নীল নদী The river in Uganda
দেশসমূহ ইথিওপিয়া, চুদান ,ইজিপ্ত ,উগাণ্ডা, কঙ্গো, কেনিয়া ,টানজানিয়া, ৰুৱাণ্ডা, বুৰুণ্ডী ,দক্ষিণ চুদান, এৰিট্ৰিয়া চহৰসমূহ জিনজা ,জুবা Primary source White Nile - উচ্চতা ২,৭০০ মি (৮,৮৫৮ ফুট) - স্থানাঙ্ক 02°16′56″S 029°19′53″E / 2.28222°S 29.33139°E /-2.28222; 29.33139 Secondary source Blue Nile - location Lake Tana ,Ethiopia - coordinates 12°02′09″N 037°15′53″E / 12.03583°N 37.26472°E /12.03583; 37.26472 Source confluence nearKhartoum মোহনা - অৱস্থান Mediterranean Sea,Egypt - উচ্চতা ০ মি (০ ফুট) - স্থানাঙ্ক 30°10′N 031°06′E / 30.167°N 31.1°E /30.167; 31.1 [ 1] দৈৰ্ঘ্য ৬,৮৫৩ কিমি (৪,২৫৮ মাইল) প্ৰস্থ ২.৮ কিমি (২ মাইল) অৱবাহিকা ৩৪,০০,০০০ বৰ্গকিমি (১৩,১২,৭৪৭ বৰ্গমাইল) প্ৰবাহ - গড় ২,৮৩০ ঘনমিটাৰ/ছেকেণ্ড (৯৯,৯৪১ ঘনফুট/ছেকেণ্ড)
নীল নদী (আৰবী :النيل ,আৰবী উচ্চাৰণ: [an'niːl] ,Egyptian :iteru , অৰ্থাৎ "নদী",Coptic : ⲫⲓⲁⲣⲱ) আফ্ৰিকা মহাদেশ অৱস্থিত পৃথিৱীৰ আটাইতকৈ দীঘল নদী।[ 2] ইয়াৰ দৈৰ্ঘ্য ৬,৮৫৩ কিমি (৪,২৫৮ মাইল)। নীল নদীক এক আন্তIৰ্জাতিক নদী বুলি গণ্য কৰা হয়, কিয়নো ইয়াৰ জলসম্পদ এঘাৰখন দেশে ব্যৱহাৰ কৰে। এই দেশসমূহ হৈছে, টানজানিয়া, উগাণ্ডা, ৰাৱাণ্ডা, বুৰুণ্ডি (Burundi), কংগো-কিনছাছা (Congo-Kinshasa), কেনিয়া (Kenya), ইথিঅ’পিয়া (Ethiopia), এৰিট্ৰিয়া (Eritrea),পশ্চিম চুডান ( South Sudan), চুডান (Sudan) আৰু ইজিপ্ট (Egypt)[ 3] প্ৰধানকৈ ইজিপ্ট আৰু চুডানৰ বাবে নীল নদীয়ে মূল পানীৰ উৎস।[ 4]
নীল নদীৰ মূল অংশ দুটা- শুভ্ৰ নীল (White Nile) আৰু নীলা নীল ( Blue Nile)। শুভ্ৰ নীল দৈৰ্ঘ্য অধিক আৰু ইয়াৰ উৎপত্তি হৈছে কেন্দ্ৰীয় আফ্ৰিকাৰ গ্ৰেইট লেক (Great Lakes ) অঞ্চলত। ই টানজানিয়া, লেক ভিক্টোৰিয়া, উগাণ্ডা আৰু দক্ষিণ চুডানৰ মাজেৰে বৈ গৈছে। নীলা নীল ইথিয়’পিয়াৰ লেক টানা (Lake Tana) ত আৰম্ভ হৈছে[ 5] আৰু পূবা-দক্ষিণাকৈ চুডানলৈ বৈ গৈছে। এই দুয়োখন নৈ চুডানৰ ৰাজধানী Khartoum ত মিলিত হৈছে।
নীলনদীৰ উত্তৰ অংশটো চুডানৰ মৰুভূমিৰ মাজেৰে প্ৰবাহিত হৈ গৈ ইজিপ্তলৈ গৈছে শেষত ই ভূমধ্য সাগৰত মিলিত হৈছেগৈ। ঐতিহাসিক কালৰে পৰা ইজিপ্টৰ সভ্যতা আৰু চুডানৰ সাম্ৰাজ্য এই নদীৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে। ইজিপ্টৰ জনসংখ্যাৰ অধিকাংশই নীলনদীৰ পাৰত অৱস্থিত। প্ৰাচীন ইজিপ্টৰ ভালেসংখ্যক সাংস্কৃতিক তথা ঐতিহাসিক কৃতীচিহ্ন এই নদীৰ পাৰত পোৱা যায়।
প্ৰাচীন ইজিপ্টৰ ভাষাত নীল নদীকḤ'pī বাIteru বুলি উল্লেখ কৰা হৈছিল যাৰ অৰ্থ হৈছে ’নদী’। কাষৰ চিত্ৰত ইয়াৰ hieroglyphs নমুনা দেখুওৱা হৈছে।[ 6]
The Nile atDendera , as seen from theSPOT satellite The Nile'swatershed [ 7] The Nile nearBeni Suef Composite satellite image of the White Nile.Khartoum ৰ ওপৰলৈ নীল নদীক শুভ্ৰ নীল (White Nile) বুলিও কোৱা হয়। এই স্থানতে এই নদী নীলা নীল (Blue Nile) ৰ সৈতে সংযুক্ত হৈছে। শুভ্ৰ নীলনদী পূব আফ্ৰিকাত আৰু নীলা নীল ইথিঅ’পিয়াত আৰম্ভ হৈছে।
নীলনদীৰ drainage basin ৰ কালি প্ৰায় ৩২,৫৪,৫৫৫ বৰ্গ কি.মি. (3.254555×10 12 বৰ্গ মিটাৰ), যি আফ্ৰিকাৰ প্ৰায় ১০% মাটিকালিৰ সমতুল্য।[ 8]
Riverboat on the Nile, Egypt 1900
View of the Nile from a cruiseboat, between Luxor and Aswan in Egypt
Marsh along the Nile
The Nile in Uganda
A river boat crossing the Nile in Uganda City lights define the river valley as it snakes across the desert
Valley of the Nile near
Luxor , Egypt
The river Nile flows through Cairo, here contrasting ancient customs of daily life with the modern city of today.
River and mountain scenery on the Nile
People living on the banks of the Nile
Jeal, Tim (2011).Explorers of the Nile: The Triumph and Tragedy of a Great Victorian Adventure .ISBN 978-0-300-14935-7 Tvedt, Terje, ed.The River Nile in the Post-Colonial Age: Conflict and Cooperation Among the Nile Basin Countries (I.B. Tauris, 2010) 293 pages; studies of the river's finite resources as shared by multiple nations in the post-colonial era; includes research by scholars from Burundi, Congo, Egypt, Ethiopia, Kenya, Rwanda, Sudan, Tanzania, and Uganda. ৱিকিমিডিয়া কমন্সতনীল নদী সম্পৰ্কীয় মিডিয়া ফাইল আছে।
ৱিকিমিডিয়া কমন্সতNile সম্পৰ্কীয় মিডিয়া ফাইল আছে।
ৱিকিউদ্ধৃতি তনীল নদী বিষয় সংক্ৰান্তত উদ্ধৃতি আছে।