Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

ভেড়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পোহনীয়া ভেড়া
এপাল ভেড়া
সংৰক্ষণ স্থিতি
পোহনীয়া
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য:Animalia
পৰ্ব:Chordata
শ্ৰেণী:Mammalia
বৰ্গ:Artiodactyla
পৰিয়াল:Bovidae
উপপৰিয়াল:Caprinae
গণ:Ovis
প্ৰজাতি:O. aries
বৈজ্ঞানিক নাম
Ovis aries
লিনিয়াছ,১৭৫৮

ভেড়া (ইংৰাজী:Sheep; বৈজ্ঞানিক নাম:Ovis aries) হৈছে এবিধ চাৰিঠেঙীয়াপোহনীয়াজন্তু। ইহঁত আৰ্টিঅডাকটাইলাবৰ্গৰ অন্তৰ্গত অভিছগণপ্ৰজাতি

ইউৰোপ আৰু এছিয়াৰ বন্যmouflonৰ পৰা ভেড়াৰ উদ্ভৱ হৈছিল। ইহঁতক কৃষি, ঊণ, মাংস আৰু গাখীৰৰ বাবে পালন কৰা হয়। ভেড়াৰ ঊণ হৈছে একপ্ৰকাৰৰ বহুল ব্যৱহৃত জৈৱিক আঁহ। ইয়াৰোপৰি বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাতো ইহঁতক ব্যৱহাৰ কৰা হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
"https://as.wikipedia.org/w/index.php?title=ভেড়া&oldid=173032"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2026 Movatter.jp