Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

১৮ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুলাই
দেসোবুবৃশু
১০১১১২
১৩১৪১৫১৬১৭১৮১৯
২০২১২২২৩২৪২৫২৬
২৭২৮২৯৩০৩১ 
২০২৫

১৮ জুলাই (ইংৰাজী:18 July) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৯তম (অধিবৰ্ষত ২০০তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৬টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯৪৭ - ভাৰতৰ স্বাধীনতা আইন ১৯৪৭ক (ইংঃ The India Independence Act 1947) বৃটেইনৰ সংসদত ৰাজকীয় স্বীকৃতি দিয়া হৈছিল আৰু বলৱৎ হৈছিল।[1]
  • ১৯৮০ - এ এছ এল ভি-৩ (ইঃ ASLV-3) যানখনেৰে ভাৰতত তৈয়াৰী প্ৰথম কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপন কৰা হৈছিল।
  • ১৯৮০ - ভাৰতত প্ৰথম ৰঙীন দূৰদৰ্শনৰ কাৰ্যসূচী সম্প্ৰচাৰ কৰা হৈছিল।
  • ২০০২ - ড॰এ পি জে আব্দুল কালাম ভাৰতবৰ্ষৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হয়।
  • ২০০৪ - তামিলনাডুৰ কুম্বাকোনত এখন বিদ্যালয়ত জুই লাগি ৯০জন শিশু শিক্ষাৰ্থীৰ মৃত্যু হৈছিল।
  • ২০০৫ -ৰাহুল দ্ৰাবিড় ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাবে নিৰ্বাচিত হয়।
  • ২০০৮ - জুনিয়ৰ এছিয়া কাপ হকীত ভাৰত চেম্পিয়ন হৈছিল।

জন্ম

[সম্পাদনা কৰক]

মৃত্যু

[সম্পাদনা কৰক]
  • ৭১৫ - মহম্মদ বিন কাচিম, সিন্ধু বিজয়ী আৰৱৰ সেনাপতি। (জঃ ৬৯৫)
  • ১৮১৭ - জে'ন অ'ষ্টিন, ইংৰাজ ঔপন্যাসিকা, প্ৰাইড এণ্ড প্ৰিজুডাছৰ লেখিকা।
  • ১৯৯৪ - মুনিছ ৰাজা, ভাৰতীয় শিক্ষাবিদ, দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য।
  • ২০২২ - ভূপিন্দৰ সিং, ভাৰতীয় সংগীত-শিল্পী, গজল গায়ক।

দিৱস

[সম্পাদনা কৰক]

অন্যান্য

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত১৮ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে।
প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ



তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. https://www.mapsofindia.com/on-this-day/july-18th-1947-the-india-independence-act-1947-comes-into-force
  2. https://www.nelsonmandela.org/content/page/biography
"https://as.wikipedia.org/w/index.php?title=১৮_জুলাই&oldid=371986"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp