Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

তাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তাম,  29Cu

থলুৱা তাম (~4 ছেমি আকাৰৰ)
সাধাৰণ ধৰ্মসমূহ
নাম,সংকেততাম, Cu
Appearanceৰঙচুৱা-কমলা ধাতৱ
উচ্চাৰণ/ˈkɒpər/
kop-ər
পৰ্যাবৃত্ত তালিকাত তাম
.
হাইড্ৰ'জেন (দ্বিঅনুবিশিষ্ট অধাতু)
হিলিয়াম (সম্ভ্ৰান্ত গেছ)
Lithium (ক্ষাৰ ধাতু)
Beryllium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Boron (ধাতুকল্প)
Carbon (বহুআনৱিক অধাতু)
Nitrogen (দ্বিঅনুবিশিষ্ট অধাতু)
Oxygen (দ্বিঅনুবিশিষ্ট অধাতু)
Fluorine (দ্বিঅনুবিশিষ্ট অধাতু)
Neon (সম্ভ্ৰান্ত গেছ)
Sodium (ক্ষাৰ ধাতু)
Magnesium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Aluminium (post-transition metal)
Silicon (ধাতুকল্প)
Phosphorus (বহুআনৱিক অধাতু)
Sulfur (বহুআনৱিক অধাতু)
Chlorine (দ্বিঅনুবিশিষ্ট অধাতু)
Argon (সম্ভ্ৰান্ত গেছ)
Potassium (ক্ষাৰ ধাতু)
Calcium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Scandium (transition metal)
Titanium (transition metal)
Vanadium (transition metal)
Chromium (transition metal)
Manganese (transition metal)
Iron (transition metal)
Cobalt (transition metal)
Nickel (transition metal)
Copper (transition metal)
Zinc (transition metal)
Gallium (post-transition metal)
Germanium (ধাতুকল্প)
Arsenic (ধাতুকল্প)
Selenium (বহুআনৱিক অধাতু)
Bromine (দ্বিঅনুবিশিষ্ট অধাতু)
Krypton (সম্ভ্ৰান্ত গেছ)
Rubidium (ক্ষাৰ ধাতু)
Strontium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Yttrium (transition metal)
Zirconium (transition metal)
Niobium (transition metal)
Molybdenum (transition metal)
Technetium (transition metal)
Ruthenium (transition metal)
Rhodium (transition metal)
Palladium (transition metal)
Silver (transition metal)
Cadmium (transition metal)
Indium (post-transition metal)
Tin (post-transition metal)
Antimony (ধাতুকল্প)
Tellurium (ধাতুকল্প)
Iodine (দ্বিঅনুবিশিষ্ট অধাতু)
Xenon (সম্ভ্ৰান্ত গেছ)
Caesium (ক্ষাৰ ধাতু)
Barium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Lanthanum (লেণ্ঠানাইড)
Cerium (লেণ্ঠানাইড)
Praseodymium (লেণ্ঠানাইড)
Neodymium (লেণ্ঠানাইড)
Promethium (লেণ্ঠানাইড)
Samarium (লেণ্ঠানাইড)
Europium (লেণ্ঠানাইড)
Gadolinium (লেণ্ঠানাইড)
Terbium (লেণ্ঠানাইড)
Dysprosium (লেণ্ঠানাইড)
Holmium (লেণ্ঠানাইড)
Erbium (লেণ্ঠানাইড)
Thulium (লেণ্ঠানাইড)
Ytterbium (লেণ্ঠানাইড)
Lutetium (লেণ্ঠানাইড)
Hafnium (transition metal)
Tantalum (transition metal)
Tungsten (transition metal)
Rhenium (transition metal)
Osmium (transition metal)
Iridium (transition metal)
Platinum (transition metal)
Gold (transition metal)
Mercury (transition metal)
Thallium (post-transition metal)
Lead (post-transition metal)
Bismuth (post-transition metal)
Polonium (post-transition metal)
Astatine (ধাতুকল্প)
Radon (সম্ভ্ৰান্ত গেছ)
Francium (ক্ষাৰ ধাতু)
Radium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Actinium (এক্টিনাইড)
Thorium (এক্টিনাইড)
Protactinium (এক্টিনাইড)
Uranium (এক্টিনাইড)
Neptunium (এক্টিনাইড)
Plutonium (এক্টিনাইড)
Americium (এক্টিনাইড)
Curium (এক্টিনাইড)
Berkelium (এক্টিনাইড)
Californium (এক্টিনাইড)
Einsteinium (এক্টিনাইড)
Fermium (এক্টিনাইড)
Mendelevium (এক্টিনাইড)
Nobelium (এক্টিনাইড)
Lawrencium (এক্টিনাইড)
Rutherfordium (transition metal)
Dubnium (transition metal)
Seaborgium (transition metal)
Bohrium (transition metal)
Hassium (transition metal)
Meitnerium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Darmstadtium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Roentgenium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Copernicium (transition metal)
Ununtrium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Flerovium (post-transition metal)
Ununpentium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Livermorium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Ununseptium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Ununoctium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)


