Movatterモバイル変換


[0]ホーム

URL:


সমললৈ যাওক
ৱিকিপিডিয়া
সন্ধান কৰক

ইজিপ্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইজিপ্ত আৰব প্ৰজাতন্ত্ৰ
جمهورية مصر العربية
যুম্‌হুৰিয়াৎ মিস্ব্‌ৰ্ আল্‌ ʿআৰাবিয়্যাহ্‌
গুম্‌হুৰিয়েৎ মাস্ব্‌ৰ্ এল্‌ ʿআৰাবিয়্যাহ্‌
Flag of ইজিপ্ত
Flag
Coat of arms of ইজিপ্ত
Coat of arms
Anthem: বিলাদি, বিলাদি, বিলাদি
Location of ইজিপ্ত
ৰাজধানীকাইৰো
Largest cityআলেকজান্দ্ৰীয়া
Official languagesআৰবী
Governmentঅৰ্ধ-ৰাষ্ট্ৰপতিপ্ৰজাতন্ত্ৰ
• ৰাষ্ট্ৰপতি
আবদেল ফাত্তাহ আল চিচি
• প্ৰধানমন্ত্ৰী
ইব্ৰাহীম মাহলাব
প্ৰতিষ্টিত
প্ৰায় ৩১৫০ BCE
• স্বাধীনতা লাভ কৰিছে
ফেব্ৰুৱাৰী ২৮১৯২২
• প্ৰজাতন্ত্ৰ ঘোষণা কৰিছে
জুন ১৮১৯৫৩
• জাতীয় দিবস
২৩শে জুলাই (২৩শে জুলাই১৯৫২ উদযাপন কৰাত)
• Water (%)
০.৬৩২
Population
• ২০০৯ estimate
৭৭,৪২০,০০০[1]
• ১৯৯৬ census
৫৯,৩১২,৯১৪
GDP (PPP)২০০৯ estimate
• Total
$৪৭১.৫০৯ বিলিয়ন[2] (২৬তম)
• Per capita
$৬,১৪৭.১২[2] (১০১তম)
GDP (nominal)২০০৯ estimate
• Total
$১৮৭.৯৫৬ বিলিয়ন[2] (৪৯তম)
• Per capita
$২,৪৫০.৪১[2] (১১৭তম)
Gini (১৯৯৯–০০)৩৪.৫
Error: Invalid Gini value
HDI (২০০৭)বৃদ্ধি ০.৭০৩[3]
Error: Invalid HDI value (১২৩তম)
Currencyইজিপ্তীয় পাউণ্ড (ইজিপি)
• Summer (DST)
UTC+৩ (ইইএছটি)
Calling code২০
Internet TLD.eg
  1. কথিত ভাষা ইজিপ্তীয় আৰবী

ইজিপ্ত বামিছৰ (আৰবী ভাষাত: مصر মিস্ব্‌ৰ্, কথিত ইজিপ্তীয় আৰবী مصر মাস্ব্‌ৰ্,ইংৰাজী ভাষাত: Egypt), চৰকাৰী নাম ইজিপ্ত আৰব প্ৰজাতন্ত্ৰ,উত্তৰ আফ্ৰিকাৰ এখন প্ৰাচীনৰাষ্ট্ৰ। দেশখনৰ বেছি ভাগ অংশ আফ্ৰিকাত অৱস্থিত। ইয়াৰ একেবাৰে পূৰ্বৰ অংশটো চিনাই উপদ্বীপ। চিনাই উপদ্বীপআফ্ৰিকা মহাদেশৰ মধ্য স্থলসেতুৰ দৰে কাম কৰে। ইজিপ্তৰ অধিকাংশ এলেকা মৰুময়।নীল নদীয়ে দেশখনক দুটা অসমান অংশত ভাগ কৰিছে। নীল নদীৰ উপত্যকা আৰু ব-দ্বীপ অঞ্চলতেই ইজিপ্তৰ বেছি ভাগ মানুহ বাস কৰে।কাইৰো দেশৰ এখন ডাঙৰচহৰ আৰুৰাজধানী

নামকৰণ

[সম্পাদনা কৰক]

ইংৰাজী শব্দEgyptগ্ৰীক ভাষা,ফৰাচী ভাষা,ইংৰাজী ভাষা আৰুআৰবী ভাষাৰ মিশ্ৰণৰ দ্বাৰা সৃষ্টি হৈছে আৰুমিছৰ শব্দটোআৰবী ভাষাৰ পৰা আহিছে।

ভূগোল আৰু জলবায়ু

[সম্পাদনা কৰক]

