Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

টাইৱান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এই নিবন্ধটো চীন প্ৰজাতন্ত্ৰ অথবাটাইৱান সম্পৰ্কিত। গণপ্ৰজাতন্ত্ৰী চীন সম্পৰ্কিয় নিবন্ধৰ কাৰণে, চাওকচীন
টাইৱান
চীন প্ৰজাতন্ত্ৰ
中華民國
Zhōnghuá Mínguó
A red flag, with a small blue rectangle in the top left hand corner on which sits a white sun composed of a circle surrounded by 12 rays.A blue circular emblem on which sits a white sun composed of a circle surrounded by 12 rays.
ৰাষ্ট্ৰীয় সঙ্গীত

《中華民國國歌》
চীন প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰীয় সংগীত

টাইৱান-ৰ অৱস্থান
টাইৱান-ৰ অৱস্থান
চীন প্ৰজাতন্ত্ৰ আৰু বৰ্তমান তাৰ নিয়ন্ত্ৰণাধীন অঞ্চলৰ(ৰঙা) অৱস্থান
ৰাজধানীটাইপেই[1]
25°02′N121°38′E / 25.033°N 121.633°E /25.033; 121.633
বৃহত্তম নগৰনিউ টাইপেই চিটি
ৰাষ্ট্ৰভাষা (সমূহ)পাৰম্পৰিক চীনা,

হক্কেইন,তাইৱানীচ হাক্কা,ফৰমছান ভাষা,তাইৱান ছাইন ভাষা,

মাৎসু
জনগোষ্ঠীসমূহ 
জাতীয়তাসূচক বিশেষণটাইৱানীছ
চৰকাৰএকক অৰ্ধ ৰাষ্ট্ৰপতিশাসিত সাংবিধানিক গণতন্ত্ৰ
 - ৰাষ্ট্ৰপতিছাই ইং ৱেন
 - উপ ৰাষ্ট্ৰপতিলাই ছিং তে
 - প্ৰিমীয়াৰছু চেং চাং
 - উপ প্ৰিমীয়াৰছেন চি মাই
স্থাপিতজিনহাই বিপ্লৱ 
 - গণতন্ত্ৰ স্থাপন১ জানুৱাৰী১৯১২ 
 - তাইৱানৰ স্থানান্তৰ২৫ অক্টোবৰ১৯৪৫ 
 - সংবিধান গ্ৰহণ২৫ ডিচেম্বৰ ১৯৪৭ 
 - টাইপেইলৈ চৰকাৰৰ স্থানান্তৰ৭ডিচেম্বৰ ১৯৪৯ 
 - আইনৰ জৰিয়তে স্বীকৃতি16 জুলাই ১৯৯২ 
মাটিকালি
 - মুঠ৩৬,১৯৩'"`UNIQ--ref-০০০০০০০৪-QINU`"' বৰ্গ কিমি (১৩৬ তম)
১৩,৯৭৪ বৰ্গ মাইল 
 - জলভাগ (%)১০.৩৪
জনসংখ্যা
 - ২০১৩ আনুমানিক২,৩৩,৪০,১৩৬
পুৰুষ : ১,১৬,৭৮,১৫১
মহিলা :১,১৬,৬১,৯৮৫'"`UNIQ--ref-০০০০০০০৫-QINU`"' (৫০তম)
জিডিপি (পিপিপি)২০১৩ আনুমানিক
 - মুঠ$৯২৬.৪৪১ বিলিয়ন[5] (২০তম)
 - জনমুৰি$৩৯,৫৮০[5] (১৭ তম)
জিডিপি (নামমাত্ৰ)২০১৩ আনুমানিক
 - মুঠ$৪৮৪.৬৮২ বিলিয়ন[5] (২৫ তম)
 - জনমুৰি$২০,৭০৬[5] (৩৯তম)
জিনি সহগ? (২০১০)৩৪.২ 
মানৱ উন্নয়ন সূচক (২০১২)০.৮৯০ (২৩ তম)
মুদ্ৰানিউ টাইৱান ডলাৰ (NT$) (TWD)
সময় অঞ্চলৰাষ্ট্ৰীয় মান সময়(ইউটিচি+৮)
তাৰিখ বিন্যাস
  • yyyy-mm-dd
  • yyyy年m月d日
    (চীনা কেলেণ্ডাৰ; CE+২৬৯৭ )
  • 民國yy年m月d日
গাড়ী চলোৱা হয়সোঁফালে
ইণ্টাৰনেট টিএলডি
  • .tw
  • .台灣
  • .台湾[6]
কলিং ক'ড+৮৮৬

টাইৱান (ইংৰাজী:Taiwan), চৰকাৰীভাবেচীন প্ৰজাতন্ত্ৰ (ইংৰাজী:Republic of China (ROC)), পূবএছিয়াৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ই টাইৱান প্ৰণালীৰ পূবত চীনা মূল ভূখণ্ডৰ দক্ষিণ-পূবা উপকূলত অৱস্থিত। টাইৱানইউৰেছিয়া ফলক প্ৰণালীৰ দ্বাৰা গঠিত আৰুফিলিপাইনৰ দক্ষিণত অৱস্থিত। দ্বিতীয় বিশ্বযুদ্ধৰ শেষত দ্বীপপুঞ্জসমূহ চীন প্ৰজাতন্ত্ৰৰ অধীন হয়। সাধাৰণতে চীন প্ৰজাতন্ত্ৰৰ শাসিত অঞ্চলক বুজাবলৈ "টাইৱান" ব্যৱহৃত হয়। চীন প্ৰজাতন্ত্ৰপ্ৰশান্ত মহাসাগৰৰ টাইৱান দ্বীপ,অৰ্কিড আইলেণ্ড,গ্ৰীণ আইলেণ্ড শাসন কৰে। তদুপৰি পেছকাডৰেছ (পৰ্তুগীজ ভাষা: Pescadores অৰ্থাৎ "মৎস্যজীৱী বা মাছমৰিয়া"), কিনমেন, ফুচিয়েন তিৰৱৰ্তী মাৎসু আইলেণ্ড প্ৰভৃতি দ্বীপো শাসন কৰে। টাইৱান আৰু ফেংহু দ্বীপপুঞ্জ সমূহ (টাইপেই আৰু কাওছিউং পৌৰসভা বাদ দি) চীন প্ৰজাতন্ত্ৰৰ টাইৱান প্ৰদেশ হিচাপে প্ৰশাসিত হয়।

টাইৱান দ্বীপৰ মূল ভূখণ্ড ফুৰমোজা (পৰ্তুগীজ ভাষা: Ilha Formosa]] অৰ্থাৎসুন্দৰী দ্বীপ) নামেও পৰিচিত। ই পূব এছিয়াৰ চীনা মূল-ভূখণ্ড তিৰৱৰ্তী অঞ্চল আৰুজাপানৰ মূল- ভূখণ্ডৰ দক্ষিণ-পশ্চিমত অৱস্থিত। জাপানৰ ৰিউকিউ দ্বীপপুঞ্জৰ ঠিক পশ্চিমেই টাইৱান দ্বীপ অৱস্থিত। ইয়াৰ পূবতপ্ৰশান্ত মহাসাগৰ, দক্ষিণেদক্ষিণ চীন সাগৰ আৰু লুজন প্ৰণালী, পশ্চিমে টাইৱান প্ৰণালী আৰু পূবেপূব চীন সাগৰ অৱস্থিত। টাইৱানৰ দীঘ প্ৰায় কিলোমিটাৰ (২৪৫ মাইল) আৰু প্ৰস্থ প্ৰায় ১৪৪ কিলোমিটাৰ (৮৯ মাইল)। ইয়াত পৰ্বত আৰু ক্ৰান্তীয় অৰণ্য দেখা যায়।

টাইৱানৰ মুঠ জনসংখ্যা প্ৰায় ২ কোটি ৩০ লাখ। তাৰে ভিতৰত হক্কেইন সম্প্ৰদায়ৰ লোক সৰ্বাধিক। আন আন অধিবাসী সমূহ হ'লহাক্কা, প্ৰাচীন টাইৱানবাসী, চীনা টাইৱানবাসী,প্ৰবাসী টাইৱানবাসী ইত্যাদি। প্ৰধান ভাষা হ'লমেণ্ডেৰীন আৰুটাইৱানী (মিননান উপভাষা),হাক্কা উপভাষা ইত্যাদি প্ৰধান উপভাষা। উচ্চপ্ৰযুক্তি, উষ্ণমণ্ডলীয় কৃষিজাতপণ্য প্ৰভৃতি ৰপ্তানি কৰি টাইৱানে অজস্ৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰে।নেন'প্ৰযুক্তি, আলোক ইলেক্ট্ৰনিক্স, পৰ্যটন ইত্যাদি শিল্প টাইৱানৰ উন্নয়নত সহায়ক।

ইতিহাস

[সম্পাদনা কৰক]

