Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

বেটুপাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপিডিয়া: মুক্ত বিশ্বকোষ
মুক্ত বিশ্বকোষ
নিৰ্বাচিত প্ৰবন্ধ
নিৰ্বাচিত প্ৰবন্ধ
চেটজি.পি.টি.-ৰ ল’গ’
চেটজি.পি.টি.-ৰ ল’গ’
চেটজিপিটি (ইংৰাজী: ChatGPT) অৰ্থাৎচেট জেনেৰেটীভ প্ৰি-ট্ৰেইণ্ড ট্ৰান্সফৰ্মাৰ হৈছে অ’পেনএআই-ৰ দ্বাৰা বিকশিত আৰু ২০২২ চনৰ নৱেম্বৰ মাহত উন্মোচিত বৃহৎ ভাষা-আৰ্হিভিত্তিক চেটবট, যিয়ে ব্যৱহাৰকাৰীসকলক কোনো কথোপকথনৰ দৈৰ্ঘ্য, সজ্জা, শৈলী, ভাষা আদি পৰিচালিত কৰিবলৈ সুবিধা প্ৰদান কৰে। ক্ৰমাগত প্ৰম্‌প্ট আৰু প্ৰত্যুত্তৰসমূহক (যাক প্ৰম্‌প্ট ইঞ্জিনিয়াৰিং বোলা হয়) প্ৰতিটো কথোপকথনৰ পৰ্যায়তে পূৰ্বসূত্ৰ হিচাপে গণ্য কৰা হয়।গুগলৰদ্বাৰা বিকশিত ট্ৰান্সফৰ্মাৰ আন্তঃগাঁথনি-ভিত্তিক অ’পেনএআই-ৰ মালিকানাধীন জেনেৰেটীভ প্ৰি-ট্ৰেইণ্ড ট্ৰান্সফৰ্মাৰ (জিপিটি) আৰ্হিসমূহৰ শৃংখলা জিপিটি-৩.৫ আৰু জিপিটি-৪ৰ ঊৰ্দ্ধত চেটজিপিটি নিৰ্মাণ কৰা হৈছে আৰু ইয়াক ছুপাৰ্ভাইজ্‌ড আৰু ৰিইনফ’ৰ্চমেণ্ট লাৰ্নিং পদ্ধতিৰ সংমিশ্ৰণ ব্যৱহাৰ কৰি কথোপকথনৰ বাবে পৰিমাৰ্জন কৰা হৈছে।অপেন এ আইৰ মুখ্য কাৰ্যবাহী বিষয়া হৈছেছেম অল্টমেন
ইয়াত বিতংকৈ পঢ়ক
আপুনি জানেনে?
আপুনি জানেনে...
যুঁজাৰু বিমান ছুখয় চি-৩০
  • ...যেতেজপুৰ বিমানবন্দৰৰ অৱস্থান কূটনৈতিক কৌশলৰ ফালৰ পৰাভূটান, তিব্বত,চীন, ম্যানমাৰ আৰুবাংলাদেশৰ মাজত হোৱা বাবে বহুতো যুঁজাৰু বিমান ছুখয় চি-৩০ (ইংৰাজী:Sukhoi Su-30) ৰখা হৈছে?
  • ...যে বুৰঞ্জীপ্ৰসিদ্ধষ্টিলৱেল পথ টোদ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা আৰু তেওঁলোকৰ মিত্ৰ শক্তিবিলাকে চীনা সকলক সাহাৰ্য্য সামগ্ৰী যোগান ধৰিবলৈ বাৰ্মা ৰোডৰ এক বিকল্প ৰাস্তা স্বৰূপে নিৰ্মাণ কৰা হৈছিল?
  • ...যে স্বৰ্গদেউগদাধৰ সিংহআহোম ৰাজবংশৰ টুংখুঙীয়া ফৈদৰ প্ৰতিস্থা কৰিছিল?
  • ...যেকণী যুঁজত সাধাৰণতে পাতিহাঁহৰ কণী ব্যৱহাৰ কৰা হয়?
  • ...যেলক্ষ্মীনাথ বেজবৰুৱাবুঢ়ী আইৰ সাধু সংকলনখন নানা প্ৰৱন্ধে বহুজনৰপৰা লিখিত ৰূপত সাধু কথাবোৰ সংগ্ৰহ কৰি লিখি উলিয়াইছিল?
  • ...যে যোৰহাট জিমখানা ক্লাবত অৱস্থিত নাইন হ'ল গ'ল্ফ ক'ৰ্ছ বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি গ'ল্ফ ক'ৰ্ছ?
নিৰ্বাচিত চিত্ৰ
নিৰ্বাচিত চিত্ৰ
ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/ডিচেম্বৰ,২০২৫
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Kaziranga National Park) অসমৰনগাঁও আৰুগোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এক খড়্গযুুুুক্ত গঁড়ৰ বাসস্থান কাজিৰঙাবিশ্ব ঐতিহ্যক্ষেত্ৰসমূহৰ এখন। কাজিৰঙাতেই সংৰক্ষিত বনাঞ্চল সমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰেঢেঁকীয়াপতীয়া বাঘৰ বসতি আছে। ২০০৬ চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। ২০০৫ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে সংৰক্ষিত বনাঞ্চল (reserve forest) হিচাপে এশ বছৰ অতিক্ৰম কৰে। ১৯০৫ চনত কাজিৰঙাক 'সংৰক্ষিত বনাঞ্চল' হিচাপে স্বীকৃতি দিয়া হৈছিল।
আলোকচিত্ৰ:গৌতম ডেকা

