Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

২৫ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুন
দেসোবুবৃশু
১০১১১২১৩
১৪১৫১৬১৭১৮১৯২০
২১২২২৩২৪২৫২৬২৭
২৮২৯৩০ 
২০২৬

২৫ জুন (ইংৰাজী:25 June) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৬তম (অধিবৰ্ষত ১৭৭তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৯টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯৩২ - ভাৰত আৰু ইংলেণ্ডৰ মাজত সৰ্বপ্ৰথম টেষ্ট ক্ৰিকেট খেল আৰম্ভ হয়।
  • ১৯৭৫ - পৰ্তুগালৰ পৰা মোজাম্বিকে স্বাধীনতা লাভ কৰে।
  • ১৯৭৫ - ৰাষ্ট্ৰপতিফখৰুদ্দিন আলি আহমেদৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল।
  • ১৯৭৮ - নেদাৰলেণ্ডখ (৩-১ গলত) পৰাজিত কৰি আৰ্জেণ্টিনাই বিশ্বকাপ ফুটবলত জয়ী হয়।
  • ১৯৯১ - ক্ৰোয়েছিয়া আৰু স্লোভেনিয়া যুগোস্লাভিয়াৰ পৰা বাহিৰ হৈ স্বাধীনতা লাভ কৰে।

জন্ম

[সম্পাদনা কৰক]

মৃত্যু

[সম্পাদনা কৰক]
  • ১৯২২ - সত্যেন্দ্ৰনাথ দত্ত, ভাৰতীয় কবি।
  • ২০০৯ -মাইকেল জেকচন, মাৰ্কিন সঙ্গীত শিল্পী আৰু সঙ্গীত ব্যৱসায়ী।
  • ২০১১ -সৌৰভ কুমাৰ চলিহা, অসমীয়া সাহিত্যক, গল্পকাৰ।

দিৱস

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত২৫ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ
"https://as.wikipedia.org/w/index.php?title=২৫_জুন&oldid=369645"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2026 Movatter.jp