Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

১৩ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মে'
দেসোবুবৃশু
১০
১১১২১৩১৪১৫১৬১৭
১৮১৯২০২১২২২৩২৪
২৫২৬২৭২৮২৯৩০৩১
২০২৫

১৩ মে' (ইংৰাজী:13 May) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৩তম (অধিবৰ্ষত ১৩৪তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩২টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯৯৫ - প্ৰথম মহিলা হিচাপে  এলিচন অক্সিজেন আৰু চেৰপা চাৰাই এভাৰেষ্ট জয় কৰে।
  • ২০০০ - ভাৰতৰ লাৰা দত্তই বিশ্বসুন্দৰী খিতাপ লাভ কৰে।

জন্ম

[সম্পাদনা কৰক]

মৃত্যু

[সম্পাদনা কৰক]
  • ১৮৩৬ - চাৰ্লছ উইলকিঞ্চ, ইংৰাজ ভাষাবিদ। (জন্ম: ১৭৪৯)
  • ১৯৪৭ -সুকান্ত ভট্টাচাৰ্য, ভাৰতীয় সাহিত্যিক। (জন্ম:১৫ আগষ্ট, ১৯২৬)
  • ১৯৫১ - হাজৰত মোহনী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু কবি। (জন্ম:- ১ জানুৱাৰী ১৮৭৫)
  • ১৯৬৩ - সুকুমাৰ সেন, ভাৰতীয় সাহিত্যক। (জন্ম:২ জানুৱাৰী, ১৮৯৮)
  • ২০০১ -আৰ কে নাৰায়ণ, ভাৰতীয় লেখক। (জন্ম:১০ অক্টোবৰ, ১৯০৬)
  • ২০১৮ -ই চি জৰ্জ সুদৰ্শন, ভাৰতীয়-আমেৰিকান তাত্ত্বিক পদাৰ্থ বিজ্ঞানী।
  • ২০২৪ -বিৰুবালা ৰাভা, অসমৰ এগৰাকী প্ৰখ্যাত সমাজকৰ্মী। অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছিল। ২০২১ চনত ভাৰত চৰকাৰেপদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। কৰ্কট ৰোগত আক্ৰান্ত হৈ দেহাৱসান। জন্ম ১৯৫৪ চনতগোৱালপাৰা জিলাৰ ঠাকুৰভিলাত ।
  • ২০২৪ -ইশ্বৰ প্ৰসন্ন হাজৰিকা প্ৰাক্তন সাংসদ, ভাৰতীয় ৰাজহ সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া । মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰি তেওঁ কটন কলেজ, বেনাৰস হিন্দু বিশ্ব বিদ্যালয় আৰু দিল্লী স্কুল অৱ ইকনমিক্সত অধ্যয়ন কৰে। লণ্ডনৰ পৰাও বেৰিষ্টাৰ হৈছিল। এসময়ত তেওঁ আয়কৰ বিভাগৰ আয়ুক্ত আৰু "অসম ৰাজ্যিক বিদ্যুৎ ব’ৰ্ড"ৰ অধ্যক্ষ আছিল। ১৯৯৬ চনততেজপুৰৰ পৰাকংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে হাজৰিকাই লোকসভাৰ সদস্য হৈছিল। বহু দিনৰ পৰাদিল্লীত বসবাস কৰা হাজৰিকা এসময়ত মিনাৰেল এণ্ড মেটাল ট্ৰেডিং কৰ্পৰেশ্যনৰ অধ্যক্ষ আছিল

দিৱস

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত১৩ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ
"https://as.wikipedia.org/w/index.php?title=১৩_মে%27&oldid=508226"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp