Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

১৬ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এইসময় সম্পৰ্কীয়চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবেইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়েসহায়িকাখন এবাৰ চকু ফুৰাব।


জুন
দেসোবুবৃশু
১০১১১২১৩
১৪১৫১৬১৭১৮১৯২০
২১২২২৩২৪২৫২৬২৭
২৮২৯৩০ 
২০২৬

১৬ জুন (ইংৰাজী:16 June) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৭তম (অধিবৰ্ষত ১৬৮তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৮টা দিন বাকী থাকে।বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল:

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ৬৩২ খ্ৰীষ্টপূৰ্ব - জোৰষ্ট্ৰিয়ান কেলেণ্ডাৰৰ প্ৰচলন হয়। উল্লেখ্য যে ইৰান আৰু ভাৰতৰ পাৰ্চী সমাজত এই কেলণ্ডাৰৰ প্ৰচলন বহুল ভাৱে হয়।
  • ১৯৪৪ - দ্বিতীয় বিশ্বযুদ্ধত মাৰ্কিন বিমান বাহিনীয়ে জাপানৰ দক্ষিণ অঞ্চলৰ ফুকুলা চহৰত আক্ৰমণ কৰে।
  • ১৯৬৩ - বিশ্বৰ প্ৰথমগৰীকী মহিলা মহাকাশচাৰী ‘‘ভেলেণ্টিনা টেৰেচ’কভা’’ই মহাকাশলৈ উৰা মাৰিছিলে।
  • ১৯৯১ - যোৰহাটৰপৰা দৈনিক সংবাদ-পত্ৰ দি-ইষ্টাৰ্ণ ক্লেৰিয়ান প্ৰকাশিত হৈছিল।
  • ২০০৭ -ছলমান ৰুশ্বদীক নাইট উপাধি প্ৰধান কৰে ইংলেণ্ডৰ ৰাণীয়ে।

জন্ম

[সম্পাদনা কৰক]
  • ১৭২৩ -অডাম স্মিথ, স্কটিছ দাৰ্শনিক আৰু অৰ্থনীতিবিদ। (মৃঃ ১৭৯০)
  • ১৭৩৩ - জোচেফ প্ৰিষ্টলি, ব্ৰিটেইনৰ বিখ্যাত ৰসায়নবিদ আৰু পদাৰ্থ বিজ্ঞানী,অম্লজান (অক্সিজেন), পেঞ্চিলৰ দাগ চাফা কৰা ৰবৰ, কাৰ্বনেটেড পানী (চৌদা পানী) আৰু বহুতো ৰাসায়নিক যৌগৰ আৱিষ্কাৰক।
  • ১৮৮৮ - আলেকজেণ্ডাৰ আলেকজেণ্ড্ৰ'ভিচ ফ্ৰিদমেন, বিশ্ব ব্ৰহ্মাণ্ড প্ৰসাৰণ তত্ত্বৰ আৱিষ্কাৰক আৰু প্ৰথম আইনষ্টাইনৰআপেক্ষিকতাবাদ তত্ত্বৰ ব্যাখ্যা আৰু প্ৰমাণ কৰোতা, ৰুচ গণিতজ্ঞ, বিশ্বতত্ত্ববিদ আৰু পদাৰ্থবিজ্ঞানী। (মৃঃ ১৯২৫)
  • ১৮৯০ - ষ্টেন লৰেল, ইংৰাজ কৌতুক অভিনেতা, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক। (মৃঃ ১৯৬৫)
  • ১৯৪৩ -হৰেন্দ্ৰনাথ বৰঠাকুৰ, অসমীয়া শিশু সাহিত্যিক তথা নাট্যকাৰ।
  • ১৯৫০ -মিথুন চক্ৰৱৰ্তী, ভাৰতৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা, ৰাজনৈতিক নেতা, সমাজ সংগঠক আৰু উদ্যোক্তা।
  • ১৯৬৫ -এণ্ড্ৰিয়া এম. ঘেজ, আমেৰিকান জ্যোতিৰ্বিজ্ঞানী।

মৃত্যু

[সম্পাদনা কৰক]

দিৱস

[সম্পাদনা কৰক]

অন্যান্য

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ
"https://as.wikipedia.org/w/index.php?title=১৬_জুন&oldid=368623"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2026 Movatter.jp