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...


পৰিচিতি
"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতেইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে ৬ কোটিৰো অধিক প্ৰবন্ধ সম্বলিত ৩৩০ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ১৫০ কোটি লোকে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।

এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।

ৱিকিপিডিয়াৰ বাহিৰেওৱিকিমিডিয়াৰ তত্বাৱধানতৱিকিচ’ৰ্ছ (ৱিকিউৎস),ৱিকিউদ্ধৃতি,ৱিক্স্যনেৰী (ৱিকি-অভিধান),ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।

সহায়
ৱিকিপিডিয়ানৰ হাতপুথি
সাহায্য

আদৰণি ·পাতনি ·পৰিচয় ·সহায়িকা ·সমল ·সাহায্য কেন্দ্ৰ ·প্ৰশ্নসমূহ ·অৰ্থকোষ ·নতুন প্ৰবন্ধ সৃষ্টি ·টাইপিং ·পুৰীয়া

নীতি আৰু নিৰ্দেশাৱলী

নীতি আৰু নিৰ্দেশাৱলী ·পঞ্চস্তম্ভ ·ৱিকিপিডিয়া কি নহয় ·নিৰপেক্ষ দৃষ্টিভংগী ·উল্লেখযোগ্যতা ·মৌলিক গৱেষণাৰহিত লেখা ·কপিৰাইট ·বিশ্বাসযোগ্যতা ·সম্পাদনা নীতি ·দায়লুপ্তি

আচৰণবিধি

শিষ্টাচাৰ ·ব্যক্তিগত আক্ৰমণ নকৰিব ·হাৰাশাস্তি ·সম্পাদনা দ্বন্দ্ব ·মতবিৰোধ সমাধান ·ঐক্যমত ·ধ্বংসপ্ৰৱণতা

বিষয় সূচী
অসম

অসম ·অসমৰ জিলা ·ভাষা আৰু লিপি ·লোক-সংস্কৃতি ·জনগোষ্ঠী ·বুৰঞ্জী ·প্ৰসিদ্ধ ব্যক্তি ·অসমীয়া সাহিত্য ·অসমৰ সংগীত ·অসমৰ চলচ্চিত্ৰ .অসম সম্পৰ্কীয় প্ৰবন্ধসমূহৰ তালিকা