ইজিপ্তৰ অধিকাংশ অঞ্চলেই মৰুভূমি কিন্তুনীল নদী বৈ যোৱাৰ ফলত উপত্যকা অঞ্চলটো যথেষ্ট উৰ্বৰা। সেই বাবে নীল নদীক ইজিপ্তবাসীৰ প্ৰাণ প্ৰৱাহস্বৰূপে জনা যায়। এই উপত্যকা অঞ্চল প্ৰায় ১৬ কিঃমিঃ বহল। ইজিপ্তৰ এই উপত্যকা আৰুব-দ্বীপ অঞ্চলটোৰ আয়তন ৩১,০০০ বৰ্গ কিলোমিটাৰ। ইয়াৰ উৰ্বৰা অঞ্চলটো দুভাগত বিভক্ত- ১) নীল উপত্যকা আৰু ২) নীল ব-দ্বীপ। ইজিপ্তত পৃথিৱী বিখ্যাতছুৱেজ খালটো অৱস্থিত। এই খালৰ দ্বাৰাভূমধ্য সাগৰ আৰুলোহিত সাগৰক সংযোগ কৰা হৈছে। ১৯৫৬ চনৰ পূৰ্বে ব্ৰিটিছ আৰু ফৰাচী কোম্পানীসমূহৰ হাতত আছিল। ১৯৫৬ চনত ইজিপ্ত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয়কৰণ কৰে।[4]

কৃষি

[সম্পাদনা কৰক]

দেশখনৰ উপত্যকা অঞ্চলটোত অতীজৰে পৰা জলসিঞ্চনৰ দ্বাৰা খেতি কৰা হয়। ধান এই অঞ্চলৰ প্ৰধান কৃষি। আচোৱান বান্ধৰ পৰা খাল খান্দি ইয়াৰ খেতি-পথাৰত পানী যোগানৰ ব্যৱস্থা কৰা হয়। আনহাতে 'ব'দ্বীপ অঞ্চলটোত খালৰ দ্বাৰা জলসিঞ্চন কৰা হয়। উপত্যকা অঞ্চলত উৎকৃষ্ট মানৰ কপাহ খেতি হয়। খাদ্য শস্যৰ ভিতৰত মাকৈ, ধান, কুহিঁয়াৰ আদি গ্ৰীষ্মকালত আৰু ঘেঁহু, বাৰ্লি, বীন আদিৰ খেতি শীতকালত হয়।[4]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Central Agency for Population Mobilisation and Statistics - Population Clock (July 2008)". Archived fromthe original on 2018-12-24. https://web.archive.org/web/20181224183713/http://www.msrintranet.capmas.gov.eg/pls/fdl/tst12e?action=&lname=%20। আহৰণ কৰা হৈছে: 2015-09-20. 
  2. 2.02.12.22.3"Egypt". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2009/02/weodata/weorept.aspx?sy=2006&ey=2009&scsm=1&ssd=1&sort=country&ds=.&br=1&c=469&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=&pr.x=58&pr.y=13। আহৰণ কৰা হৈছে: 2009-10-01. 
  3. "Human Development Report 2009. Human development index trends: Table G". The United Nations. http://hdr.undp.org/en/media/HDR_2009_EN_Complete.pdf। আহৰণ কৰা হৈছে: 2009-10-10. 
  4. 4.04.1ভূ-দৰ্শন; দিলীপ কুমাৰ গোহাঁই, হৰেন্দ্ৰনাথ বৰা (২০০২). ইজিপ্ত. প্ৰকাশক গুৱাহাটী: কামাখ্যা বুক ষ্টল. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • ৱিকিমিডিয়া কমন্সতইজিপ্ত সম্পৰ্কীয় মিডিয়া ফাইল।
প্ৰ    
স্বাধীন ৰাষ্ট্ৰসমূহ

আফগানিস্তান • ইজৰাইল • ইজিপ্ত • ইণ্ডোনেছিয়া • ইৰাক • ইৰান • উজবেকিস্তান • ওমান • কম্বোডিয়া • কাজাখাস্তান • কাটাৰ • কিৰগিজস্তান • কুৱেইট • উত্তৰ কোৰিয়া • দক্ষিণ কোৰিয়া • চাইপ্ৰাছ • চীন • চৌদি আৰৱ • ছিংগাপুৰ • ছিৰিয়া • জৰ্ডান • জাপান • তাজিকিস্তান • তুৰস্ক • তুৰ্কমেনিস্তান • থাইলেণ্ড • নেপাল • পাকিস্তান • পূৱ টিমুৰ • ফিলিপাইন • বাংলাদেশ • বাহৰেইন • ব্ৰুণেই • ভাৰত • ভিয়েটনাম • ভূটান • মংগোলিয়া • মালদ্বীপ • মালয়েছিয়া • ম্যানমাৰ • ৰাছিয়া • য়েমেন • লাউচ • লেবানন • শ্ৰীলংকা • সংযুক্ত আৰৱ আমিৰাত

সীমিত স্বীকৃতিপ্ৰাপ্ত ৰাজ্যসমূহ
আন ৰাষ্ট্ৰৰ অধীনৰ অঞ্চল আৰু
বিশেষ প্ৰশাসনীয় অঞ্চলসমূহ
অষ্ট্ৰেলিয়া
চীন
যুক্তৰাজ্য
"https://as.wikipedia.org/w/index.php?title=ইজিপ্ত&oldid=568152"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
অদৃশ্য শ্ৰেণীসমূহ:

[8]ページ先頭

©2009-2026 Movatter.jp