Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

১২ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুলাই
দেসোবুবৃশু
১০১১১২
১৩১৪১৫১৬১৭১৮১৯
২০২১২২২৩২৪২৫২৬
২৭২৮২৯৩০৩১ 
২০২৫

১২ জুলাই (ইংৰাজী:12 July) হৈছেগ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৩তম (অধিবৰ্ষত ১৯৪তম)দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭২টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৮২৩ - ভাৰতত নিৰ্মিত প্ৰথমখন বাষ্পচালিত জাহাজডায়েনাই কলকাতা বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰে।[1]
  • ১৯৭৯ - গ্ৰেট ব্ৰিটেইনৰ পৰাকিৰবিটিয়ে স্বাধীনতা লাভ কৰে।
  • ১৯৮০ -SLV-3ৰ জৰিয়তে ভাৰতৰ কৃত্ৰিম উপগ্ৰহ ৰোহিনীৰ মহাকাশলৈ নিক্ষেপ কৰা হৈছিল।
  • ১৯৯১ - ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰীচৰ্দাৰ বল্লভ ভাই পেটেলক মৰণোত্তৰভাৱেভাৰতৰত্ন সন্মান দিয়া হয়।
  • ২০০২ - ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবেএ পি জে আব্দুল কালামলৈ সমাজবাৰ্দী পাৰ্টীয়ে সমৰ্থন আগবঢ়ায়।
  • ২০০৪ -অসমৰ হোৱা প্ৰবল বানপানীৰ ফলত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয়।
  • ২০০৫ - সুদীৰ্ঘ পাঁচ বছৰ ধৰি চলা গোচৰৰ অন্তত অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দি অহা বিতৰ্কিত আৰু বৈষম্যমূলকআই এম ডি টি আইন উচ্চতম ন্যায়ালয়ৰ এক ৰায় যোগে বাতিল কৰা হয়।
  • ২০১৫ -ছানিয়া মিৰ্জামাৰ্টিনা হিংগিছৰ সৈতে মহিলাৰ দ্বৈত শাখাৰ ৱিম্বিলডন খিতাপ দখল কৰি ৱিম্বিলডন বিজয়ী হোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়।[2]

জন্ম

[সম্পাদনা কৰক]
  • ১০১ খ্ৰীষ্টপূৰ্ব -জুলিয়াছ চিজাৰ, ৰোমান সেনানায়ক।
  • ১৮৫৪ -জৰ্জ ইষ্টমেন, ফট’গ্ৰাফিৰ ৰোল ফ্লিমৰ আৱিষ্কাৰক। তেখেতৰ আমেৰিকাত জন্ম হৈছিল।
  • ১৮৬৩ -এলৰ্বাট কামেটে, যক্ষ্মা ৰোগৰ প্ৰতিষেধক চিটা আৱিষ্কাৰক। তেখেতে ফ্ৰান্সত জন্ম লাভ কৰিছিল।
  • ১৯০১ -মুখতাৰ বেগম, পাকিস্তানী শাস্ত্ৰীয়, গজল গায়িকা আৰু অভিনেত্ৰী।
  • ১৯০৪ -নেফটালি ৰিকাৰ্ড' ৰেইচ বাচ'লাট' (পাবলো নেৰুদা), ১৯৭১ চনৰ সাহিত্যৰ ন'বেল বিজয়ী, চিলিৰ (Chilean) কবি-কুটনীতিবিদ তথা ৰাজনেতা।
  • ১৯৫৪ -সুলক্ষণা পণ্ডিত, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
  • ১৯৫৬ -গ্ৰেগ লিয়নাৰ্ড চেমেনজা, আমেৰিকান চিকিৎসক।
  • ১৯৭৭ - ব্ৰ'ক লেছনাৰ, ইউ এফ চি (ইংঃ UFC) আৰু ডব্লিউ ডব্লিউ ইৰ (ইংঃ WWE) পেছাদাৰী মল্লযুজাৰু।[3]
  • ১৯৮২ -অচন্ত শৰৎ কমল, ভাৰতীয় পেছাদাৰী টেবুল টেনিছ খেলুৱৈ।
  • ১৯৯১ - জেমছ ৰ'ড্ৰিগুয়েজ, কলম্বিয়াৰ ফুটবল খেলুৱৈ।
  • ১৯৯৭ -মালালা ইউছুফজাই, পাকিস্তানৰ মহিলা শিক্ষাৰ সমাজকৰ্মী আৰু আটাইতকৈ কম বয়সীয়া শান্তিৰ ন'বেল বঁটা বিজয়াী (২০১৪)।

মৃত্যু

[সম্পাদনা কৰক]

দিৱস

[সম্পাদনা কৰক]
  • স্বাধীনতা দিৱস (কিৰিবাটি)।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত১২ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে।

প্ৰ    
বছৰৰ সকলোদিন আৰুমাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ



তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. [https://www.telegraphindia.com/my-kolkata/news/yesterdate-this-day-from-kolkatas-past-july-12-1823/cid/1951403 "Yesterdate: This day from Kolkata’s past, July 12, 1823On this day Diana, first steamer ship built in India, was launched in Kolkata"] (ইংৰাজী ভাষাত). জুলাই ১২, ২০২৩. https://www.telegraphindia.com/my-kolkata/news/yesterdate-this-day-from-kolkatas-past-july-12-1823/cid/1951403. 
  2. "Sania Mirza and Wimbledon: Where it all started for the tennis ace" (ইংৰাজী ভাষাত). জুন ২৮, ২০২৩. https://olympics.com/en/news/sania-mirza-wimbledon-record-stat-debuts-grand-slam-india-tennis. 
  3. "Brock Lesnar". Sherdog. https://www.sherdog.com/fighter/Brock-Lesnar-17522। আহৰণ কৰা হৈছে: ১২ জুলাই 2023. 
"https://as.wikipedia.org/w/index.php?title=১২_জুলাই&oldid=403253"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2025 Movatter.jp