Cu

Ag
নিকেলতামজিংক
আনৱিক সংখ্যা(Z)২৯
গ্ৰুপ,ব্লক১১, d-ব্লক
পৰ্যায়period 4
Element category transition metal
মান আনৱিক ভৰ (±) (Ar)63.546(3)[1]
ইলেক্ট্ৰনৰ বিন্যাস[Ar] ৩d১০ ৪s
প্ৰতি কক্ষত
২, ৮, ১৮, ১
ভৌতিক ধৰ্মসমূহ
দশাকঠিন
গলনাংক1357.77 কে ​(1084.62 °ছে, ​1984.32 °ফা)
উতলাংক2835 কে ​(2562 °ছে, ​4643 °ফা)
ঘনত্ব কক্ষ তাপমানৰ ওচৰত8.96 g/cm3
জলীয় অৱস্থাত, m.p.ত8.02 g/cm3
Heat of fusion13.26 kJ/mol
মৌলৰ তাপ300.4 কি.জুল/ম'ল
Molar heat capacity24.440 J/(mol·K)
বাস্পীয় চাপ
(Pa)1101001 k10 k100 k
at (K)150916611850208924042834
আনৱিক ধৰ্মসমূহ
জাৰণ অৱস্থা−২, +১,+২, +৩, +৪ ​(এক মধ্যমক্ষাৰকীয় অক্সাইড)
বিদ্যুৎঋণাত্মকতাPauling scale: 1.90
আয়নিভৱন শক্তি1st: 745.5 kJ/mol
2nd: 1957.9 kJ/mol
3rd: 3555 kJ/mol
(more)
Atomic radiusempirical: 128 pm
Covalent radius132±4 pm
Van der Waals radius140 pm

তাম (ইংৰাজী:Copper) হৈছে এবিধৰাসায়নিক মৌল, সংকেতCu (লেটিন:cuprumৰ পৰা) আৰুপাৰমানৱিক সংখ্যা ২৯। ই অতি উচ্চ তাপ আৰু বিদ্যুৎ পৰিবাহিতা বিশিষ্ট এবিধ কোমল ধাতু। বিশুদ্ধ তাম ৰঙচুৱা-কমলা বৰণৰ। ইয়াক তাম আৰু বিদ্যুতৰ পৰিবাহী হিচাপে, ঘৰ সজা সামগ্ৰী হিচাপে আৰু বিভিন্ন সংকৰ ধাতুৰ উপাদান, যেনে অলংকাৰত ব্যৱহৃত ষ্টেৰলিং চিলভাৰ, সামুদ্ৰিক যন্ত্ৰপাতি তথা মুদ্ৰাত ব্যৱহৃত কিউপ্ৰনিক, হিচাপে ব্যৱহাৰ কৰা হয়।

প্ৰকৃতিত তাম মুক্ত অৱস্থাত পোৱা যায়, খ্ৰীষ্টপূৰ্ব প্ৰায় ৮০০০ বছৰ আগতেই ধাতুৰ উৎস হিচাপে মানুহে প্ৰথম তামৰ ব্যৱহাৰ কৰিছিল। তাম হৈছে খ্ৰীষ্টপূৰ্ব প্ৰায় ৫০০০ বছৰ আগতেইআকৰিকৰ পৰা নিষ্কাষণ কৰা প্ৰথম ধাতু, খ্ৰীষ্টপূৰ্ব ৪০০০ বছৰ আগতেই খাজত আকাৰ দিয়া প্ৰথম ধাতু, খ্ৰীষ্টপূৰ্ব ৩৫০০ বছৰ আগতেইব্ৰঞ্জ সাজিবলৈটিনসংকৰ হিচাপে ব্যৱহাৰ কৰা প্ৰথম ধাতু।[2]

[সম্পাদনা কৰক]

সকলো জীৱৰ বাবে তাম এবিধ অপৰিহাৰ্যখাদ্যজ লৱণমাছ আৰু অন্যমেৰুদণ্ডী শৰীৰত থকা লৌহ-যুক্ত বৰ্ণকণাহিম'গ্লবিনৰ ঠাইতকোমলদেহী আৰুক্ৰুষ্টাচিয়াৰ শৰীৰত তামযুক্ত ৰক্ত বৰ্ণকণাহিম'চিয়ানিন থাকে। তাম মানুহৰ যকৃৎ, পেশী আৰু হাড়ত বেছিকৈ পোৱা যায়।[3] প্ৰাপ্তবয়স্কৰ শৰীৰৰ ওজনৰ প্ৰতি কিলোগ্ৰামত ১.৪ আৰু ২.১ মিলি.গ্ৰাম পৰ্যন্ত তাম থাকে। সেই হিচাপে ৬০ কেজি ওজনৰ এজন ব্যক্তিৰ শৰীৰত প্ৰায় ০.১ গ্ৰাম তাম থাকে। যিকিনহওক, শৰীৰৰ বাবে এই ক্ষুদ্ৰ পৰিমাণো অতি প্ৰয়োজনীয়।[4]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Standard Atomic Weights 2013.Commission on Isotopic Abundances and Atomic Weights
  2. McHenry, Charles, ed (1992). The New Encyclopedia Britannica. 3 (15 সম্পাদনা). প্ৰকাশক Chicago: Encyclopedia Britannica, Inc.. পৃষ্ঠা. 612. ISBN 0-85229-553-7. 
  3. Johnson, MD PhD, Larry E., ed (2008). "Copper". Merck Manual Home Health Handbook. Merck Sharp & Dohme Corp., a subsidiary of Merck & Co., Inc.. Archived fromthe original on 7 March 2016. https://web.archive.org/web/20160307024751/http://www.merckmanuals.com/home/disorders_of_nutrition/minerals/copper.html। আহৰণ কৰা হৈছে: 7 April 2013. 
  4. "Copper in human health". http://www.copper.org/consumers/health/cu_health_uk.html. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সতCopper সম্পৰ্কীয় মিডিয়া ফাইল আছে।
প্ৰ    
 পৰ্যাবৃত্ত তালিকা
H He
LiBe BCNOFNe
NaMg AlSiPSClAr
KCa ScTiVCrMnFeCoNiCuZnGaGeAsSeBrKr
RbSr YZrNbMoTcRuRhPdAgCdInSnSbTeIXe
CsBaLaCePrNdPmSmEuGdTbDyHoErTmYbLuHfTaWReOsIrPtAuHgTlPbBiPoAtRn
FrRaAcThPaUNpPuAmCmBkCfEsFmMdNoLrRfDbSgBhHsMtDsRgCnUutUuqUupUuhUusUuo
ক্ষাৰ ধাতুমৃৎ ক্ষাৰ ধাতুলেন্থেনাইডএক্টিনাইডঅৱস্থান্তৰ ধাতুঅন্যান্যধাতুধাতুকল্পঅন্যান্যঅধাতুহেল'জেননিষ্ক্ৰিয় গেছঅপৰিচিত ৰসায়ন বৈশিষ্ট্যৱলী
"https://as.wikipedia.org/w/index.php?title=তাম&oldid=381237"ৰ পৰা অনা হৈছে
শ্ৰেণী:
অদৃশ্য শ্ৰেণী:

[8]ページ先頭

©2009-2025 Movatter.jp