Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

১৫ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুলাই
দেসোবুবৃশু
১০১১
১২১৩১৪১৫১৬১৭১৮
১৯২০২১২২২৩২৪২৫
২৬২৭২৮২৯৩০৩১ 
২০২৬

১৫ জুলাই (ইংৰাজী:15 July) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৬তম (অধিবৰ্ষত ১৯৭তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৯টা দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৮১৫ - ৱাটাৰ্লুপ যুদ্ধত পৰাজয়ৰ পিছতনেপোলিয়ন বোনাপাৰ্টএ বিখ্যাত নেপোলিয়ন যুদ্ধত বেলেৰফনৰ ওচৰত আত্মসমৰ্পণ কৰে।
  • ১৯৫৫ - ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী পণ্ডিতজৱাহৰলাল নেহৰুলৈভাৰতৰত্ন সন্মান ঘোষণা কৰা হয়।
  • ১৯৬৫ - মানৱহীন মহাকাশযান মেৰিণাৰ—৪ য়ে মঙ্গলগ্ৰহৰ ১২,০০০ কিঃমিঃ কাষেৰে ভ্ৰমণ কৰিছিল।
  • ১৯৭৫ -আমেৰিকা আৰুছোভিয়েট ৰাছিয়াৰ যুগ্ম মহাকাশ অভিযান এপল-ছয়ুজে বিস্ময়কৰ, অভুতপূৰ্ব সাফল্য লাভ কৰে।
  • ১৯৭৫ - ভাৰতীয় সময় মতে আবেলি ৫ বাজি ৩০ মিনিটত বৈকানুৰৰ মহাকাশ উৎক্ষেপণ কেন্দ্ৰৰ পৰা ছয়ুজ— ১৯ যানখন উৎক্ষেপণ কৰা হয়।
  • ১৯৭৯ -মোৰাৰজী দেশাইয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।
  • ১৯৯৭ - পৰিৱেশবিদমহেশ চন্দ্ৰ মেহতালৈৰমণ মেগছেছে বঁটা ঘোষণা কৰা হয়।
  • ২০০১ -পাকিস্তান আৰুভাৰতৰ ঐতিহাসিক আগ্ৰা শীৰ্ষ বৈঠক আৰম্ভ হয়।
  • ২০০৬ - বিশ্বৰ চ'ছিয়েল নেটৱৰ্কিং খণ্ডতটুইটাৰ যোগ হয়।
  • ২০১০ - ভাৰতীয় টকাৰ প্ৰতীক (₹) ভাৰত চৰকাৰে প্ৰকাশ কৰে।

জন্ম

[সম্পাদনা কৰক]

মৃত্যু

[সম্পাদনা কৰক]

দিৱস

[সম্পাদনা কৰক]
  • বিশ্ব যুৱ দক্ষতা দিৱস।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত১৫ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ


"https://as.wikipedia.org/w/index.php?title=১৫_জুলাই&oldid=371665"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2026 Movatter.jp