Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

১৫ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এই প্ৰবন্ধটো ইংৰাজী বৰ্ষপঞ্জীৰ তাৰিখটোৰ বিষয়ে। ভাৰতৰ স্বাধীনতা দিৱসৰ বাবেস্বাধীনতা দিৱস (ভাৰত) চাওক।


আগষ্ট
দেসোবুবৃশু
১০১১১২১৩১৪১৫১৬
১৭১৮১৯২০২১২২২৩
২৪২৫২৬২৭২৮২৯৩০
৩১ 
২০২৫

১৫ আগষ্ট (ইংৰাজী:15 August) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৭তম (অধিবৰ্ষত ২২৮তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১২৬১ - বাইজাণ্টিসকলৰ হাতত কনষ্টাণ্টিনোপলৰ পতন হয় আৰু অষ্টম মাইকেল বাইজাণ্টিয়াম সাম্ৰাজ্যৰ নতুন সম্ৰাট হয়।
  • ১৯১৪ - পানামা খালৰ নিৰ্মাণ সম্পূৰ্ণ হয় আৰু খালটোৱেদি প্ৰথমখন জাহাজ পাৰ হয়।
  • ১৯৪৭ -লৰ্ড মাউণ্ট বেটেনে ভাৰতৰ স্বাধীনতাৰ কথা ঘোষণা কৰে।
  • ১৯৫০ - অসমত হোৱা প্ৰবলভূমিকম্পৰ ফলত ১৩৫০ জন লোক মৃত্যুমুখত পৰে আৰু বিস্তৰ ক্ষতি হয়।
  • ১৯৬৫ - ভাৰতীয় খাদ্য নিগম প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৭২ -ভাৰতডাক সূচাংক সংখ্যা প্ৰৱৰ্তন কৰা হয়।
  • ১৯৭৫ - বাংলাদেশৰ সেনা বিষয়াৰ এটা দলে ৰাষ্ট্ৰপতি শ্বেখ মজিবুৰ ৰহমানক পত্নীসহ হত্যা কৰে।
  • ১৯৮২ - ভাৰততদূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সম্প্ৰচাৰ আৰম্ভ হয়।
  • ১৯৮৫ -সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত ঐতিহাসিকঅসম চুক্তি সম্পাদন কৰা হয়।
  • ১৯৮৬ - অসমীয়া দৈনিক বাতৰিকাকত আজিৰ অসম প্ৰকাশ আৰম্ভ হয়। প্ৰতিষ্ঠাপক সম্পাদকৰাধিকামোহন ভাগৱতী
  • ১৯৯৬ - আন্দামানৰ ৰোজ আইলেণ্ডকৰাণী লক্ষ্মীবাই নামেৰে নামকৰণ কৰা হয়।
  • ২০০৪ -ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মাজতে হোৱা বোমা বিস্ফোৰণত দহটি শিশুকে ধৰি ১৩ জনৰ মৃত্যু হয় আৰু অৰ্ধ শতাধিক লোক আহত হয়।

জন্ম

[সম্পাদনা কৰক]
  • ১৭৬৯ -নেপোলিয়ন বোনাপাৰ্ট, ফ্ৰান্সৰ সম্ৰাট।
  • ১৮৭২ -শ্ৰী অৰবিন্দ, ভাৰতীয় দাৰ্শনিক, কবি আৰু সাংবাদিক।
  • ১৯৩৮ -প্ৰাণ কুমাৰ শৰ্মা, ভাৰতৰ এগৰাকী জনপ্ৰিয় কাৰ্টুনিষ্ট। তেওঁক প্ৰধানকৈ জনপ্ৰিয় 'চাচা চৌধুৰী' নামৰ কমিকছ চৰিত্ৰৰ সৃষ্টিৰ বাবে জনা যায়। ২০১৪ চনৰ ৬ আগষ্টত ৭৫ বছৰ বয়সত নতুন দিল্লীত তেওঁৰ মৃত্যু হয়।
  • ১৯৪৭ -ৰাখী গুলজাৰ, পদ্মশ্ৰী, হিন্দী আৰু বাংলা কথাছবিৰ অভিনেত্ৰী।
  • ১৯৫১ -ইন্দ্ৰাণী বসু, ভাৰতীয় পদাৰ্থবিজ্ঞানী, কলকাতাৰ বসু ইনষ্টিটিউটৰ পদাৰ্থ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক।
  • ১৯৬১ -সুহাসিনী মণিৰত্নম, তেলুগু, মালয়ালম, তামিল আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰ অভিনেত্ৰী।
  • ১৯৬৪ -মেলিণ্ডা গেট্‌ছ, আমেৰিকান সমাজহিতৈষী আৰু মাইক্ৰছ'ফ্টৰ ভূতপূৰ্ব মহাপ্ৰবন্ধক।
  • ১৯৭১ - আদনান্ চামী, বলীউডৰ গায়ক।

মৃত্যু

[সম্পাদনা কৰক]
  • ১০৫৭ - মেকবেথ, স্কটলেণ্ডৰ ৰজা। সেক্সপিয়েৰৰ নাটকমেকবেথৰ মূল চৰিত্ৰটো তেখেতৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছিল।
  • ১৮৫২ - জ'হান গেড'লিন, ফিনলেণ্ডৰ ৰসায়ন বিজ্ঞানী।
  • ১৯৭৫ -শ্বেখ মজিবুৰ ৰহমান, বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
  • ১৯৪২ -মহাদেৱ দেশাই, ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰ্যকৰ্তা তথা ৰাষ্ট্ৰবাদী লেখক।
  • ২০০০ -টি. এ. সৰস্বতী আম্মা, ভাৰতীয় শিক্ষাবিদ, পণ্ডিত, গৱেষক, গণিতজ্ঞ।

দিৱস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত১৫ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ


"https://as.wikipedia.org/w/index.php?title=১৫_আগষ্ট&oldid=406396"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp