮তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৮টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯৩৫ -পেৰিছত হেলিকপ্তাৰৰ প্ৰথম সফল মুক্ত উৰণ সম্পন্ন হৈছিল।
  • ১৯৪৯ - অসমীয়া দৈনিক বাতৰি কাকত 'নতুন অসমীয়া' প্ৰকাশ হৈছিল।
  • ১৯৬২ -ভাৰতৰ বিখ্যাত সংগীত কোম্পানীএইচ এম ভিৰ হৈদীপালী বৰঠাকুৰৰ 'সোণৰ খাৰু নালাগে মোক' গীতটিৰ বাণীবন্ধন হয়।
  • ২০১১ - ডাইনী সন্দেহত মোনাবাৰী চাহ বাগিচাত কিশোৰী সহ ৪ জনক হত্যা কৰা হয় আৰুলক্ষীমপুৰতো ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক হত্যা কৰা হয়।
  • ২০১১ - অসমত পৰিবেশ বিশ্ববিদ্যালয় লাগে বুলি ৰাজ্যৰ সকলো প্ৰান্তত ধৰ্না কাৰ্যসূচী পালন কৰে ৰাজ্যৰ ছাত্ৰ সংগঠন সমূহে।

জন্ম

[সম্পাদনা কৰক]

মৃত্যু

[সম্পাদনা কৰক]
  • ১৮৩০ - চতুৰ্থ জৰ্জ, ইংলেণ্ডৰ ৰজা।
  • ২০০১ -সত্য প্ৰসাদ বৰুৱা, অসমীয়া নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক আৰু গৱেষক।

দিৱস

[সম্পাদনা কৰক]
  • আন্তৰ্জাতিক নিৰ্যাতনবিৰোধী দিৱস।
  • আন্তৰ্জাতিক মাদকবিৰোধী দিৱস।
  • পতাকা দিৱস (ৰোমানিয়া)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Library, S.T.N.Y.P.; Skillion, A. (2001). The New York Public Library Literature Companion. Free Press. পৃষ্ঠা. 160. ISBN 978-1-4391-3721-5. https://books.google.com/books?id=BD2P-Yb-m3wC&pg=PT160. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত২৬ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ
"https://as.wikipedia.org/w/index.php?title=২৬_জুন&oldid=378586"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp