Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

১৩ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আগষ্ট
দেসোবুবৃশু
১০১১১২১৩১৪১৫
১৬১৭১৮১৯২০২১২২
২৩২৪২৫২৬২৭২৮২৯
৩০৩১ 
২০২৬

১৩ আগষ্ট (ইংৰাজী:13 August) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৫তম (অধিবৰ্ষত ২২৬তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৭৮৪ - ভাৰতত প্ৰশাসনিক সংস্কাৰ বাবেপিটছ ইণ্ডিয়া বিধেয়ক ব্ৰিটিছ পাৰ্লিয়ামেণ্টত গ্ৰহণ কৰা হৈছিল।
  • ১৯৫৬ -লোকসভাত ৰাষ্ট্ৰীয় ঘাইপথ বিধেয়ক গৃহীত হয়।
  • ২০০৪ - গ্ৰীচৰ এথেন্সত ২৮ তমঅলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয়।

জন্ম

[সম্পাদনা কৰক]

মৃত্যু

[সম্পাদনা কৰক]
  • ১৮৯১ -টিকেন্দ্ৰজিৎ, মণিপুৰৰ সেনাপতি। ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত আন দুজনৰ সৈতে ইংৰাজে ফাঁচী দিছিল।
  • ১৯১০ -ফ্লোৰেন্স নাইটিংগেল, ইংৰাজ শুশ্ৰূষাকাৰী আৰু সমাজসেৱীকা।
  • ১৯৪৬ -এইছ জি ৱেলছ, বিখ্যাত ইংৰাজী কল্পবিজ্ঞান কাহিনী লেখক, দুখন বিখ্যাত কিতাপ হ'ল -দা ৱাৰ অৱ দা ৱৰ্ল্ডছ আৰুদা টাইম মেছিন
  • ২০০০ -নাজিয়া তাছান, প্ৰখ্যাত গায়িকা।
  • ২০০৩ - ড॰ভবেন্দ্ৰ নাথ শইকীয়া, যশস্বী ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক।
  • ২০১৮ -সোমনাথ চেটাৰ্জী, ভাৰতৰ এগৰাকী ৰাজনীতিবিদ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ নেতা।

দিৱস

[সম্পাদনা কৰক]
  • বিশ্ব অংগ দান দিৱস।
  • বিশ্ব বাওঁহতীয়া দিৱস।

অনান্য

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত১৩ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ


"https://as.wikipedia.org/w/index.php?title=১৩_আগষ্ট&oldid=379027"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2026 Movatter.jp