Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

২২ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুলাই
দেসোবুবৃশু
১০১১
১২১৩১৪১৫১৬১৭১৮
১৯২০২১২২২৩২৪২৫
২৬২৭২৮২৯৩০৩১ 
২০২৬

২২ জুলাই (ইংৰাজী:22 July) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৩তম (অধিবৰ্ষত ২০৪তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬২টা দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৬৭৮ - ছত্ৰপতি শিৱাজী মহাৰাজে ভেলুৰ দূৰ্গ বিজয়ী হয়।
  • ১৮৯৪ -ফ্ৰান্সত প্ৰথম মটৰ গাড়ী দৌৰ প্ৰতিযোগিতা আৰম্ভ হয়।
  • ১৯৪৭ -ভাৰতীয় জাতীয় পতাকাৰ বৰ্তমান ৰূপটো ভাৰত অধিৰাজ্যৰ চৰকাৰী পতাকা হিচাবে গৃহীত হৈছিল।
  • ১৯৫৫ - "কাবুলীৱালাৰ বাঙালী বৌ", অসমীয়া অনুবাদ — ‘‘কাবুলীৱালাৰ বঙালী স্ত্ৰী’’ নামৰ বিখ্যাত স্মৃতি কাহিনীৰ লেখিকাসুস্মিতা বেনাৰ্জী বন্দোপাধ্যায় (পিছলৈ —ছৈয়দা কমলা) ভাৰতৰ পৰা আফগানিস্তানলৈ বিবাহসূত্ৰে স্থানান্তিৰত হোৱাৰ পিছত সেই অঞ্চলত তেওঁৰ সমাজসেৱা, অথবা তেওঁৰ ভাৰতীয় পৰিচয়ৰ বাবে তেওঁৰ বিৰুদ্ধে তালিবানে এক ফটোৱা জাৰি কৰিছিল আৰু ১৯৯৫ চনৰ আজিৰ তাৰিখতে তেওঁৰ মৃত্যুদণ্ডৰ দিন স্থিৰ কৰা হৈছিল।
  • ১৯৭২ - মানৱহীন মহাকাশযান ‘‘ভেনেৰা—৮’’এ শুক্ৰগ্ৰহত অৱতৰণ কৰিছিল।
  • ১৯৮১ - ভাৰতৰ প্ৰথম ভু-স্থিৰ কৃত্ৰিম উপগ্ৰহ (ইং:geo-stationary satellite) 'এপল' (ইং:APPLE) কাৰ্যক্ষম হয়।
  • ১৯৮৮ - ভাৰতীয় মহাকাশযান ‘‘ইনছাট—১ চি’’ক মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল।[1]
  • ২০০৩ -চীনত হোৱা প্ৰবল ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি হয়। এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৬.২।
  • ২০১৯ - ভাৰতৰ দ্বিতীয়টো চন্দ্ৰ অভিযান “চন্দ্ৰযান-২” উৎক্ষেপণ কৰা হৈছিল।

জন্ম

[সম্পাদনা কৰক]
  • ১৯২৩ -মুকেশ চন্দ মাথুৰ, হিন্দী চলচ্চিত্ৰ জগতৰ ভাৰতীয় সঙ্গীত শিল্পী।
  • ১৯৪৯ - এলেন মেংকেন, আঠবাৰঅস্কাৰ বঁটা বিজয়ী আমেৰিকান সঙ্গীতজ্ঞ।
  • ১৯৬৫ - শ্ব'ন মাইকেলছ,ডব্লিউ ডব্লিউ ইৰ (ইংঃ WWE)মল্ল যুজাৰু।
  • ১৯৭৩ -ৰাজিন্দৰ সিং ৰহেলু, ভাৰতীয় পেৰালিম্পিক পাৱাৰলিফ্টাৰ।
  • ১৯৮৯ -ৰবীন্দ্ৰ ঘাংগুৰ্দে ধন্দে চমুকৈ সাৱনী ৰবীন্দ্ৰ, এগৰাকী ভাৰতীয় কণ্ঠশিল্পী।
  • ১৯৯২ - চেলেনা গ'মেজ, আমেৰিকান অভিনেত্ৰী আৰু পপ গায়িকা।
  • ১৯৯৫ -আৰমান মালিক, ভাৰতীয় সংগীত শিল্পী।

মৃত্যু

[সম্পাদনা কৰক]
  • ১৮০২ - জাভিয়াৰ বিছা, ফ্ৰান্সৰ জীৱ বিজ্ঞানী।
  • ১৯৬৮ -মুথুলক্ষ্মী ৰেড্ডী, ভাৰতীয় সমাজ সংস্কাৰক, চিকিৎসক, ৰাজনীতিবিদ, মহিলাৰ অধিকাৰ কৰ্মী আৰু লেখিকা।
  • ১৯৮০ -ৰবীন দে, অসমীয়া ঔপন্যাসিক আৰু অভিনেতা।
  • ২০০৬ -হৰি বৰকাকতি, বিশিষ্ট কবি, তেখেতৰ মৃত্যু হয় ৭৯ বছৰ বয়সত।

দিৱস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত২২ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে।
প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ


  1. "INSAT-1C". Department of Space, Indian Space Research Organisationhttps://www.isro.gov.in/. Jul 22, 1988. Archived fromthe original on July 21, 2021. https://web.archive.org/web/20210721005348/https://www.isro.gov.in/hi/node/234। আহৰণ কৰা হৈছে: July 21, 2021. 
"https://as.wikipedia.org/w/index.php?title=২২_জুলাই&oldid=386064"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2026 Movatter.jp