Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

১৫ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মে'
দেসোবুবৃশু
১০
১১১২১৩১৪১৫১৬১৭
১৮১৯২০২১২২২৩২৪
২৫২৬২৭২৮২৯৩০৩১
২০২৫

১৫ মে' (ইংৰাজী:15 May) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৫তম (অধিবৰ্ষত ১৩৬তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩০টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৭৭৬ - প্ৰথম বাষ্প চালিত বা ভাপ ইঞ্জিন চালিত জাহাজ বনোৱা হৈছিল।

জন্ম

[সম্পাদনা কৰক]
  • ১৮১৭ - দেৱেন্দ্ৰনাথ ঠাকুৰ, ভাৰতীয় দাৰ্শনিক আৰু লেখক।
  • ১৮৯৩ -লক্ষ্মীনাথ দাস, অসমীয়া বিজ্ঞানী, উদ্যোগী, উদ্ভাৱক আৰু অধ্যাপক।
  • ১৯০৭ - সুখদেৱ থাপাৰ, ভাৰতীয় মুক্তিযোদ্ধা। (মৃত্য়ুঃ ১৯৩১)
  • ১৯৬৭ -মাধুৰী দীক্ষিত, ভাৰতীয় বোলছবি অভিনেত্ৰী।
  • ১৯৮৫ -তথাগত মুখোপাধ্যায়, ভাৰতীয় অভিনেতা।
  • ২০০৩ -প্ৰবীণ কুমাৰ, ভাৰতীয় পেৰা হাই জাম্প এথলীট।

মৃত্যু

[সম্পাদনা কৰক]
  • ১৮৮৬ - এমিলী ডিকিনছন্, মাৰ্কিন কবি।
  • ২০০৩ -ইলোৰা ৰায়চৌধুৰী, ভাৰতীয় সমাজকৰ্মী। মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা।

দিৱস

[সম্পাদনা কৰক]

ছুটি আৰু অন্যান্য

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত১৫ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ
"https://as.wikipedia.org/w/index.php?title=১৫_মে%27&oldid=508730"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2025 Movatter.jp