Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

হাতীপটি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাতীপটি তাৰকাৰাজ্য

পাৰানেল অৱজাৰভেটৰীৰ ৰাতিৰ আকাশত
হাতীপটিৰগেলেক্টিক কেন্দ্ৰ
(লেজাৰডালে দূৰবীণৰ বাবেগাইড-তৰাৰ কাম কৰিছে)।
নিৰীক্ষণ কৰা তথ্য
প্ৰকাৰSb, Sbc, or SB(rs)bc[1] (দণ্ড সৰ্পিলাকাৰ তাৰকাৰাজ্য)
পৰিধিসাঁচ:Convert/kly[2]
লাহী ষ্টেলাৰ ডিছৰ ঘনত্বসাঁচ:Convert/kly
নক্ষত্ৰৰ সংখ্যা১–৪ লাখ নিযুত (২.৫ × ১০১১ ± ১.৫ × ১০১১)
সবাতোকৈ পুৰণি তৰা≥১৩.৭ Gyr
ভৰ০.৮–১.৫×1012 সৌৰ ভৰ
কৌণিক ভৰবেগ1×1067 J s[3]
গেলেক্টিক কেন্দ্ৰৰ পৰা সূৰ্যৰ দূৰত্বসাঁচ:Convert/kly
Sun'sGalactic rotation period২৪০ Myr
সৰ্পিলাকাৰ আৰ্হিৰ ঘুৰ্ণন কাল২২০–৩৬০ Myr
দণ্ড আৰ্হিৰ ঘুৰ্ণন কাল১০০–১২০ Myr
Speed relative toCMBrest frame৬৩১ ± ২০ কিমি/ছে[4]
সূৰ্যৰ অৱস্থানত পলায়ন বেগ৫৫০ কিমি/ছে
সূৰ্যৰ অৱস্থানত কৃষ্ণ পদাৰ্থৰ ঘনত্ব০.০০৮৮সাঁচ:Sup sub সৌৰ ভৰpc-3 বা ০.৫৫সাঁচ:Sup sub GeV cm-৩
লগতে চাওক:তাৰকাৰাজ্য,তাৰকাৰাজ্যসমূহৰ তালিকা
এটা শ্ৰেণীৰ অংশ
ভৌতিকব্ৰহ্মাণ্ডতত্ত্ব

হাতীপটি (ইংৰাজী:Milky Way) হৈছে এখনতাৰকাৰাজ্যসৌৰ জগতৰ কেন্দ্ৰসূৰ্য এই তাৰকাৰাজ্যৰ অংশ। ই এক সৰ্পিলাকাৰ তাৰকাৰাজ্য। পৃথিৱী হাতীপটি তাৰকাৰাজ্যৰ কোনো এক অংশত অৱস্থিত। এই তাৰকাৰাজ্যখন ৰাতিৰ সময়ত পৰিষ্কাৰ আকাশৰ এক প্ৰান্তৰ পৰা অন্য প্ৰান্তলৈ বিস্তৃত পাতল শুকুলা মেঘৰ দৰে দেখা পোৱা যায়।

আকৃতি

[সম্পাদনা কৰক]

হাতীপটিৰ ব্যাস আনুমানিক প্ৰায় এক লাখআলোকবৰ্ষ বা ৯×১০১৭কিলোমিটাৰ। ধাৰণা কৰা হয় এই তাৰকাৰাজ্যত কমপক্ষেও ২ লাখ নিযুতৰ পৰা সৰ্বোচ্চ ৪ লাখ নিযুত পৰ্যন্তনক্ষত্ৰ আছে। সাম্প্ৰতিক পৰ্যবেক্ষণত দেখা গৈছে, আগৰ ধাৰণাতকৈ হাতীপটিৰ ভৰ অনেক বেছি, ইয়াৰ ভৰ পৃথিৱীৰ নিকটবৰ্তী সকলোতকৈ ডাঙৰ তাৰকাৰাজ্যএণ্ড্ৰোমিডাৰ প্ৰায় সমান। আগতে ধাৰণা কৰা হৈছিল যে ইয়াৰ ঘূৰ্ণন বেগ প্ৰায় ২২০ কিমি/ছেকেণ্ড, কিন্তু সাম্প্ৰতিক গবেষণা অনুযায়ী এই বেগ প্ৰায় ২৫৪ কিমি/ছেকেণ্ড পোৱা গৈছে। ইয়াৰ ফলত হাতীপটিৰ সৰ্বমুঠ ভৰ প্ৰায় ৩০ নিযুত কোটিসৌৰ ভৰ বুলি গণনা কৰা হৈছে, যি আগৰ ধাৰণাৰ প্ৰায় দুগুণ।

অসমৰ আকাশত হাতীপটি।

বয়স

[সম্পাদনা কৰক]

তাৰকাৰাজ্যৰ বয়স নিৰ্ধাৰণ কৰা অত্যন্ত কঠিন। এই তাৰকাৰাজ্যৰ সবাতোকৈ প্ৰাচীন নক্ষত্ৰ হল HE 1523-0901, যাৰ বয়স প্ৰায় ১৩,২০০ নিযুত বছৰ, প্ৰায়বিশ্বব্ৰহ্মাণ্ডৰ বয়সেৰ সমান। ধাৰণা কৰা হয়, প্ৰায় ৬,৫০০ ৰ পৰা ১০,০০০ নিযুত বছৰ আগেয়ে হাতীপটিৰ সৃষ্টি হৈছিল।

চিত্ৰ সম্ভাৰ

[সম্পাদনা কৰক]
  • নাছাৰ এজন শিল্পীৰ কল্পনাত হাতীপটিৰ আনুমানিক চিত্ৰ।
    নাছাৰ এজন শিল্পীৰ কল্পনাত হাতীপটিৰ আনুমানিক চিত্ৰ।
  • হাতীপটিৰ পেনোৰামা।
    হাতীপটিৰ পেনোৰামা।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Frommert, Hartmut; Kronberg, Christine (August 26, 2005). "Classification of the Milky Way Galaxy". SEDS. http://messier.seds.org/more/mw_type.html। আহৰণ কৰা হৈছে: 2015-05-30. 
  2. Hall, Shannon (2015-05-04). "Size of the Milky Way Upgraded, Solving Galaxy Puzzle". Space.com. http://www.space.com/29270-milky-way-size-larger-than-thought.html। আহৰণ কৰা হৈছে: 2015-06-09. 
  3. Karachentsev, Igor. "Double Galaxies §7.1". Izdatel'stvo Naukaned.ipac.caltech.edu. https://ned.ipac.caltech.edu/level5/Sept02/Keel/Keel7.html। আহৰণ কৰা হৈছে: 5 April 2015. 
  4. Yehuda Hoffman, Daniel Pomarède, R. Brent Tully & Hélène M. Courtois (22 August 2016). "The dipole repeller". Nature Astronomy. doi:10.1038/s41550-016-0036. http://www.nature.com/articles/s41550-016-0036. 
"https://as.wikipedia.org/w/index.php?title=হাতীপটি&oldid=436213"ৰ পৰা অনা হৈছে
শ্ৰেণী:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2026 Movatter.jp