ভাৰত

ৰাজ্যসমূহ ·ভাষাসমূহ ·নদীসমূহ ·সংস্কৃতি ·উৎসৱ ·বুৰঞ্জী ·ৰাজনীতি ·প্ৰসিদ্ধ ব্যক্তি ·শিক্ষা

দেশ-বিদেশ

মহাদেশ ·ৰাষ্ট্ৰসমূহ ·নগৰ-মহানগৰ ·পৰ্যটন

মানৱ বিজ্ঞান

কলা ·অৰ্থনীতি ·ৰাজনীতি বিজ্ঞান ·সমাজবিদ্যা ·ভূগোল ·ইতিহাস আৰু প্ৰাক-ইতিহাস ·ভাষা বিজ্ঞান ·দৰ্শন ·শিক্ষা

সাহিত্য আৰুসংস্কৃতি

সাহিত্য ·সংগীত ·ধৰ্ম ·বঁটা আৰু সন্মান

জীৱনী

অসমৰ প্ৰসিদ্ধ ব্যক্তি ·ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি ·বিজ্ঞানী‎ ·চলচ্চিত্ৰ শিল্পী ·কণ্ঠশিল্পী‎ ·সকলো

বিজ্ঞান

গণিত ·পদাৰ্থ বিজ্ঞান ·ৰসায়ন বিজ্ঞান ·প্ৰাণীজগত ·উদ্ভিদজগত ·চিকিৎসা বিজ্ঞান ·জ্যোতিৰ্বিজ্ঞান ·কম্পিউটাৰ বিজ্ঞান ·প্ৰযুক্তি ·পৰিৱেশ বিজ্ঞান ·নৃতত্ব ·পূৰাতত্ব

মনোৰঞ্জন

বোলছবি ·দূৰদৰ্শন ·ভ্ৰাম্যমাণ থিয়েটাৰ ·পাকঘৰ ·ইণ্টাৰনেট ·খেল

ৱিকিপিডিয়া

আৰম্ভণি ·ৱিকিপিডিয়াৰ নীতি ·ৰাইজৰ চ'ৰা ·শেহতীয়া ঘটনাৱলী ·অৰ্থকোষ ·পৰীক্ষাগাৰ ·ৱিকিপত্ৰিকা ·অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা

অন্যান্য ৱিকি-প্ৰকল্পসমূহ
অব্যৱসায়ীক প্ৰতিষ্ঠানৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):
Commonsৱিকিমিডিয়া কমন্স
অংশীদাৰী মিডিয়া ভঁৰাল
Wikiquoteৱিকিউদ্ধৃতি
উক্তিৰ সংগ্ৰহালয়
Wikiversityৱিকিবিশ্ববিদ্যালয়
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম
Wikibooksৱিকিগ্ৰন্থ
মুক্ত পাঠ্যপুথি আৰু হাতপুথি
Wikisourceৱিকিউৎস
মুক্ত উৎসৰ পুথিভঁৰাল
Wiktionaryৱিকিঅভিধান
অভিধান আৰু সমাৰ্থক শব্দকোষ
Wikinewsৱিকিসংবাদ
মুক্ত উৎসৰ বাতৰি
Wikispeciesৱিকিপ্ৰজাতি
জীৱপ্ৰজাতি নিৰ্দেশিকা
Meta-Wikiমেটাৱিকি
ৱিকিমিডিয়া প্ৰকল্প সমন্বয়
অন্য ভাষাৰ ৱিকিপিডিয়াসমূহ
ফেইচবুক এক্স (টুইটাৰ) ইনষ্টাগ্ৰাম ইউটিউব টেলিগ্ৰাম 
"https://as.wikipedia.org/w/index.php?title=বেটুপাত&oldid=535746"ৰ পৰা অনা হৈছে
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2026 Movatter.jp