Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

২২ মাৰ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাৰ্চ
দেসোবুবৃশু
১০১১১২১৩১৪১৫
১৬১৭১৮১৯২০২১২২
২৩২৪২৫২৬২৭২৮২৯
৩০৩১ 
২০২৫

২২ মাৰ্চ (ইংৰাজী:22 March) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮১তম (অধিবৰ্ষত ৮২তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৪টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]

জন্ম

[সম্পাদনা কৰক]
  • ১৭১২ - এডৱাৰ্ড মোৰে, ইংৰাজ কবি।
  • ১৮৬৮ - ৰবাৰ্ট মিলিকান, আমেৰিকান পদাৰ্থবিজ্ঞানী।
  • ১৯৩১ - বাৰ্টন ৰিখটাৰ, নোবেল বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী।
  • ১৯৪৯ -গুণাৰাম খনিকৰ, অসমীয়া বনৌষধি বিশেষজ্ঞ। (মৃত্যু:৭ জানুৱাৰী, ২০১৬)
  • ১৯৬০ -ৰাগিনী ত্ৰিবেদী, ভাৰতৰ ধ্ৰুপদী সংগীতশিল্পী।

মৃত্যু

[সম্পাদনা কৰক]
  • ১৮৯২ -বিষ্ণুপ্ৰিয়া দেৱী, অসমীয়া কবি।
  • ১৯৭৭ - এ. কে. গোপালন, ভাৰতীয় ৰাজনীতিক।
  • ২০১৬ - ৰিটা গাম, আমেৰিকান অভিনেত্ৰী।

দিৱস

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত২২ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ
"https://as.wikipedia.org/w/index.php?title=২২_মাৰ্চ&oldid=387911"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2025 Movatter.jp