Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

২৩ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মে'
দেসোবুবৃশু
১০
১১১২১৩১৪১৫১৬১৭
১৮১৯২০২১২২২৩২৪
২৫২৬২৭২৮২৯৩০৩১
২০২৫

২৩ মে' (ইংৰাজী:23 May) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৩তম (অধিবৰ্ষত ১৪৪তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২২টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৭৮৫ - আমেৰিকান ৰাজনীতিজ্ঞ আৰু বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনে চছমা আৱিষ্কাৰ কৰে।
  • ১৯৫১ - মাও-চে-টুঙৰ প্ৰসিদ্ধ গ্ৰেট লিপ ফৰৱাৰ্ড কৰ্মসূচী আৰম্ভ হয়।
  • ১৯৮৪ - ভাৰতীয় পৰ্বতাৰোহীবাচেন্দ্ৰী পালএভাৰেষ্টত আৰোহণ।
  • ১৯৯৬ - পি. এ. চাংমা (পূৰ্ণ অঘোটোক চাংমা) সৰ্বসন্মতিক্ৰমে দশম একাদশ লোকসভাৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হয়।

জন্ম

[সম্পাদনা কৰক]
  • ১৭০৩ -কেৰ'লাছ লিনিয়াছ, ছুইডিছ উদ্ভিদ বিজ্ঞানী। তেওঁ বৰ্গ আৰু প্ৰজাতি নিৰ্ণয় কৰিবলৈ এক নিৰ্দিষ্ট তত্ত্ব আগবঢ়াইছিল। এই তত্ত্বটোক তেওঁ ‘দ্বি-পদ বা দ্বি-ৰাশিক’ নামেৰে নামকৰণ কৰিছিল।
  • ১৮৪৮ - অটো লিলিয়েনথাল, জাৰ্মান পাইলট। উৰাজাহাজ নিৰ্মাণৰ অন্যতম বাটকটীয়া।
  • ১৮৫১ - ধীৰেশ্বৰাচাৰ্য, ভাৰতীয় সংস্কৃত পণ্ডিত। তেখেতক 'কামৰূপৰ কালিদাস' বুলি আখ্যা দিয়া হয়। বৰ্তমানৰ নলবাৰী জিলাৰ আঠঘৰীয়াত তেওঁৰ জন্ম।
  • ১৮৯১ - পাৰ লাগেৰভিষ্ট, ছুইডেনৰ সাহিত্যিক। ১৯৫১ চনত তেওঁ সাহিত্যৰনোবেল বঁটা লাভ কৰিছিল।
  • ১৯১৯ -গায়ত্ৰী দেৱী, কোঁচবিহাৰৰ ৰাজকুমাৰী।
  • ১৯৭০ -সুনীতা ভূঞা, ভাৰতীয় সংগীতশিল্পী।

মৃত্যু

[সম্পাদনা কৰক]
  • ১৭০১ - উইলিয়াম কিড, স্কটিচ নাবিক। (জন্মঃ ১৬৪৫)
  • ১৮৫৭ - আগাষ্টিন লুই ক'চি, ফৰাচী গণিতজ্ঞ।
  • ১৯০৬ -হেনৰিক ইবছেন, নৰৱেৰ নাট্যকাৰ আৰু নাট পৰিচালক।
  • ২০১৫ -জন ফ'ৰ্বছ্‌ নাশ্ব, আমেৰিকান গণিতজ্ঞ।
  • ২০১৭ - ৰ'জাৰ মুৰ, ব্ৰিটিছ অভিনেতা, জেমচ্ বণ্ড নামৰ বোলছবি খনৰ বাবে বিখ্যাত।
  • ২০১৯ -কল্পনা দাশ, ভাৰতীয় অধিবক্তা আৰু পৰ্বতাৰোহী।

দিৱস

[সম্পাদনা কৰক]



প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ
"https://as.wikipedia.org/w/index.php?title=২৩_মে%27&oldid=511212"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp