ভাৰতীয় সাজ-সজ্জাৰে এগৰাকী ড্ৰেগ ড্ৰেগ (ইংৰাজী :Drag ) শব্দটোৱে পুৰুষত্ব, নাৰীত্ব বা অন্য লিংগীয় অভিব্যক্তিৰ প্ৰকাশ কৰে। ড্ৰেগ কুইন হৈছে কোনো স্ত্ৰী অভিব্যক্তি প্ৰকাশক ব্যক্তি (বিশেষভাৱে পুৰুষ) আৰু ড্ৰেগ কিং হৈছে কোনো পুৰুষ অভিব্যক্তি প্ৰকাশক ব্যক্তি (বিশেষভাৱে মহিলা)।[ 1] [ 2] [ 3] এই শব্দটোক ক্ৰিয়া পদ হিচাপে ব্যৱহাৰ কৰা হয়। আনহাতে ড্ৰেগ প্ৰদৰ্শনী হৈছে ইয়াৰ বিশেষণ ৰূপ।[ 4]
ৱাচিংটন ডি.চিৰ হাই হিল ড্ৰেগ প্ৰতিযোগিতাৰ কেইগৰাকীমান অংশগ্ৰহণকাৰী। "ড্ৰেগ" শব্দটোৱে ১৮৭০ চনৰ ওচৰে পাজৰে লিখিত ৰূপ লাভ কৰে[ 5] [ 6] যদিও ইয়াৰ উৎপত্তি সম্পৰ্কে সঠিককৈ জনা নাযায়। এটি প্ৰকাশিত মত অনুসৰি ১৯ শতিকাৰ থিয়েটাৰ শ্লেঙেই হৈছে ইয়াৰ ব্যুৎপত্তিগত মূল যি মজিয়াত চুঁচৰি যোৱা দীঘল স্কাৰ্টৰ পৰা উদ্ভৱ হৈছে।[ 7] "
↑ Rupp, Leila J.; Taylor, Verta; Shapiro, Eve Ilana (2010-06-01). "Drag Queens and Drag Kings: The Difference Gender Makes" (en ভাষাত).Sexualities খণ্ড13 (3): 275–294.doi :10.1177/1363460709352725 .ISSN 1363-4607 . ↑ Rupp, Leila J.; Taylor, Verta (2016) (en ভাষাত),Drag Queens and Drag Kings , American Cancer Society, pp. 1–4,doi :10.1002/9781405165518.wbeosd087.pub2 ,ISBN 978-1-4051-6551-8 ↑ Mitchell, Nicole Phelps, Stef (2018-03-08)."Gender Renegades: Drag Kings Are Too Radical for Prime Time" (en-US ভাষাত). Vogue.https://www.vogue.com/projects/13541679/drag-kings/ । আহৰণ কৰা হৈছে: 2020-05-10 . ↑ Abate, Frank R.; Jewell, Elizabeth (2001).The New Oxford American Dictionary . প্ৰকাশক New York: Oxford University Press. পৃষ্ঠা. 515 .ISBN 978-0-19-511227-6 .OCLC 959495250 . ↑ Oxford English Dictionary 2012 (Online version of 1989 2nd. Edition) Accessed 11 April 2012 ↑ 'I know what "in drag" means; it is the slang for going about in women's clothes.':The Times (London), 30 May 1870, p. 13, "The Men in Women's Clothes' ↑ [1] Online Etymology Dictionary: Drag