Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

২১ মাৰ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাৰ্চ
দেসোবুবৃশু
১০১১১২১৩১৪১৫
১৬১৭১৮১৯২০২১২২
২৩২৪২৫২৬২৭২৮২৯
৩০৩১ 
২০২৫

২১ মাৰ্চ (ইংৰাজী:21 March) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮০তম (অধিবৰ্ষত ৮১তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৫টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৮২৯ - স্পেইনত হোৱা ভূমিকম্পত ৬ হাজাৰ মানুহ নিহত।
  • ১৮৩৬ -কলকাতাত প্ৰথম গ্ৰন্থাগাৰ স্থাপিত হয়।
  • ১৮৫৭ -টকিঅ'ৰ ভূমিকম্পত ১ লাখ ৭ হাজাৰ মানুহৰ মৃত্যু হয়।
  • ১৯৯০ - দক্ষিণ আফ্ৰিকাৰ পৰানামিবিয়াই স্বাধীনতা লাভ কৰে।
  • ২০০৬ -টুইটাৰ প্ৰতিষ্ঠিত হয়।

জন্ম

[সম্পাদনা কৰক]

মৃত্যু

[সম্পাদনা কৰক]
  • ১৮৮৪ - এজৰা এবট, আমেৰিকান শিক্ষাবিদ।
  • ২০০৩ - শিৱানী, ভাৰতীয় সাহিত্যিক।

ছুটি আৰু অন্যান্য

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. বৰা, সোনেশ্বৰ.শুভ যাত্ৰা-দূৰ্গম পথঃ মহামানৱ মহাত্মা গান্ধীৰ পৰা দৈয়াংলৈ. বি. এছ. পাব্লিকেশ্ব্যন, জু-নাৰেঙ্গী ৰ'ড, গুৱাহাটী-২১, ২০০৮ চন ১মাৰ্চ, p. ১০২.


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত২১ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ
"https://as.wikipedia.org/w/index.php?title=২১_মাৰ্চ&oldid=387910"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2025 Movatter.jp