Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

১৯ মাৰ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাৰ্চ
দেসোবুবৃশু
১০১১১২১৩১৪১৫
১৬১৭১৮১৯২০২১২২
২৩২৪২৫২৬২৭২৮২৯
৩০৩১ 
২০২৫

১৯ মাৰ্চ (ইংৰাজী:19 March) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৭৮তম (অধিবৰ্ষত ৭৯তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৭টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]

জন্ম

[সম্পাদনা কৰক]
  • ১৮১৩ - ডেভিড লিভিংষ্টোন, স্কটিছ চিকিৎসক আৰু মানবতাবাদী।
  • ১৯৫৫ -ব্ৰুচ ৱিলিছ, আমেৰিকান অভিনেতা।
  • ১৯৮৪ - তনুশ্ৰী দত্ত, ভাৰতীয় অভিনেত্ৰী।

মৃত্যু

[সম্পাদনা কৰক]
  • ১৯৭৩ - হেমেন গাঙ্গুলী, ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক।
  • ২০০৫ -নৰেন্দ্ৰ চন্দ্ৰ হাজং, অসমীয়া অনাতাঁৰ শিল্পী তথা সংগীত প্ৰযোজক।
  • ২০০৬ -গোলাপ বৰবৰা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
  • ২০০৮ - আৰ্থাৰ চি ক্লাৰ্ক, ইংৰাজ লেখক।
  • ২০১৮ -কেদাৰনাথ সিং, ভাৰতীয় কবি।

দিৱস

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত১৯ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ
"https://as.wikipedia.org/w/index.php?title=১৯_মাৰ্চ&oldid=349753"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp