Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

২১ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুলাই
দেসোবুবৃশু
১০১১
১২১৩১৪১৫১৬১৭১৮
১৯২০২১২২২৩২৪২৫
২৬২৭২৮২৯৩০৩১ 
২০২৬

২১ জুলাই (ইংৰাজী:21 July) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০২তম (অধিবৰ্ষত ২০৩তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৩টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৬৫৮ - পিতৃ ছাহজাহানক আগ্ৰা দুৰ্গত বন্দী কৰি থৈ আনুষ্ঠানিকভাবে ঔৰংগজেৱে দিল্লীৰ ৰাজপাটত উঠিছিল।
  • ১৮৩১ - বেলজিয়ামক এখন সুকীয়া ৰাষ্ট্ৰ হিচাপে গঠন কৰা হয়।
  • ১৮৯১ - জাৰ্মানীৰ অট’ভন থিনিয়েনথালৰ দ্বাৰা বাৰ্লিনত গ্লাইডাৰেৰে প্ৰথমটো উৰণ সম্পন্ন হৈছিল।
  • ১৯৫৪ - পৰ্তুগীজৰ হাতৰপৰা দাদৰক মুক্ত কৰা হয়।
  • ১৯৬৯ - এপল’—১১ ৰ জৰিয়তে চন্দ্ৰলৈ যোৱা মহাকাশচাৰীনীল আৰ্মষ্ট্ৰং আৰু এডুইন এলড্ৰিনে চন্দ্ৰপৃষ্ঠত প্ৰথম ঐতিহাসিক খোজ দিছিল।
  • ১৯৭৭ -নীলম সঞ্জীৱা ৰেড্ডী ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।
  • ২০০১ - কাশ্মীৰত অমৰনাথ যাত্ৰীসহ ১৫জনক গুলীয়াই হত্যা কৰা হয়।
  • ২০০৭ - ভাৰতৰ দ্বাদশ ৰাষ্ট্ৰপতি ৰূপেপ্ৰতিভা দেৱী সিং পাটিলক নিৰ্বাচিত কৰা হয়।

জন্ম

[সম্পাদনা কৰক]
  • ১৮৯৯ -আৰ্নেষ্ট হেমিংৱে, আমেৰিকাৰ গল্পকাৰ, ঔপন্যাসিক। তেখেতৰ বিশ্ব প্ৰসিদ্ধ উপন্যাসখনৰ নাম হ’ল ‘দ্য অ'ল্ড মেন এণ্ড দ্য ছী’; যাৰ বাবে তেখেতে ১৯৫৪ চনত সাহিত্যৰ নোবেল লাভ কৰিছিল।[1]
  • ১৯০২ -মহীচন্দ্ৰ মিৰি, অসমীয়া সমাজ সেৱক আৰু সাহিত্যিক।
  • ১৯১১ -উমাশংকৰ যোশী, ভাৰতীয় কবি আৰু লেখক।
  • ১৯৩০ -আনন্দ বক্সী, ভাৰতীয় কবি গীতিকাৰ।
  • ১৯৩৪ - চন্দু বোৰ্ডে, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ।
  • ১৯৩৯ -প্ৰণৱজ্যোতি ডেকা, অসমীয়া গল্পকাৰ, ঔপন্যাসিক, গৱেষক, অভিধান প্ৰণেতা আৰু অধ্যাপক।
  • ১৯৫১ - ৰবীন ৱিলিয়ামছ, অভিনেতা, জুমাঞ্জী কথাছবিৰ নায়ক।

মৃত্যু

[সম্পাদনা কৰক]
  • ১৭৯৬ - ৰবাৰ্ট বাৰ্ণছ, স্কটলেণ্ডৰ ৰাষ্ট্ৰীয় কবি।[2]
  • ১৯০৬ - উমেশ চন্দ্ৰ বেনাৰ্জী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি।
  • ১৯৬৭ - জিমি ফক্স, আমেৰিকাৰ বেচবল খেলুৱৈ।[3]
  • ১৯৭৬ -আবু তাহেৰ, বাংলাদেশী স্বাধীনতা সংগ্ৰামী আৰু বাওঁপন্থী বিপ্লৱী।
  • ২০০৯ -গংগুবাঈ হংগল, ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ।

দিৱস

[সম্পাদনা কৰক]
  • বেলজিয়ামৰ ৰাষ্ট্ৰীয় দিৱস।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত২১ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ


  1. https://www.onthisday.com/birthdays/july/21
  2. https://www.onthisday.com/deaths/july/21
  3. https://www.onthisday.com/deaths/july/21
"https://as.wikipedia.org/w/index.php?title=২১_জুলাই&oldid=421337"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2026 Movatter.jp