Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

২২ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুন
দেসোবুবৃশু
১০১১১২১৩১৪
১৫১৬১৭১৮১৯২০২১
২২২৩২৪২৫২৬২৭২৮
২৯৩০ 
২০২৫

২২ জুন (ইংৰাজী:22 June) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৩তম (অধিবৰ্ষত ১৭৪তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯২টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৮৪৪ - ইয়েল বিশ্ববিদ্যালয়ত ডেল্টা কাপ্পা এপচিলন চছাইটিৰ স্থাপন হয়।
  • ১৯০৬ - চুইডেনে নিজৰ পতাকা গ্ৰহণ কৰিছিল।
  • ১৯১১ - পঞ্চম জৰ্জক মুকুট পিন্ধোৱা হৈছিল।
  • ১৯৪১ - দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীয়ে ছোভিয়েত ৰাছিয়াক আক্ৰমণ কৰিছিল।

জন্ম

[সম্পাদনা কৰক]

মৃত্যু

[সম্পাদনা কৰক]
  • ১০৩৭ - ইবন ছিনা, পাৰস্যৰ চিকিৎসক। ‘কেনন অব মেডিচিন’ হৈছে তেওঁৰ প্ৰসিদ্ধ সৃষ্টি।
  • ১৯৩৬ - মৰিছ্ শ্লিক, জাৰ্মান দাৰ্শনিক আৰু পদাৰ্থবিজ্ঞানী। (জ. ১৮৮২)
  • ২০১৬ -সমীৰ ৰায়চৌধুৰী, ভাৰতীয় কবি, চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ তথা ঔপন্যাসিক।

দিৱস

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত২২ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ
"https://as.wikipedia.org/w/index.php?title=২২_জুন&oldid=369356"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp