Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

বুধবাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এইচমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলেযোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবেইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰিসহায়িকাখনত এবাৰ চকু ফুৰাব।
নৰ্চ ধৰ্মৰ দেৱতা ওডিন বা ৱুডেন, যাৰ নামেৰে ইংৰাজী Wednesday নামকৰণ কৰা হৈছে।

বুধবাৰ (IPA: [budhabāra]) হৈছে সপ্তাহৰ এটা দিন, যিটোমঙ্গলবাৰৰ পিছত আৰুবৃহস্পতিবাৰৰ আগত থাকে।[1] আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি ই সপ্তাহৰ তৃতীয় দিন। ভাৰতীয় পৰম্পৰাগত কেলেণ্ডাৰ অনুসৰি এইটো সপ্তাহৰ চতুৰ্থ দিন।

বুধ বুলিবুধ গ্ৰহক বুজোৱা হয়, যি দেৱীসোমাৰ পুত্ৰ বুলি ধৰা হয়।[2] ভাৰতীয় সংস্কৃতি অনুসৰি, বুধবাৰটো বুধ গ্ৰহৰ পূজাৰ দিন হিচাপে পালন কৰা হয়।

ইংৰাজী নামটো আহিছে পুৰণি ইংৰাজীWōdnesdæg আৰু মধ্য ইংৰাজীWednesdeiৰ পৰা, অৰ্থাৎ "উডেন-ৰ দিন", যি এংল'-ছেক্সন ধৰ্মৰ দেৱতা আৰু নৰ্চ পৌৰাণিক কাহিনীৰ দেৱতা ওডিনৰ সমতুল। ইয়াৰ বিপৰীতে, ফৰাচীmercredi, স্পেনীছmiércoles, আৰু ইটালীয়mercoledìৰ দৰে ৰোমান ভাষাসমূহত এই দিনটোৰ নামলেটিনdies Mercurii, অৰ্থাৎ "মাৰ্কুৰীৰ দিন"ৰ অনুবাদ।

পশ্চিমীয়া বিশ্বত সাধাৰণভাৱে বুধবাৰটোসোমবাৰৰ পৰা আৰম্ভ হোৱা পাঁচ দিনীয়া কৰ্মসপ্তাহৰ মাজৰ দিন বুলি গণ্য কৰা হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "ISO 8601-1:2019(en) Date and time — Representations for information interchange — Part 1: Basic rules". www.iso.org. https://www.iso.org/obp/ui/en/#iso:std:iso:8601:-1:ed-1:v1:en। আহৰণ কৰা হৈছে: ২০২৪-০৫-১৪. 
  2. Monier-Williams,Sanskrit-English Dictionary (1899), s.v.vāra.
"https://as.wikipedia.org/w/index.php?title=বুধবাৰ&oldid=506401"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2025 Movatter.jp