Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

২১ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আগষ্ট
দেসোবুবৃশু
১০১১১২১৩১৪১৫১৬
১৭১৮১৯২০২১২২২৩
২৪২৫২৬২৭২৮২৯৩০
৩১ 
২০২৫

২১ আগষ্ট (ইংৰাজী:21 August) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৩তম (অধিবৰ্ষত ২৩৪তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩২টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯১১ -লিঅ'নাৰ্ড' দা ভিন্সিৰ বিখ্য়াত চিত্ৰ"মনালিছা" ভিন্সেঞ্জ' পেৰুগিয়া নামৰ মিউজিয়ামৰ কৰ্মচাৰী এজনে চুৰ কৰে।
  • ১৯৬৫ - ৰোমানিয়াৰ সংবিধান গ্ৰহণ কৰা হয়।[1]
  • ১৯৭২ - বন্য জীৱন (সুৰক্ষা) আইন, ১৯৭২ বা বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২খন লোকসভাত অনুমোদন হয়। সেইখন সেইবছৰৰে ৯ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী কৰা হয়।[2]
  • ১৯৮৮ - নেপাল আৰু ভাৰতৰ সীমান্তত ৬.৯ প্ৰাবল্য়ৰ ভূমিকম্প সৃষ্টি হয় আৰু ১৪৫০জন লোকৰ মৃত্য়ু হয়।[3]
  • ১৯৯৭ - পূব চীনত হোৱাটাইফূন ৱিনি (Typhoon Winnie) নামৰ ঘূৰ্ণিবতাহত ১৪০ লোক নিহত আৰু তিনি হাজাৰ লোক আহত হয়।[4]

জন্ম

[সম্পাদনা কৰক]

মৃত্যু

[সম্পাদনা কৰক]

দিৱস

[সম্পাদনা কৰক]
  • বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস।
  • সন্ত্ৰাসবাদৰ চিকাৰ হোৱা সকলৰ আন্তঃৰাষ্ট্ৰীয় স্মৃতি আৰু শ্ৰদ্ধাঞ্জলি দিৱস।

অন্যান্য

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ

তথ্য়সূত্ৰ

[সম্পাদনা কৰক]
  1. Stoica, Stan (coordinator).Dicționar de Istorie a României. Bucharest: Editura Merona, 2007, pp.93-4
  2. https://www.mapsofindia.com/on-this-day/21st-august-1972-wildlife-protection-act-is-passed
  3. https://reliefweb.int/report/india/india-earthquake-aug-1988-undro-information-reports-1-3
  4. "আৰ্কাইভ কপি". Archived fromthe original on 2021-08-20. https://web.archive.org/web/20210820161312/http://edition.cnn.com/WORLD/9708/21/typhoon/। আহৰণ কৰা হৈছে: 2021-08-20. 
"https://as.wikipedia.org/w/index.php?title=২১_আগষ্ট&oldid=443202"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2025 Movatter.jp