Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

পোলেণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Rzeczpospolita Polska
ৰাষ্ট্ৰীয় সঙ্গীত
Mazurek Dąbrowskiego
পোলেণ্ড-ৰ অৱস্থান
পোলেণ্ড-ৰ অৱস্থান
পোলেণ্ড-ৰ অৱস্থান
পোলেণ্ড-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
ৱাৰ্ছ'
52°14′N21°1′E / 52.233°N 21.017°E /52.233; 21.017
ৰাষ্ট্ৰভাষা (সমূহ)প'লিছ
সময় অঞ্চল(ইউটিচি+1)
গাড়ী চলোৱা হয়right

পোলেণ্ড মধ্যইউৰোপৰ এখন ৰাষ্ট্ৰ।[1] এই দেশৰ ৰাজধানী ৱাৰ্ছ'। পোলেণ্ডৰ পশ্চিমেজাৰ্মানী, দক্ষিণেচেক গণৰাজ্য আৰুশ্ল'ভাকিয়া, পূবে ইউক্ৰেন আৰু বেলাৰুছ, আনহাতে উত্তৰেবাল্টিক সাগৰ,লিথুৱানিয়া আৰু ৰাছিয়া অৱস্থিত। বাল্টিক সাগৰ পোলেণ্ডৰ সৈতে ডেনমাৰ্কৰ জলসীমান্তত অৱস্থিত। পোলেণ্ড ২০০৪ চনৰ ১মে' তাৰিখেইউৰোপিয়ান ইউনিয়নৰ সদস্য হয়।

প্ৰায় ১০০০ বছৰৰ আগতে পিয়াষ্ট ৰাজবংশৰ অধীনস্থ ৰাজ্য ৰূপে পোলেণ্ড সৰ্বপ্ৰথম গঠিত হয়। ষোল্লশ শতিকাৰ শেষভাগক পোলেণ্ডৰ স্বৰ্ণযুগ আখ্যা দিয়া হয়, যেতিয়া জাগিয়েলনীয় ৰাজবংশৰ অধীনত পোলেণ্ড ইউৰোপৰ সকলোতকৈ বৃহৎ, সমৃদ্ধ আৰু প্ৰভাৱশালী ৰাষ্ট্ৰ ৰূপে পৰিগণিত হয়।

ৱিকিমিডিয়া কমন্সতপোলেণ্ড সম্পৰ্কীয় মিডিয়া ফাইল আছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Johnson, Lonnie R. (1996). Central Europe: enemies, neighbors, friends. Oxford University Press. https://books.google.com/books?id=e_m13Hk3AFEC&pg=PA3&hl=pl&source=gbs_toc_r&cad=3#v=onepage&q&f=false. 
"https://as.wikipedia.org/w/index.php?title=পোলেণ্ড&oldid=319715"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2025 Movatter.jp