Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

২৩ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুলাই
দেসোবুবৃশু
১০১১১২
১৩১৪১৫১৬১৭১৮১৯
২০২১২২২৩২৪২৫২৬
২৭২৮২৯৩০৩১ 
২০২৫

২৩ জুলাই (ইংৰাজী:23 July) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৪তম (অধিবৰ্ষত ২০৫তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬১টা দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৫৫৫ - হুমায়ুনে চিকন্দৰ শ্বাহ চুৰিক ছিৰহিন্দ যুদ্ধত পৰাস্ত কৰি দিল্লী অধিকাৰ কৰে।[1]
  • ১৯২৭ -মুম্বাই আৰুকলকাতাত ভাৰতৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন আৰু নিয়মীয়া সম্প্ৰচাৰ আৰম্ভ হয়।
  • ১৯৩৭ - য়েন বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰত ‘‘পিটুইটাৰী’’ হৰ’মন আৱিষ্কৃত হৈছিল।
  • ১৯৯৩ - ভাৰতৰ ‘‘ইনছাট—২ বি’’ নামৰ কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপন কৰা হৈছিল।
  • ১৯৯৯ - টেলিস্কোপ 'চন্দ্ৰ' মহাকাশত স্থাপন কৰা হৈছিল।
  • ২০০৫ - ইজিপ্তত অল-কায়দাৰ আত্মঘাতী আক্ৰমণৰ ফলত শতাধিক লোক নিহত হয় আৰু ডেৰ শতাধিক লোক আহত হয়।
  • ২০০৮ -ভাৰতৰ কেন্দ্ৰত থকা ইউ পি এ চৰকাৰ আস্থা ভোটত পুনৰ জয়ী হয়।
  • ২০১৩ -লখিমপুৰ জিলাৰ সদৰৰ তিনি ঠাইত গ্ৰেণেড বিস্ফোৰণ সংঘটিত হয়।

জন্ম

[সম্পাদনা কৰক]
  • ১৮৫৬ -বাল গঙ্গাধৰ তিলক, ভাৰতীয় স্বাধীনতা সংগ্ৰামী। স্বৰাজ মোৰ জন্মস্বত্ব শীৰ্ষক বাণীৰ স্ৰষ্টা ৰূপে তিলক বিখ্যাত।
  • ১৮৯৮ -তাৰাশংকৰ বন্দ্যোপাধ্যায়, ভাৰতীয় বাংলা সাহিত্যিক।
  • ১৯০৬ -চন্দ্ৰশেখৰ আজাদ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
  • ১৯৩৪ -চিষ্টাৰ নিৰ্মলা, ভাৰতীয় ৰোমান কেথলিক ধৰ্মীয় চিষ্টাৰ।
  • ১৯৫৩ - গ্ৰাহাম গুছ, ইংলেণ্ডৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক।
  • ১৯৭৩ - মণিকা লিৱিনস্কি, ক্লিন্টন-লিৱিনস্কি কেলেংকাৰীৰ বাবে বিখ্যাত।
  • ১৯৮৯ -ডেনিয়েল ৰেডক্লিফ, ইংৰাজ অভিনেতা, চলচ্চিত্ৰ শৃংখলাৰহেৰী পটাৰৰ ভূমিকাত অভিনয় কৰি বিশেষভাবে পৰিচিত।

মৃত্যু

[সম্পাদনা কৰক]
  • ১৭৯৩ - ৰ'জাৰ ছেৰমান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঠজন প্ৰতিষ্ঠাপক জাতিৰ পিতাৰ মাজৰ এজন।
  • ১৮৭৫ - আইজাক মেৰিট ছিংগাৰ, আমেৰিকান উদ্ভাৱক তথা ব্যৱসায়ী। ব্যৱসায়িক ভিত্তিত চিলাই কলৰ উৎপাদন আৰম্ভ কৰে।
  • ১৯৯৪ - ড॰লীলা গগৈ, অসমীয়া সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ, অসম সাহিত্য সভাৰ সভাপতি, সম্পাদক, উপ-সভাপতি, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন সমিতিৰ সদস্য, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ সঞ্চালক।
  • ২০০৪ - মেহমুদ আলি, ভাৰতীয় অভিনেতা, পৰিচালক তথা প্ৰযোজক।
  • ২০১২ -লক্ষ্মী সেহগল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।

দিৱস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত২৩ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে।
প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ


তথ্য সূত্ৰ

  1. "Battle of Sirhind (1555)". wikipediahttps://en.wikipedia.org/. https://en.wikipedia.org/wiki/Battle_of_Sirhind_(1555). 
"https://as.wikipedia.org/w/index.php?title=২৩_জুলাই&oldid=372244"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp