Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

১৬ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আগষ্ট
দেসোবুবৃশু
১০১১১২১৩১৪১৫১৬
১৭১৮১৯২০২১২২২৩
২৪২৫২৬২৭২৮২৯৩০
৩১ 
২০২৫

১৬ আগষ্ট (ইংৰাজী:16 August) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৮তম (অধিবৰ্ষত ২২৯তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩৭টা দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৮৬৭ -কাৰ্ল মাৰ্ক্সডাছ কেপিটেল প্ৰথম খণ্ড প্ৰকাশ হয়।
  • ১৯১০ -ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰসিদ্ধ কাব্যগীতাঞ্জলিৰ প্ৰথম প্ৰকাশ হয়।
  • ১৯৪৬ - ভাৰত বিভাজনকলৈ কলকাতাত হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈ চাৰি হাজাৰতকৈ অধিক লোকৰ মৃত্য়ু হয়।
  • ১৯৫৫ -বজালী মহাবিদ্যালয় স্থাপন হৈছিল।
  • ১৯৬০ - ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পৰা শাসনমুক্ত হৈ চাইপ্ৰাছে স্বাধীন ৰাষ্ট্ৰ ৰূপে আত্মপ্ৰকাশ কৰে।
  • ১৯৬২ - পণ্ডিচেৰী, কৰাইকল, মাহে আৰু ইয়ানামাক লৈ সংযুক্ত পণ্ডিচেৰী কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হয়।
  • ১৯৬৮ - মেক্সিকোতঅলিম্পিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হয়।

জন্ম

[সম্পাদনা কৰক]
  • ১৮৪৫ –গেব্ৰিয়েল লিপমেন, পদাৰ্থ বিজ্ঞানত নোবেল বঁটা বিজয়ী ফৰাচী বিজ্ঞানী জনৰ জন্ম হৈছিল।
  • ১৮৮৮ -টি ই ল'ৰেঞ্চ, ল'ৰেঞ্চ অৱ আৰৱীয়া হিচাপে খ্য়াত প্ৰথম বিশ্ব যুদ্ধৰ সৈনিক, লেখক আৰু পুৰাতত্ববিদ।
  • ১৯৪৫ –পি চিদাম্বৰম, ভাৰতীয় ৰাজনীতিবিদ আৰু অৰ্থনীতিবিদ তথা প্ৰাক্তন বিত্তমন্ত্ৰী জনৰ জন্ম হয়।
  • ১৯৫৪ -জেমছ কেমেৰুন, হলীউডৰ বিখ্যাত কথাছবি পৰিচালক,দা টাৰ্মিনেটৰ,টাইটানিক (কথাছবি) আৰুঅৱতাৰ তেখেতে পৰিচালনা কৰা বিশ্ব বিখ্য়াত কথাছবি।
  • ১৯৫৮ -মেড'না, সম্পুৰ্ণ নাম মেড'না লুইছ চিক'নি, পপ সম্ৰাজ্ঞী হিচপে বিখ্য়াত পপ গায়িকা, গীতিকাৰ আৰু হলীউডৰ অভিনেত্ৰী।
  • ১৯৭০ -মনীষা কৈৰালা, নেপালত জন্ম গ্ৰহন কৰা বলীউডৰ অভিনেত্ৰী।
  • ১৯৭০ -চৈইফ আলী খান, বলীউডৰ অভিনেতা।

মৃত্যু

[সম্পাদনা কৰক]

দিৱস

[সম্পাদনা কৰক]

অনান্য

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত১৬ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ


"https://as.wikipedia.org/w/index.php?title=১৬_আগষ্ট&oldid=374578"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp