Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

তাজমহল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তাজমহল
অৱস্থানআগ্ৰা,উত্তৰ প্ৰদেশ,ভাৰত
স্থানাংক27°10′30″N78°02′31″E / 27.175°N 78.04194°E /27.175; 78.04194স্থানাংক:27°10′30″N78°02′31″E / 27.175°N 78.04194°E /27.175; 78.04194
মাটিকালি১৭ হেক্টৰ[1]
উচ্চতা73 মিটাৰ (240 ফুট)
নিৰ্মাণ১৬৩২–৫৩[2]
নিৰ্মাণৰ কাৰণমুমতাজ মহল
স্থপতিবিদওস্তাদ আহমেদ লাহৌৰী
স্থাপত্যৰ শৈলীমোগল স্থাপত্য
পৰিদৰ্শক৭–৮  মিলিয়ন[3]  (২০১৪ চনত)
পৰিচালক বৰ্গভাৰত চৰকাৰ
ৱেবচাইটwww.tajmahal.gov.in
ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ
তাজমহল
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম
মাপকাঠিসাংস্কৃতিক: i
উদ্ধৃতি২৫২
অভিলিখনৰ ইতিহাস
অভিলিখন১৯৮৩(৭মঅধিবেশন)

তাজমহল (হিন্দী:ताज महल,উৰ্দু:تاج محل)ভাৰতৰ আগ্ৰাত অৱস্থিত এটা ৰাজকীয় সমাধিক্ষেত্ৰ।মোগল সম্ৰাটছাহজাহানে তেওঁৰ পত্নীআৰজুমান্দ বানু বেগম, যিগৰাকীমুমতাজ মহল নামে পৰিচিত, তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে এই অপূৰ্ব সৌধটি নিৰ্মাণ কৰিছিল। সৌধটি নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৬৩২ খৃষ্টাব্দত আৰু সম্পূৰ্ণ হৈছিল প্ৰায় ১৬৪৮ খৃষ্টাব্দত। সৌধটিৰ নক্সা কোনে কৰিছিলে এই প্ৰশ্নৰ অনেক বিতৰ্ক থাকিলেও, এইটো পৰিষ্কাৰ যে শিল্প-নৈপুণ্যসম্পন্ন এদল নক্সাকাৰক আৰু কাৰিকৰে সৌধটি নিৰ্মাণ কৰিছিলে যিসকলওস্তাদ আহমেদ লাহৌৰিৰ লগত আছিল, যিজন তাজমহলৰ মূল নক্সাকাৰক হোৱাৰ বেছি দাবীদাৰ।[4]

তাজমহল (তাজ নামেৰেও জনাজাত) মোগল স্থাপত্যশৈলীৰ এটি আকৰ্ষণীয় নিদৰ্শন হিচাপে পৰিগণিত হৈছে। ইয়াৰ নিৰ্মাণশৈলীতপাৰস্য,তুৰস্ক, ভাৰতীয় আৰু ইছলামী স্থাপত্য শিল্পৰ সংমিশ্ৰণ ঘটাই নিৰ্মাণ কৰা হৈছে। যদিও কেৱল মাৰ্বলৰ গম্বুজাকৃতিৰ ৰাজকীয় সমাধিটো বেছি সমাদৃত, তাজমহল প্ৰকৃততে সামগ্ৰিকভাৱে এক জটিল অখণ্ড স্থাপত্য। এইটো ১৯৮৩ চনতইউনেস্কোবিশ্ব ঐতিহ্যবাহী স্থান হিচাপে তালিকাভুক্ত কৰা হৈছিল। তেতিয়া কোৱা হৈছিল "universally admired masterpiece of the world's heritage। "[4]

তাজমহল নিৰ্মাণৰ ইতিহাস

[সম্পাদনা কৰক]
ছাহজাহান, যিজনে তাজমহল নিৰ্মাণ কৰিছিল

১৬৩১ খৃষ্টাব্দতমোগল সাম্ৰাজ্যৰ সমৃদ্ধশালী সম্ৰাটছাহজাহানে তেওঁৰ দ্বিতীয় পত্নীমুমতাজ মহলৰ মৃত্যুত গভীৰভাৱে শোকাহত হৈ পৰে। মুমতাজ মহলে তেতিয়া তেওঁৰ চতুৰ্দশ কন্যা সন্তানগৌহৰ বেগমক জন্ম দিয়ে মৃত্যুবৰণ কৰিছিল।[5]

তাজমহলৰ নিৰ্মাণৰ কাম মুমতাজৰ মৃত্যুৰ পিছতেই আৰম্ভ কৰা হয়। মূল সমাধিটো ১৬৪৮ খৃষ্টাব্দত সম্পূৰ্ণ হয় আৰু ইয়াৰ চৌপাশৰ মহল আৰু বাগান পাঁচ বছৰ পিছত তৈয়াৰ হয়। ১৬৬৩ খৃষ্টাব্দতআগ্ৰা ভ্ৰমণ কৰাফৰাচী পৰ্যটকফ্ৰান্সিস বেৰনিয়াৰে (François Bernier) লিখিছিল:

I shall finish this letter with a description of the two wonderful mausoleums which constitute the chief superiority ofAgra overDelhi. One was erected byJehan-guyre [sic] in honor of his fatherEkbar; andChah-Jehan raised the other to the memory of his wifeTage Mehale, that extraordinary and celebrated beauty, of whom her husband was so enamoured it is said that he was constant to her during life, and at her death was so affected as nearly to follow her to the grave[6].

অসমীয়া অনুবাদ:

দুটা বিস্ময়কৰ সমাধিৰ বিৱৰণ দি মই/ চিঠিখন শেষ কৰিম যিটোয়ে আগ্ৰাকদিল্লীতকৈয়ো শ্ৰেষ্ঠ কৰিছে; এইটো নিৰ্মাণ কৰিছিলে সম্ৰাটজাহাঙ্গীৰে তেওঁৰ পিতাআকবৰৰ সম্মানত আৰু অন্যটো সম্ৰাট ছাহজাহানে তেখেতৰ পত্নীৰ স্মৰণত তৈয়াৰ কৰিছিল "তাজমহল", যিটো অসাধাৰণ সৌন্দৰ্য্যৰ অধিকাৰী, স্বামী তেওঁৰ পত্নীৰ শোকত ইমানেই ম্ৰিয়মাণ যে পত্নী জীৱনকালত যেনেদৰে তেওঁৰ লগত আছিল, মৰণৰ পাছতো তেওঁ পত্নীৰ কবৰৰ ওচৰতেই থাকিব।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Unesco Taj Mahal 2016.
  2. DuTemple 2003, পৃষ্ঠা. 32.
  3. Archaeological Survey of India Agra 2015.
  4. 4.04.1UNESCO advisory body evaluation
  5. "www.pbs.org". Archived fromthe original on 2010-02-13. https://web.archive.org/web/20100213050957/http://www.pbs.org/treasuresoftheworld/a_nav/taj_nav/main_tajfrm.html। আহৰণ কৰা হৈছে: 2011-12-26. 
  6. François Bernier "Letter to Monsieur de la Mothe le Vayer. Written at Dehli [sic] the first of July 1663"Travels in the Moghul Empire A.D. 1657-1668 (Westminster: Archibald Constable & Co.) 1891 p293

অধিক পঢ়ক

[সম্পাদনা কৰক]
  • Asher, Catherine B.Architecture of Mughal India New Cambridge History of India I.4 (Cambridge University Press) 1992ISBN 0-521-26728-5
  • Bernier, Françoi'Travels in the Moghul Empire A.D. 1657-1668 (Westminster: Archibald Constable & Co.) 1891
  • Carroll, David (1971).The Taj Mahal, Newsweek BooksISBN 0-88225-024-8
  • Chaghtai, Muhammad AbdullahLe Tadj Mahal d'Agra (Inde). Histoire et description (Brussells: Editions de la Connaissance) 1938
  • Copplestone, Trewin. (ed). (1963).World architecture - An illustrated history. Hamlyn, London.
  • Gascoigne, Bamber (1971).The Great Moguls, Harper & Row
  • Havel, E.B. (1913).Indian Architecture: Its Psychology, Structure and History, John Murray
  • Kambo, Muhammad SalihAmal-i-Salih or Shah Jahan Namah Ed. Ghulam Yazdani (Calcutta: Baptist Mission Press) Vol.I 1923. Vol. II 1927
  • Koch, Ebba (English ভাষাত) (Paperback). The Complete Taj Mahal: And the Riverfront Gardens of Agra (First সম্পাদনা). Thames & Hudson Ltd. পৃষ্ঠা. 288 pages. ISBN 0-500-34209-1. 
  • Lahawri, 'Abd al-HamidBadshah Namah Ed. Maulawis Kabir al-Din Ahmad and 'Abd al-Rahim under the superintendence of Major W.N. Lees. (Calcutta: College Press) Vol. I 1867 Vol. II 1868
  • Lall, John (1992).Taj Mahal, Tiger International Press
  • Rothfarb, Ed (1998).In the Land of the Taj Mahal, Henry HoltISBN 0-8050-5299-2
  • Saksena, Banarsi PrasadHistory of Shahjahan of Dihli (Allahabad: The Indian Press Ltd.) 1932
  • Stall, B (1995).Agra and Fathepur Sikri, Millennium
  • Stierlin, Henri [editor] & Volwahsen, Andreas (1990).Architecture of the World: Islamic India, Taschen
  • Tillitson, G.H.R. (1990).Architectural Guide to Mughal India, Chronicle Books


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সততাজমহল সম্পৰ্কীয় মিডিয়া ফাইল আছে।
প্ৰ    
উত্তৰ-পূব
Flag of India
Flag of India
পূব
উত্তৰ
দক্ষিণ
মধ্য
পশ্চিম
  • ঐতিহাসিক আহমেদাবাদ চহৰ
  • অজন্তা গুহাসমূহ
  • চম্পানেৰ-পাৱাগড় পুৰাতাত্বিক উদ্যান
  • ছত্ৰপতি শিৱাজী টাৰ্মিনাছ
  • গোৱাৰ গীৰ্জা আৰু কনভেন্টসমূহ
  • এলিফেণ্টা গুহাসমূহ
  • ইলোৰা গুহাসমূহ
  • ৰাজস্থানৰ পাহাৰৰ দুৰ্গ (চিট্টোৰগড় দুৰ্গ
  • কুম্ভালগড়
  • ৰন্থামব'ৰ দুৰ্গ
  • গাগৰোন দুৰ্গ
  • আমেৰ দুৰ্গ
  • জয়ছেলমেৰ দুৰ্গ)
  • জয়পুৰ
  • জয়পুৰৰ যন্তৰ মন্তৰ
  • ৰাণী কি ভাৱ
  • পশ্চিমঘাট পৰ্বতমালা
  • মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেল
  • ধোলাভীড়া
  • প্ৰ    
    ৰাজ্য অনুসাৰে
    প্ৰকাৰ
    লগতে চাওক
    "https://as.wikipedia.org/w/index.php?title=তাজমহল&oldid=539658"ৰ পৰা অনা হৈছে
    শ্ৰেণীসমূহ:
    অদৃশ্য শ্ৰেণীসমূহ:

    [8]ページ先頭

    ©2009-2025 Movatter.jp