ছিউলৰ গ্ৰীষ্মকাল সাধাৰণতে গৰম আৰু আৰ্দতাযুক্ত, জুনৰ পৰা ছেপ্টেম্বৰলৈকেপূৱ এছীয় মৌচুমী বতৰ গেখা যায়। আগষ্ট, আটাইতকৈ গৰম মাহ, গড় তাপমান 22.4 ৰ পৰা 29.6 °C (72 to 85 °F)। শীতকালত অতি ঠাণ্ডা হয়, বৰফো পৰে, জানুৱাৰী মাহৰ গড় তাপমান হৈছে −5.9 ৰ পৰা 1.5 °C (21.4 to 34.7 °F) আৰু গীষ্মকালতকৈ বতৰ শুকান হয় লগতে বছৰি গড়ে প্ৰায় ২৮ দিন মান বৰফ পৰে। কেতিয়াবা তাপমান নাটকীয়ভাৱেসাঁচ:Convert/−1 °C (14 °F)লৈ নামি আহে, জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ মাজভাগত কেতিয়াবা সৰ্বনিম্ন তাপমানসাঁচ:Convert/−1 °C (5 °F) পৰ্যন্ত হোৱা দেখা যায়।
↑"Seoul". Encyclopædia Britannica. 2009. http://www.britannica.com/EBchecked/topic/534948/Seoul। আহৰণ কৰা হৈছে: 6 September 2009. "The city was popularly called Seoul in Korean during both theChosŏn (Yi) dynasty (1392–1910) and the period of Japanese rule (1910–45), although the official names in those periods wereHansŏng (Hanseong) andKyŏngsŏng (Gyeongseong), respectively."