দ্বিতীয় বিশ্বযুদ্ধৰ সময়তচীন দেশে জাপানী সকলক প্ৰতিৰোধ কৰিবলৈ যুদ্ধকালত চীনৰ কুওমিনতাং পাৰ্টি আৰু কমিউনিষ্ট পাৰ্টিৰ লগত লগ লাগি জাপানৰ আগ্ৰাসন বিৰোধী জাতীয় যুক্তফ্ৰণ্ট গঢ়ি তুলিছিল। জাপান-বিৰোধী প্ৰতিৰোধ যুদ্ধ জয়যুক্ত হোৱাৰ পিছত চিয়াং কাইশেকৰ নেতৃত্বাধীন কুওমিনতাং গোষ্ঠী যুক্তৰাষ্ট্ৰৰ সমৰ্থিত হয়। ইয়াৰ ফলত গোটেই দেশ জুৰি গৃহযুদ্ধৰ সূচনা হয়। চীনৰ কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত চীনা জনগণে তিনি বছৰতকৈ বেছি সময় মুক্তিযুদ্ধ চলায়। তেতিয়া কুওমিনতাং গোষ্ঠীৰ অনুসৃত গণবিৰোধী নীতিৰ গোটেই দেশৰ বিভিন্ন জাতিৰ জনগণ এই গোষ্ঠী ঘৃণা কৰে। ফলত কুওমিনতাং পাৰ্টিৰ “চীন প্ৰজাতন্ত্ৰ” (বা ৰিপাবলিক অব চায়না) চৰকাৰৰ উত্থান হয়। ১৯৪৯ চনৰ পহিলা অক্টোবৰত চীন গণ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠিত হয় আৰু ই চীনৰ একমাত্ৰ বৈধ চৰকাৰ হিচাপে থিয় দিয়ে। কুওমিনতাং গোষ্ঠীৰ কিছু সৈন্য বাহিনী আৰু চৰকাৰী কৰ্মকৰ্তা গৈ টাইৱানক আগুৰি ধৰে। তেওঁলোকে তেতিয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থনত টাইৱান প্ৰণালীৰ দুয়ো পাৰৰ মাজত বিচ্ছিন্নতা সৃষ্টি কৰে।

টোকা

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Yearbook 2004". Government Information Office of the Republic of China. 2004. http://www.gio.gov.tw/taiwan-website/5-gp/yearbook/2004/P045.htm. "Taipei is the capital of the ROC" 
  2. "The Republic of China Yearbook 2009 / Chapter 2: People and Language". Gio.gov.tw. Archived fromthe original on 3 August 2010. https://archive.today/20100803010351/http://www.gio.gov.tw/taiwan-website/5-gp/yearbook/ch02.html। আহৰণ কৰা হৈছে: 1 August 2010. 
  3. Taiwan entry atThe World Factbook, United StatesCentral Intelligence Agency.
  4. 4.04.1"Number of Villages, Neighborhoods, Households and Resident Population". MOI Statistical Information Service. Archived fromthe original on 29 March 2014. https://web.archive.org/web/20140329071215/http://sowf.moi.gov.tw/stat/month/m1-01.xls। আহৰণ কৰা হৈছে: 2 January 2013. 
  5. 5.05.15.25.3"Republic of China (Taiwan)". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2013/02/weodata/weorept.aspx?pr.x=19&pr.y=12&sy=2013&ey=2013&scsm=1&ssd=1&sort=country&ds=.&br=1&c=528&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC&grp=0&a=। আহৰণ কৰা হৈছে: 2013-10-28. 
  6. "ICANN Board Meeting Minutes". ICANN. 25 June 2010. http://brussels38.icann.org/meetings/brussels2010/transcript-board-25jun10-en.txt. 

বহিঃসংযোগ

[সম্পাদনা কৰক]

সংক্ষিপ্ত বিৱৰণ আৰু তথ্য

[সম্পাদনা কৰক]

চৰকাৰী সংস্থা

[সম্পাদনা কৰক]
প্ৰ    
স্বাধীন ৰাষ্ট্ৰসমূহ

আফগানিস্তান • ইজৰাইল • ইজিপ্ত • ইণ্ডোনেছিয়া • ইৰাক • ইৰান • উজবেকিস্তান • ওমান • কম্বোডিয়া • কাজাখাস্তান • কাটাৰ • কিৰগিজস্তান • কুৱেইট • উত্তৰ কোৰিয়া • দক্ষিণ কোৰিয়া • চাইপ্ৰাছ • চীন • চৌদি আৰৱ • ছিংগাপুৰ • ছিৰিয়া • জৰ্ডান • জাপান • তাজিকিস্তান • তুৰস্ক • তুৰ্কমেনিস্তান • থাইলেণ্ড • নেপাল • পাকিস্তান • পূৱ টিমুৰ • ফিলিপাইন • বাংলাদেশ • বাহৰেইন • ব্ৰুণেই • ভাৰত • ভিয়েটনাম • ভূটান • মংগোলিয়া • মালদ্বীপ • মালয়েছিয়া • ম্যানমাৰ • ৰাছিয়া • য়েমেন • লাউচ • লেবানন • শ্ৰীলংকা • সংযুক্ত আৰৱ আমিৰাত

সীমিত স্বীকৃতিপ্ৰাপ্ত ৰাজ্যসমূহ
আন ৰাষ্ট্ৰৰ অধীনৰ অঞ্চল আৰু
বিশেষ প্ৰশাসনীয় অঞ্চলসমূহ
অষ্ট্ৰেলিয়া
চীন
যুক্তৰাজ্য


উদ্ধৃতি ত্ৰুটি:<ref> টেগ্‌সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ<references group="টোকা"/> টেগ্‌ পোৱা নগ'ল

"https://as.wikipedia.org/w/index.php?title=টাইৱান&oldid=537416"ৰ পৰা অনা হৈছে
শ্ৰেণী:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2025 Movatter.jp